পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ (৪৫)। ইহঁতৰ পৰা দুঃখি বা অপমানিত হলেও এ নকৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
________________
________________


(৪৫)। ইহঁতৰ পৰা দুঃখি বা অপমানিত হলেও নকৰি সৰু কৰিব লাগে। কোনো প্রকাৰে ইহঁতৰ সৈঙ্গে বিবাদ কৰিৰ নে লাগে।
(৪৫)। ইহঁতৰ পৰা দুঃখিত বা অপমানিত হলেও খং নকৰি সহ্য় কৰিব লাগে। কোনো প্ৰকাৰে ইহঁতৰ সৈতে বিবাদ কৰিব নে লাগে।
বি ব্রাহ্মণ ভণ্ড তপন্থী ৰা ৰকত্ৰতী নাইবা বেদানবিজ্ঞ তাক জল মাত্ৰও প্ৰদান কৰাজ্ঞানী লােকৰ অনুচিত। এনে দান কৰিলে দাতা আৰু গ্রহীতা উভয়ে পৰকাণত বিপদগ্রস্ত হয়। ইয়াত দান কর্তাৰ শিলৰ ভেলত উঠি নদী পাৰ হােৱাৰ ফল হয়।
বি ব্ৰাহ্মণ ভণ্ড তপন্থী বা ৰকব্ৰতী নাইবা বেদানবিজ্ঞ তাক জল মাত্ৰও প্ৰদান কৰাজ্ঞানী লোকৰ অনুচিত। এনে দান কৰিলে দাতা আৰু গ্ৰহীতা উভয়ে পৰকালত বিপদগ্ৰস্ত হয়। ইয়াত দান কৰ্ত্তাৰ শিলৰ ভেলত উঠি নদী পাৰ হোৱাৰ ফল হয়।
আনৰ ঘােৰা, শকট, শষ্যা আসন, নাদ বা খাল, ঘৰ-বাড়ী এই বােৰ হুকুম নলৈ ব্যবহাৰ কৰিব নেলাগে। কৰিলে গৰাকীৰ পাপৰ চতুর্থাংশ ভােগী হব লাগে।
আনৰ ঘোৰা, শকট, শষ্যা আসন, নাদ বা খাল, ঘৰ-বাড়ী এই বোৰ হুকুম নলৈ ব্যবহাৰ কৰিব নেলাগে। কৰিলে গৰাকীৰ পাপৰ চতুৰ্থাংশ ভোগী হব লাগে।
যম আক নিয়ম উভয়েইহে মুক্তি কৰিব পাৰে ; অকলে হলে কোনােৱে নােবাবে।
যম আক নিয়ম উভয়েইহে মুক্তি কৰিব পাৰে; অকলে হলে কোনোৱে নোবাবে।
জণহত্যা কাৰীয়ে দেখা অন্ন, কেশ আৰু পােক, কীট আদি থকা অন্ন ইচ্ছা কৰি ভৰি লােগােৱা অৱ, ৰজালায়, কুকুৰে আৰু চৰাই বােৰে ঠোটেৰে লাৰ (চোৰা) অল্প, গৰুৱে ঘ্রাণ লােৰ। অন্ন, সাধাৰণৰ কাৰণ ৰন্ধা অন্ন, বেশ্যাৰ অল্প, যােনে মিছা সাখী কয়, যি অকৃতজ্ঞ আৰু যাৰীৰ উপপতি আছে। যি জনে স্ত্রীৰ বুদ্ধিত চলে, পণ্ডিত সকলে নিন্দা কৰা অন্ন, মহাপাতকী, ক্লীৰৰ ব্যভিচাৰিণীৰ অল্প আৰু কাৰ খাই এৰা আকৌ ওপৰত হাঁচি পৰা অন্ন লেথাব। বাহী পায়স খােৱাও উচিত ন হয়। ওপৰত কোৱা অন্ধ বােৰ নিজৰ চাল, হাড় আৰু লােম বুলি পৰিত্যাগ কৰিব। যদি
ভ্ৰণহত্যা কাৰীয়ে দেখা অন্ন, কেশ আৰু পোক, কীট আদি থকা অন্ন ইচ্ছা কৰি ভৰি লোগোৱা অন্ন, ৰজস্বলায়, কুকুৰে আৰু চৰাই বোৰে ঠোটেৰে লাৰা (চোৰা) অন্ন, গৰুৱে ঘ্ৰাণ লোৱা অন্ন, সাধাৰণৰ কাৰণ ৰন্ধা অন্ন, বেশ্যাৰ অন্ন, যোনে মিছা সাখী কয়, যি অকৃতজ্ঞ আৰু যাৰ স্ত্ৰীৰ উপপতি আছে। যি জনে স্ত্ৰীৰ বুদ্ধিত চলে, পণ্ডিত সকলে নিন্দা কৰা অন্ন, মহাপাতকীৰ, ক্লীবৰ ব্যভিচাৰিণীৰ অন্ন আৰু কাৰো খাই এৰা আকৌ ওপৰত হাঁচি পৰা অন্ন নেখাব। বাহী পায়স খোৱাও উচিত ন হয়। ওপৰত কোৱা অন্ন বোৰ নিজৰ চাল, হাড় আৰু লোম বুলি পৰিত্যাগ কৰিব। যদি

নাম যম আৰু স্নান উপবাস শাস্ত্র পাঠ, আৰু পবিত্ৰ থকাকে নিজ
দয়া,ক্ষমা ঈশ্বৰচিন্তা,অহিংসা পৰৰ দ্ৰব্য় চুৰ নকৰা আদিক
নাম যম আৰু স্নান উপবাস শাস্ত্ৰ পাঠ, আৰু পবিত্ৰ থকাকে নিয়ম বোলে ।