পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( 48 ) প্ৰকাৰে অশুদ্ধ হলে পানী সিচৰাই দিলে শুচি হয়; ক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
( 48 )
( ৫8 )
প্ৰকাৰে অশুদ্ধ হলে পানী সিচৰাই দিলে শুচি হয়; কিন্তু অলপ,
প্ৰকাৰে অশুদ্ধ হলে পানী সিচৰাই দিলে শুচি হয়; কিন্তু অলপ,
হলে ধােৱ লাগিব । বেশমি কাপৰ ক্ষাৰ আৰু মাটিৰে, নেপাল দেশিয়
হলে ধোৱ লাগিব। বেশমি কাপৰ ক্ষাৰ আৰু মাটিৰে, নেপাল দেশিয়
কম্বল নিম ফলৰ গুড়াৰে শুচি হয়। ভাত ৰন্ধা খৰিত পানী সিচৰাৰ
কম্বল নিম ফলৰ গুড়াৰে শুচি হয়। ভাত ৰন্ধা খৰিত পানী সিচৰাৰ
আৰু মাটিৰ সাজ, পুনঃ পুৰিব লাগে। কিন্তু মাটিৰ সাজ, মদ, গু, মূত,
আৰু মাটিৰ সাজ, পুনঃ পুৰিব লাগে। কিন্তু মাটিৰ সাজ, মদ, গু, মূত,
শ্লেম্মা (কফ), পূজ নাইবা তেজেৰে অপবিত্র হলে পুনঃ শুদ্ধ ন হয়।
শ্লেম্মা (কফ), পূজ নাইবা তেজেৰে অপবিত্ৰ হলে পুনঃ শুদ্ধ ন হয়।
যদি কোনাে থােৱা বস্তু ভােক্ষ চৰাইয়ে চুৱা কৰে, গৰুৱে সুঙ্গে;
যদি কোনো থোৱা বস্তু ভোক্ষ চৰাইয়ে চুৱা কৰে, গৰুৱে সুঙ্গে;
উৰা পিন্ধা কাপােৰ কিম্বা ভৰি লাগে, ওপৰত হাঁচি পৰে নাইবা কেশ-
উৰা পিন্ধা কাপোৰ কিম্বা ভৰি লাগে, ওপৰত হাঁচি পৰে নাইবা কেশ-
পােক আদিয়ে দুষিত কৰে; তেণ্ডে অলপ, মাটি পেলাই দিলে শুদ্ধ হয়।
পোক আদিয়ে দুষিত কৰে; তেণ্ডে অলপ্, মাটি পেলাই দিলে শুদ্ধ হয়।
এটি গরুৰে খালে পিয়াহ গুচে এনে পৰিমাণ পানী যদি ৰং, গন্ধ
এটি গৰুৰে খালে পিয়াহ গুচে এনে পৰিমাণ পানী যদি ৰং, গন্ধ
আৰু ৰস যুক্ত ন হয় সি শুদ্ধ। আরু যি বস্তু বিকিবলৈ হাটু
আৰু ৰস যুক্ত ন হয় সি শুদ্ধ। আৰু যি বস্তু বিকিবলৈ হাট্
বাজাৰে ওলায় তাক যদি অনেকে স্পর্শও কৰে, তথাপি শুব্ধ। কাউবী
বাজাৰে ওলায় তাক যদি অনেকে স্পৰ্শও কৰে, তথাপি শুব্ধ। কাউবী
এভৃতি চৰাইবােৰে গছৰ পৰা ঠোটেৰে ঠুকি পেলােৱা গছৰ ফল
প্ৰভৃতি চৰাইবোৰে গছৰ পৰা ঠোঁটেৰে ঠুকি পেলোৱা গছৰ ফল
শুচি, মৃগ মৰাৰ সময় কুকুৰৰ মুখ শুচি; আরু পশু পক্ষী কুকুৰে মাৰিলে
শুচি, মৃগ মৰাৰ সময় কুকুৰৰ মুখ শুচি; আৰু পশু পক্ষী কুকুৰে মাৰিলে
তাৰ মাংস শুচি; আকৌ চণ্ডাল আদি হীন জাতিৰ ব্যাধে মাৰি
তাৰ মাংস শুচি; আকৌ চণ্ডাল আদি হীন জাতিৰ ব্যাধে মাৰি
যি মাংস আনে সিও শুচি।
যি মাংস আনে সিও শুচি।
নাইৰ ওপৰে বি বােৰ ইন্দ্রিয় আছে, সেই সমুদাই পবিত্র ; কিন্তু
নাইৰ ওপৰে যি বোৰ ইন্দ্ৰিয় আছে, সেই সমুদাই পবিত্ৰ; কিন্তু
নাইৰ পৰা তলে থি বােৰ ইন্দ্রিয় আছে সিবোৰ এটাইয়ে অপবিত্র,
নাইৰ পৰা তলে থি বোৰ ইন্দ্ৰিয় আছে সিবোৰ এটাইয়ে অপবিত্ৰ,
এতেকে সিবােৰ ইন্দ্রিয় স্পর্শ কৰিলে অশুচি হয় আৰু শৰীৰৰ পৰা
এতেকে সিবোৰ ইন্দ্ৰিয় স্পৰ্শ কৰিলে অশুচি হয় আৰু শৰীৰৰ পৰা
ওলােৱা মল বিলাকো অপবিত্ৰ জানিবা।
ওলোৱা মল বিলাকো অপবিত্ৰ জানিবা।
যি বােৰ দ্বাৰে মল-মূত্র ওলায় তাক মাটি আৰু পাণীৰে শুদ্ধ কৰিব।
যি বোৰ দ্বাৰে মল-মূত্ৰ ওলায় তাক মাটি আৰু পাণীৰে শুদ্ধ কৰিব।
আৰু চৰ্বি (তেল), বীৰ্য, তেজ, মতিঙ্ক ; বিষ্ঠা, মূত, নাকৰ মল,
আৰু চৰ্ব্বি (তেল), বীৰ্য, তেজ, মস্তিস্ক; বিষ্ঠা, মূত, নাকৰ মল,
সেপ, চকুৰ মল আৰু ঘাম্ (এই চাৰিটি শৰীৰৰ মল) এই এটাইকে পাণী
সেপ্, চকুৰ মল আৰু ঘাম্ (এই চাৰিটি শৰীৰৰ মল) এই এটাইকে পাণী
আৰু মাটিৰে শুচি কৰিব। ইয়াৰ ভিতৰত প্রথম ছয় বিধ মাটি আৰু
আৰু মাটিৰে শুচি কৰিব। ইয়াৰ ভিতৰত প্ৰথম ছয় বিধ মাটি আৰু
লাল উভয়ৰে আৰু শেষৰ ছয়টি কেবল পাণৰেই কচি কৰিব।
পাণী উভয়ৰে আৰু শেষৰ ছয়টি কেবল পাণীৰেই শুচি কৰিব।