পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৬১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "(৪৯) মাংসকে মানুহে খােৱা উচিত ন হয়। যি শাৰ যি তেও হ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(৪৯)
(৪৯)
মাংসকে মানুহে খােৱা উচিত ন হয়। যি শাৰ যি তেও হল
মাংসকে মানুহে খোৱা উচিত ন হয়। যি শাস্ত্ৰৰ বিধি মতেও মাংস
নেখায় তেওঁলােক সমাজত প্রিয় আৰু নিৰােগী হয় আৰু কৈছে
নেখায় তেওঁলোক সমাজত প্ৰিয় আৰু নিৰোগী হয় আৰু কৈছে
যে পশু মাৰিবলৈ অনুমতি দাতা, মৰা, ভাগ কৰা, মাংস কিনা, বিকা,
যে পশু মাৰিবলৈ অনুমতি দাতা, মৰা, ভাগ কৰা, মাংস কিনা, বিকা,
ৰান্ধা, বছ, বা কুটা আৰু খােৱা এই এটাই বােৰই পশু মৰা
ৰান্ধা, বছা, বা কুটা আৰু খোৱা এই এটাই বোৰই পশু মৰা
পাতকী *। মাংস শব্দৰ অৰ্থ এই যে মাংস অর্থাৎ সােক অর্থাৎ দি
পাতকী *। মাংস শব্দৰ অৰ্থ এই যে মাংস অৰ্থাৎ সোক সঃ অৰ্থাৎ সি
(ভোজন কৰিব)।
(ভােক্তন করি)।
সপ্তদশ অধ্যায়।
সপ্তদশ অধ্যায়।
প্রেত আৰু জন্ম তদ্ধি।
প্ৰেত আৰু জন্ম শুদ্ধি।

$
লৰাৰ দাত গজাৰ পিছত, চূড়াকৰণ আৰু উপনয়নৰ সময়ত যদি
লৰাৰ দাত গজাৰ পিছত, চূড়াকৰণ আৰু উপনয়নৰ সময়ত যদি
সেই লৰ মৰে। তেন্তে সপিণ্ড সমানোদক সকল অশুদ্ধ হয়। সেইরূপ
সেই লৰা মৰে। তেন্তে সপিও সমানোদক সকল অশুদ্ধ হয়। সেইৰূপ
সন্তান জন্মিলেও এটাইয়ে অরুচি হয়। মপিৰ মৃত্যুৰৰে, কাণৰ
সন্তান জন্মিলেও এটাইয়ে অৰুচি হয়। সপিন্ডৰ মৃত্যু হলে, ব্ৰাক্ষ্মণৰ
বেদ জ্ঞান আৰু অগিচৰ্য বিবেচনায় শাহ অশৌচ আৰু চাৰি নি
বেদ জ্ঞান আৰু অগ্নিচৰ্য্য় বিবেচনায় দশাহ অশৌচ আৰু চাৰি দিন
তিনি দিন কিন্তু এক আহােৰাত্র অশােচন নিয়ম শছে। সর্বগুণ
তিনি দিন কিম্বা এক আহোৰাত্ৰ অশৌচৰ নিয়ম আছে। সৰ্বগুণ
বিহিত ব্রাহ্মণৰ পক্ষে দশাহ অশৌচ বিহিত।
বিৰহিত ব্ৰাহ্মণৰ পক্ষে দশাহ অশৌচ বিহিত। সপিণ্ডৰ সপ্তম
পুরুষৰ পৰা সিপিনে অশৌচ নেথাকে। কিন্তু সমানােক ভাৱ
পুৰুষৰ পৰা সিপিনে অশৌচ নেথাকে। কিন্তু সমানোদক ভাৱ
হলে সদাই থাকে। জন্ম-মৃত্যুর উভয় অশৌচেই এক নিয়মে পালন
হলে সদাই থাকে। জন্ম-মৃত্যুৰ উভয় অশৌচেই এক নিয়মে পালন
হােৱাৰ নিয়ম আছে। কেৱল মৃত্যু অশৌচে সপিণ্ডৰ এটাইয়ে
হোৱাৰ নিয়ম আছে। কেৱল মৃত্যু অশৌচে সপিণ্ডৰ এটাইয়ে
অস্পৃশ্য থাকে আৰু মাছ, মাংস, তৈল্যাদি বর্জনীয়। জন্মশেীচে
অস্পৃশ্য থাকে আৰু মাছ, মাংস, তৈল্যাদি বৰ্জ্জনীয়। জন্মশৌচে
হলে কেবল মাক বাপেকেই মাথােন অশখ হয়। তাৰ ভিতৰত
হলে কেবল মাক বাপেকেই মাথোন অস্পৃশ্য় হয়। তাৰ ভিতৰতো
মাকৰ দিন আৰু বাপেকৰ হলে স্নান কৰিলেই স্পর্শনীয় হয়।
মাকৰ দহদিন আৰু বাপেকৰ হলে স্নান কৰিলেই স্পৰ্শনীয় হয়।
মনু সংহিতার পঞ্চম অধ্যায় ৪৮৪৫১ মােৰু দে।
মনু সংহিতাৰ পঞ্চম অধ্যায় ৪৮।৪৯।৫০।৫১ শ্লোক দেখা।