পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ (৫০)। পুরুষে কামাধীন হৈ নিজস্ত্রীতে ৰেতঃপ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
________________
________________


(৫০)। পুরুষে কামাধীন হৈ নিজস্ত্রীতে ৰেতঃপাত কৰাত স্নান কৰিলেই গুচি হয়; কিন্তু অপৰ স্ত্ৰাত হলে তিনি দিন অশৌচ খতিব লাগে।
(৫০)। পুৰুষে কামাহীন হৈ নিজস্ত্ৰীতে ৰেতঃপাত কৰাত স্নান কৰিলেই গুচি হয়; কিন্তু অপৰ স্ত্ৰীত হলে তিনি দিন অশৌচ খতিব লাগে।
ব্রাহ্মণ যদি গুণবানেই হয় ; তথাপি সপিণ্ডর শৱ স্পর্শ কৰিলে দহ অহােৰাত্ৰ অশৌচ, ভুগিব লাগিব।
ব্ৰাহ্মণ যদি গুণবানেই হয়; তথাপি সপিণ্ডৰ শৱ স্পৰ্শ কৰিলে দহ অহোৰাত্ৰ অশৌচ, ভুগিব লাগিব।
তিৰােতা বােৰৰ তিনি মাহৰ পৰা ছ মাহৰ ভিতৰত গৰ্ভাৱ হলে, মাহৰ সমান সংখ্যক অশৌচৰ দিন নির্ণয় হয়। অর্থাৎ তিনি মাহৰ তিনি দিন, চাৰি মাহৰ চাৰি দিন ইত্যাদি।
তিৰোতা বোৰৰ তিনি মাহৰ পৰা ছ মাহৰ ভিতৰত গৰ্ভশ্ৰাৱ হলে, মাহৰ সমান সংখ্যক অশৌচৰ দিন নিৰ্ণয় হয়। অৰ্থাৎ তিনি মাহৰ তিনি দিন, চাৰি মাহৰ চাৰি দিন ইত্যাদি।
চুড়াকরণ নােহােৱা লৰাৰ মৃত্যু হলে সপিণ্ড সকলে অহােৰাত্ৰিতেই শুদ্ধ হয়। কৃতচুড় হৈ উপনয়নৰ অাগে য়ে মৰিলে, তিনি ৰাতি লাগিব। তিনি বছৰৰ কম বয়সীয়া শৰা মৰিলে তাৰ অগ্নিদাহ ৰা উদক ক্রিয়া কৰিব নেলাগে। গাঁওৰ বাহিৰে নি পুতি বা উদং ঠাইত পেলাই আহিলেই হয়। কিন্তু নামকৰণ হলে বা ঈাত গাজিলে, প্রেতৰ মঙ্গল কাৰণে উদক ক্রিয়াদি কৰা ভাল।
চুড়াকৰণ নোহোৱা লৰাৰ মৃত্যু হলে সপিণ্ড সকলে অহোৰাত্ৰিতেই শুদ্ধ হয়। কৃতচুড় হৈ উপনয়নৰ আগে য়ে মৰিলে, তিনি ৰাতি লাগিব। তিনি বছৰৰ কম বয়সীয়া লৰা মৰিলে তাৰ অগ্নিদাহ ৰা উদক ক্ৰিয়া কৰিব নেলাগে। গাঁওৰ বাহিৰে নি পুতি বা উদং ঠাইত পেলাই আহিলেই হয়। কিন্তু নামকৰণ হলে বা দাঁত গাজিলে, প্ৰেতৰ মঙ্গল কাৰণে উদক ক্ৰিয়াদি কৰা ভাল।
সমানােদক সকলৰ সন্তান জন্মিলে, তিনি ৰাতি অশৌচ হয়। বিয়া দিবলৈ ঠিক্ ঠা হােৱা ছোৱালী মৰিলে স্বামী আরু বন্ধুবর্গে তিনি ৰাতি অশৌচ, খাতিব লাগে। পিতৃ পক্ষৰ লােক সকলেও এইরূপ অশৌচ পাতি "শুদ্ধ হয়।
সমানোদক সকলৰ সন্তান জন্মিলে, তিনি ৰাতি অশৌচ হয়। বিয়া দিবলৈ ঠিক্ ঠাক হোৱা ছোৱালী মৰিলে স্বামী আৰু বন্ধুবৰ্গে তিনি ৰাতি অশৌচ্, খাতিব লাগে। পিতৃ পক্ষৰ লোক সকলেও এইৰূপ অশৌচ পাতি "শুদ্ধ হয়।
মৃতাশৌচ কোষৰতে হলে অকৃত্রিম (সন্ধ্যৰ বা কৰকচ) লােনেৰেঅল্প ভােঙ্গন কৰিব আৰু তিনি দিন গা নিপহাকৈ নদী প্রভৃতি বেচি নাইবা শােথ থকা পানীত গাধুৰ লাগে। মাছ মাংস খাব নেলাগে আৰু অকলে শুব লাগে। কিন্তু বিদেশত থকা •োকৰ যদি সপিণ্ড সকলে কেই দিন মান অতীত হােত মরণর সম্বাদ পায়; তেন্তে যি ফেই দিন বাকী থকাত শুনে; সেই কেই দিন মাখােন অশৌচ খাতির
মৃতাশৌচ কোষৰতে হলে অকৃত্ৰিম (সন্ধ্যৰ বা কৰকচ) লোনেৰেঅন্ন ভোজ ন কৰিব আৰু তিনি দিন গা নিপিহাকৈ নদী প্ৰভৃতি বেচি নাইবা শোথ থকা পানীত গাধুৰ লাগে। মাছ মাংস খাব নেলাগে আৰু অকলে শুব লাগে। কিন্তু বিদেশত থকা লোকৰ যদি সপিণ্ড সকলে কেই দিন মান অতীত হোৰত মৰণৰ সম্বাদ পায়; তেন্তে যি কেই দিন বাকী থকাত শুনে; সেই কেই দিন মাথোন অশৌচ খাতিব