পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ ােেৰশ অধ্যায়। অল্প বয়সত মৃত্যুৰ কাৰণ ;..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
________________
________________


ােেৰশ অধ্যায়।
যোৰশ অধ্যায়।
অল্প বয়সত মৃত্যুৰ কাৰণ ;
অল্প বয়সত মৃত্যুৰ কাৰণ;
আৰু ভােক্ষাতােক মাংস। বেদ অভ্যাস নকৰিলে, সদাচাৰ পৰিত্যাগ কৰিলে, কর্তব্য কাম কৰিবলৈ এলাহ কৰিলে, আৰু দোষীত অন্ন ভােজন কৰিলে মানুহৰ আয়ুক্ষয় হৈ অসময়ে মৃত্যু হয়। খুদুনা, ৰঘুন, ৰাৰণৰ শাক অর্থাৎ ৰঙ্গা গাজৰ আদি , আৰু বিষ্ঠাদিত গজি উঠা দ্রব্যাদি অভক্ষ।
আৰু ভোক্ষাভোক্ষ মাংস। বেদ অভ্যাস নকৰিলে, সদাচাৰ পৰিত্যাগ কৰিলে, কৰ্ত্তব্য কাম কৰিবলৈ এলাহ কৰিলে, আৰু দোষীত অন্ন ভোজন কৰিলে মানুহৰ আয়ুক্ষয় হৈ অসময়ে মৃত্যু হয়। খুদুনা, ৰঘুন, ৰঙ্গাবৰ্ণৰ শাক অৰ্থাৎ ৰঙ্গা গাজৰ আদি , আৰু বিষ্ঠাদিত গজি উঠা দ্ৰব্যাদি অভক্ষ।
কোন বৃক্ষ কাটিলে বা ভাঙ্গিলে যি এঠা ওলায়, গাই জগী দহ দিন অতীত নােহােৱাতে আৰু ৰজলা নাইবা দামুৰি মৰা গাই গাখীৰ, তিলৰ লগত মিহলি হােৱা চাউলৰ ভাত, গমৰ গুড়িত গাখীৰ আৰু মিঠৈ মিহলি কৰি সজা পিঠা, যজ্ঞাদি দেৱ কামত নলে গােৱা পশুৰ মাংস, একেটি খুৰা থকা পশুৰ গাখীৰ, যি বােৰ চৰাইয়ে কেচা মাংস খায় তাক আকৌ কুকুৰা, পাৰ আদি পােহনীয়া চৰাই, খুৰাত জোৰ নথকা পশু, পানী কাউৰী, হাঁহ, ৰাম, ভাই, টয়া, শালিকা আৰু যি বােৰ চরাইয়ে ঠোটেৰে মাৰি কি নপৰে, চিৰি খায়, যি বােৰে পানীত ডুবি মাছ খায় এই বােৰ বাৰ নেলাগে। | কান মাংস আৰু যি ঠাইত নানাৰি পথৰ নামত নিন নিমিত্তে ৰাখে, তাৰ পৰা কিনি আনি, যি ৰােৰ বি। এর আকৌ শা, নেইল আর পাঁচ জন কে খাৰ নেলাগে। কিন্তু পাঁচ মখীয়াৰ কি
কোন বৃক্ষ কাটিলে বা ভাঙ্গিলে যি এঠা ওলায়, গাই জগী দহ দিন অতীত নোহোৱাতে আৰু ৰজ স্বলা নাইবা দামুৰি মৰা গাই গাখীৰ, তিলৰ লগত মিহলি হোৱা চাউলৰ ভাত, গমৰ গুড়িত গাখীৰ আৰু মিঠৈ মিহলি কৰি সজা পিঠা, যজ্ঞাদি দেৱ কামত নলো গোৱা পশুৰ মাংস, একেটি খুৰা থকা পশুৰ গাখীৰ, যি বোৰ চৰাইয়ে কেচা মাংস খায় তাক আকৌ কুকুৰা, পাৰ আদি পোহনীয়া চৰাই, খুৰাত জোৰা নথকা পশু, পানী কাউৰী, হাঁহ, ৰামপাৰ, ডাউক, টিয়া, শালিকা আৰু যি বোৰ চৰাইয়ে ঠোঁটেৰে মাৰি কিম্বা নখৰে, চিৰি খায়, যি বোৰে পানীত ডুবি মাছ খায় এই বোৰক খাব নেলাগে। | শুকান মাংস আৰু যি ঠাইত নানাবিধ পশুৰ মাংস বিক্ৰিৰ নিমিত্তে ৰাখে, তাৰ পৰা কিনি আনি, যি বোৰ পশুৰে মাংস বিষ্টা খায় আকৌ শাপ, নেউল আৰু পাঁচ নখ থকা পশুৰে মাংস খাব নেলাগে। কিন্তু পাঁচ নখীয়াৰ ভিতৰত গুই,গড কাছ খৰগোষ ইহঁতক খোৱা বাধা নাই
গ + থে ইহুক খােৱা ৰা নাই।