পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "(৫২) কেৱল ই, কুবেৰ, বরুণ আৰু যম এই আঠদিক পালে, ৰজাৰ দে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(৫২)
(৫২)

কেৱল
, কুবেৰ, বরুণ আৰু যম এই আঠদিক পালে, ৰজাৰ দেহত
ইন্দ্ৰ, কুবেৰ, বৰুণ আৰু যম এই আঠদিক পালে, ৰজাৰ দেহত
স্থিতি কৰে। এই কাৰণে ৰজাৰ অশৌচ, হবলৈ নােবাৰে।
অৱস্থিতি কৰে। এই কাৰণে ৰজাৰ অশৌচ, হবলৈ নোবাৰে।
কিননা উক্ত লােপাল সকলৰ নিমিত্তেই পৃথিবীত শৌচাশৌচ,
কিয়নো উক্ত লোকপাল সকলৰ নিমিত্তেই পৃথিবীত শৌচাশৌচ,
পালন হয়। এই হেতুকে তেওঁলােক সদাই শুচি আৰু এই দেৱতা
পালন হয়। এই হেতুকে তেওঁলোক সদাই শুচি আৰু এই দেৱতা
সকল বৰ দেহত লিপ্ত থকাৰ কাৰণে ৰাও চি।
সকল ৰজাৰ দেহত লিপ্ত থকাৰ কাৰণে ৰজাও শুচি।কেৱল
সদ্য শৌচ, মাথােন ৰজাৰ বিহিত আছে।
সদ্যা শৌচ, মাথোন ৰজাৰ বিহিত আছে।
ব্রাহ্মণে অশৌচাষ্টে শ্রাদ্ধাদি সম্পন্ন কৰি পানী, ক্ষেত্রিয়ে বাহন
ব্ৰাহ্মণে অশৌচান্তে শ্ৰাদ্ধাদি সম্পন্ন কৰি পানী, ক্ষেত্ৰিয়ে বাহন
আৰু ধৰ্বান, বৈশ্যে পশু খেদা মাৰি বা লাগাম আৰু শূদ্রে
আৰু ধনুৰ্ব্বান, বৈশ্যে পশু খেদা মাৰি বা লাগাম আৰু শূদ্ৰে
ক্রিয়াদি কৰি মাৰি স্পৰ্শ কৰি শুদ্ধ হব।
ক্ৰিয়াদি কৰি মাৰি স্পৰ্শ কৰি শুদ্ধ হব।
আঁসপিও মৰিলে তাক দহন বহনাদি কৰি, তিনি ৰাতি অশৌচ,
অসপিন্দ মৰিলে তাক দহন বহনাদি কৰি, তিনি ৰাতি অশৌচ,
পালন কৰি শুচি হয়। মাতৃ সম্বন্ধীয় বান্ধব সকলোেক দহন কৰিও
পালন কৰি শুচি হয়। মাতৃ সম্বন্ধীয় বান্ধব সকলোক দহন কৰিও
উক্ত নিয়মে অশৌচ পালন পূর্বক শুচি হব। কিন্তু যদি শৱ দহনৰ
উক্ত নিয়মে অশৌচ পালন পূৰ্ব্বক শুচি হব। কিন্তু যদি শৱ দহনৰ
পিছত মৃত্যু অলপিণ্ড কিম্বা তাৰ সপিণ্ডৰ ঘৰত বসতি নাইবা
পিছত মৃত্যু অসপিণ্ড কিম্বা তাৰ সপিণ্ডৰ ঘৰত বসতি নাইবা
আর ভােজন কৰে; তেন্তে দশাহ অশৌচ লাগিব। তাকে নকৰিলে
অন্ন ভোজন কৰে; তেন্তে দশাহ অশৌচ লাগিব। তাকে নকৰিলে
এ দিন এৰাতিতেই শুদ্ধ হব।
এ দিন এৰাতিতেই শুদ্ধ হব।
জ্ঞাতি কি অপৰ হলেও যদি ইচ্ছা কৰি শৱৰ লগত মৰিশালি-
জ্ঞাতি কি অপৰ হলেও যদি ইচ্ছা কৰি শৱৰ লগত মৰিশালি-
লৈ যায় ; তেন্তে সন্ধে নান কৰি, অগ্নিস্পর্শ পূৰ্ব্বক ঘিউ খালেই
লৈ যায়; তেন্তে সবস্ত্ৰে দান কৰি, অগ্নিস্পৰ্শ পূৰ্ব্বক ঘিউ খালেই শুদ্ধ হয় ।
মানুহে জ্ঞান, তপস্যা, অগ্নি, আহা, মাটি, মন, পানী, গােবৰ
মানুহে জ্ঞান, তপস্যা, অগ্নি, আহাৰ, মাটি, মন, পানী, গোবৰ
আদিৰে পেন, বায়ু, সূৰ্য, আৰু অৰ্থ ৩জি এই কেইটিৰে শুদ্ধ হয়।
আদিৰে লেপন, বায়ু, সূৰ্য্য়, আৰু অৰ্থ শুদ্ধি এই কেইটিৰে শুদ্ধ হয়।
যেনে ;—বিদ্বানে মাৰে, অকাৰ্য্য কৰা লােকে দান দ্বাৰাই, গুপ্তঘাৰে
যেনে;—বিদ্বানে ক্ষমাৰে, অকাৰ্য্য কৰা লোকে দান দ্বাৰাই, গুপ্তদ্বাৰে
কৃত পাপ পানীৰে, বেদজ্ঞ ব্রাহ্মণ তপস্যাৰে বাহিৰা বস্তু আৰু দেহ
কৃত পাপ পানীৰে, বেদজ্ঞ ব্ৰাহ্মণ তপস্যাৰে বাহিৰা বস্তু আৰু দেহ
পানী গােৰৰ আদিৰে, মলি কা নদী সােতেৰে, মােদুষ্ট। অর্থাৎ
পানী গোবৰ আদিৰে, মলি থকা নদী সোতেৰে, মনোদুষ্টা অৰ্থাৎ
ইৰ পুরুষ সঙ্গমে ছা কৰা তিৰোত ৰজল হলে, বিলেত্তি
ইপৰ পুৰুষ সঙ্গমে চ্ছা কৰা তিৰোতা ৰজস্বলা হলে, দ্বিজে ত্তি