পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( ৫৩ ) সকলৰ সন্ন্যাস ধৰ্ম্ম গ্রহণ কিশ্ব প্রবাস দ্ব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
( ৫৩ )
( ৫৩ )
সকলৰ সন্ন্যাস ধৰ্ম্ম গ্রহণ কিশ্ব প্রবাস দ্বাৰাই, পানীৰে বাহ নেই,
সকলৰ সন্ন্যাস ধৰ্ম্ম গ্ৰহণ কিম্বা প্ৰবাস দ্বাৰাই, পানীৰে বাহ দেহ,
সত্য বলে মন বিদ্যা আৰু ঈশ্বৰ চিন্তাৰে জীবাত্মা আৰু জ্ঞানেৰে
সত্য বলে মন বিদ্যা আৰু ঈশ্বৰ চিন্তাৰে জীবাত্মা আৰু জ্ঞানেৰে
বুদ্ধিৰ শােখন হৈ থাকে।
বুদ্ধিৰ শোধন হৈ থাকে।
অষ্টাদশ অধ্যায়।
অষ্টাদশ অধ্যায়।
দ্রব্য শুদ্ধি । আৰু শৌচাচাৰদিৰে
দ্ৰব্য শুদ্ধি। আৰু শৌচাচাৰদিৰে
দেহ পবিত্ৰ ৰখাৰ নিয়ম।
দেহ পবিত্ৰ ৰখাৰ নিয়ম।
সােণা রূপা আদি ধাতু সকল শিলৰ বস্তু, শঙ্খ, মুক্তা ইত্যাদির
সোণা ৰূপা আদি ধাতু সকল শিলৰ বস্তু, শঙ্খ, মুক্তা ইত্যাদিৰ
পাত্র সকল পানী আৰু অগ্নিবে শুদ্ধ হয়। যেনে সােনা আৰু
পাত্ৰ সকল পানী আৰু অগ্নিৰে শুদ্ধ হয়। যেনে সোনা আৰু
রূপা, পানী আৰু অগ্নিরে, তাম. কঁহ, লাে, পিতল, ৰাং, সীহৰ পাৰ
ৰূপা, পানী আৰু অগ্নিৰে, তাম. কাঁহ, লো, পিতল, ৰাং, সীহৰ পাত্ৰ
সকল টাই, টেঙ্গা আৰু পানীরে শুচি হয়।
সকল চাই, টেঙ্গা আৰু পানীৰে শুচি হয়।
ঘিউ তেল আদি জলীয় বস্তুবােৰ কাউরী আদিৰে দোষীত হলে
ঘিউ তেল আদি জলীয় বস্তুবোৰ কাউৰী আদিৰে দোষীত হলে
বেগত পৰিমাণ তিনি ডালি কুহেৰে তাৰিলে শুদ্ধ হয়।
বেগত পৰিমাণ তিনি ডালি কুহেৰে লাৰিলে শুদ্ধ হয়।
ৰত আৰু হৰি সেৱাত ব্যৱহাৰ্য কাঠৰ দ্ৰব্য বােৰ অপবিত্র
যজ্ঞ আৰু হৰি সেৱাত ব্যৱহাৰ্য্য় কাঠৰ দ্ৰব্য বোৰ অপবিত্ৰ
হল বউ কিম্বা তেল ঘহী পিছত তপহ পানীৰে ধুই পেলালে চি
হলে ঘিউ কিম্বা তেল ঘহী পিছত তপত পানীৰে ধুই পেলালে শুচি
হয়। বেচি থান বা অনেক কাপােৰ শাক আৰু ফলাদি কোনও
হয়। বেচি ধান বা অনেক কাপোৰ শাক আৰু ফলাদি কোনও
+ এই দ্রব্য শুদ্ধি বিষয়ে আমালােকে সদায় যি বােৰ শাস্ত্র
+ এই দ্ৰব্য শুদ্ধি বিষয়ে আমালোকে সদায় যি বোৰ শাস্ত্ৰ
মতে গুদ্ধ কৰি থাকে, সেই বােৰ আকৌ এই পুথিত লেশি পুথি
মতে শুদ্ধ কৰি থাকোঁ, সেই বোৰ আকৌ এই পুথিত লেখি পুথি
আকার বেচি কৰাৰ কোন সােকাম নাই দেখি, সেই বোৰ এৰি
আকাৰ বেচি কৰাৰ কোনো সোকাম নাই দেখি, সেই বোৰ এৰি
দি, যি বিলাক অতি লাগতিয়াল আৰু সকলােৰে ক্ৰৰে মোৰে,
দি, যি বিলাক অতি লাগতিয়াল আৰু সকলোৱে ক্ৰমে নেজানে,
মাই বােৰ মাখােন লেখা হল।
সমই বোৰ মাথোন লেখা হল।