পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৭২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "(66) না নিলণীয় হয় আৰু পৰফালে পতিলােকৰ পৰা পতন হৈ অ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(66)
(৫৮)
না নিলণীয় হয় আৰু পৰফালে পতিলােকৰ পৰা পতন হৈ অশেষ
আৰু নিন্দণীয় হয় আৰু পৰকালে পতিলোকৰ পৰা পতন হৈ অশেষ
পাপ, ভােগ কৰে। স্বামীত, বাহিৰে অপৰ পুরুষৰ পৰা পকােৱা
পাপ, ভোগ কৰে। স্বামীত্, বাহিৰে অপৰ পুৰুষৰ পৰা ওপজোৱা
পুজে তিৰােৰ, আকৌ সহধর্মিণী বাহিৰে অপৰৰ তিৰােতা
পুত্ৰে তিৰোতাৰ, আকৌ সহধৰ্মিণীত্ বাহিৰে অপৰৰ তিৰোতাত ওপ
জোৱা সন্তানে পুরুষৰ কোনাে ফল নহয়। শাস্ত্র কর্তা সকলে
জোৱা সন্তানে পুৰুষৰ কোনো ফল নহয়। শাস্ত্ৰ কৰ্তা সকলে
এনেকৈ ওপলোৱা পুত্ৰক পুত্ৰ বুলি স্বীকাৰ কৰা নাই।
এনেকৈ ওপলোৱা পুত্ৰক পুত্ৰ বুলি স্বীকাৰ কৰা নাই।
কোনাে ত্রে সাধ্বী সকলৰ বিতীয় ভর্তা গ্ৰহণৰ উপদেশ দিয়া
কোনো শাস্ত্ৰে সাধ্বী সকলৰ দ্বিতীয় ভৰ্ত্তা গ্ৰহণৰ উপদেশ দিয়া
লাই। নিজৰ পতি নিৰ্ধনী, রূপণ নাই বুলি ঘৃণা কৰি, যি স্ত্রীয়ে
নাই। নিজৰ পতি নিদ্ধনী, ৰূপ গুণ নাই বুলি ঘৃণা কৰি, যি স্ত্ৰীয়ে
তা পৰিত্যাগ কৰি, পৰ যি উৎকৃষ্ট শুৰৰ আশি হয়;
তা পৰিত্যাগ কৰি, অপৰ যি উৎকৃষ্ট পুৰুষৰ আশ্ৰিত্ হয়;তাই ইহ
লােকে নিণীয় হয় আৰু পবকালে গাল যােমিত জন্ম ধৰে আকৌ
লোকে নিন্দণীয় হয় আৰু পৰকালে শৃগাল যোনিত জন্ম ধৰে আকৌ
নানা একাৰ পালে আজা হৈ আতিশয় পড়া ভােগ কৰে।
নানা প্ৰকাৰ পাপে আক্ৰান্ত হৈ আতিশয় পীড়া ভোগ কৰে।
যি বোৰ তিৰোতাই কায় - মনো -বাক্যে স্ত্ৰীধৰ্ম্মেতে থাকি কাল
যি বোৰ কিৰােতাই কামনােৰাক্যে স্বীধৰ্ম্মেতে ঋকি কাল
টায় ভাই হাত পৰম কীৰ্ত্তি লাভ কৰে আৰু মৰিও পতিশোকে
কটায় তাই ইহকালত পৰম কীৰ্ত্তি লাভ কৰে আৰু মৰিও পতিলোকে গমন কৰে ।
শাস্ত্ৰৰ মৰ্ম্ম এই যে স্ত্রীজাতিৰ জাতক, স্মৃতি আৰু বেদাদি ধর্ম
শাস্ত্ৰৰ মৰ্ম্ম এই যে স্ত্ৰীজাতিৰ জাতকৰ্ম্ম, স্মৃতি আৰু বেদাদি ধৰ্ম্ম
শায় না কোন মন্ত্ৰ অধিকাৰ নাই।
শাস্ত্ৰ আৰু কোনা মন্ত্ৰত্ অধিকাৰ নাই।
বিংশ অধ্যায়।
বিংশ অধ্যায়।
স্ত্রী সম্বন্ধে পুরুষৰ কৰ্তব্য কাম ;
স্ত্ৰী সম্বন্ধে পুৰুষৰ কৰ্ত্তব্য কাম;
আৰু পুত্রোৎপাদন।
আৰু পুত্ৰোৎপাদন।
শ্রীশঙি মলায় যন্ত্ৰৰে ৰক্ষণীয়, কাৰণ ৰুলজাৰি যোগে ঔষ
স্ত্ৰীজাতি সৰ্ব্বাদায় যত্নেৰে ৰক্ষণীয়, কাৰণ কুলঙ্গাদি যোগে স্ত্ৰীৰ
ৱাদি বেয়া হলে, সেই পি () ফুলইসল।
চৰিত্ৰাদি বেয়া হলে, সেই স্ত্ৰী পিতৃ-ভৰ্ত্ত ( স্বামী ) উভয় কুলকেই সন্তাপৰ