পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( 88 ) সন্থাই অৰুৰে বাহিৰে শুচি থাকি, জিতেন্দ্রিয় হ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
( 88 )
( 88 )
সন্থাই অৰুৰে বাহিৰে শুচি থাকি, জিতেন্দ্রিয় হব , এলা নকৰি
সদাই অন্তৰে বাহিৰে শুচি থাকিব, জিতেন্দ্ৰিয় হব , এলাহ নকৰি
সদাই শাস্ত্রাদি পাঠ কৰিব আৰু উদ্যোগী হব।
সদাই শাস্ত্ৰাদি পাঠ কৰিব আৰু উদ্যোগী হব।
সদাই বেদাভ্যাস, বাহাভ্যান্তৰ গুচি, ধৰ্মালাপ, আৰু সৰ্বজীবে
সদাই বেদাভ্যাস, বাহ্য়াভ্যান্তৰ গুচি, ধৰ্ম্মালাপ, আৰু সৰ্ব্বজীবে
মৈত্রীভাব এই কয়টি ব্রাহ্মণ সকলৰ পৰম ধৰ্ম্ম ।
মৈত্ৰীভাব এই কয়টি ব্ৰাহ্মণ সকলৰ পৰম ধৰ্ম্ম।
ঘৰৰ ওচৰতে বিষ্ঠা মূত্র ত্যাগ কৰা; ভৰি ধােৱা আৰু চুৱা পেলাে
ঘৰৰ ওচৰতে বিষ্ঠা মূত্ৰ ত্যাগ কৰা; ভৰি ধোৱা আৰু চুৱা পেলোৱা
উচিত নহয়। অগ্নি ঘৰত ৰেতঃপাত কৰিব নে লাগে।
উচিত নহয়। অগ্নি ঘৰত ৰেতঃপাত কৰিব নে লাগে।
শৌচাচাৰ, দেহসজ্জা, (অলঙ্কাদি পিন্ধা কাজ ) স্নান, সাতপােব।
শৌচাচাৰ, দেহসজ্জা, (অলঙ্কাৰাদি পিন্ধা কাজ ) স্নান, দাঁতধোৱা
কাম, অঞ্জন লেপন আৰু ঈশ্বৰৰ সেৱাদি ৰেদাদিক কাম দিনৰ আগ
কাম, অঞ্জন লেপন আৰু ঈশ্বৰৰ সেৱাদি বেদাদিক কাম দিনৰ আগ
বেলাতে কৰিব লাগে। আৰু শেষ ৰাতিও কৰাৰ বিধি আছে ।
বেলাতে কৰিব লাগে। আৰু শেষ ৰাতিও কৰাৰ বিধি আছে।
সকল ধৰ্মৰে মূল আচাৰ, এতেকে এই আচাৰ যত্নেৰে প্ৰতিপালন
সকল ধৰ্ম্মৰে মূল আচাৰ, এতেকে এই আচাৰ যত্নেৰে প্ৰতিপালন
কৰিব লাগে। মানুং সদাচাৰৰ পৰাই ধৰমী হয় আৰু সেই য়ে হলে
কৰিব লাগে। মানুহ সদাচাৰৰ পৰাই ইকালত দীৰ্ঘায়ু,
মনোমত সন্তান-সন্ততি আৰু অক্ষয় ধন লাভ হয়। ইয়াৰে যদি কিবা
পৰকালৰ পথ মুকলি :ম। মাকে এই সদাচাৰৰ পৰাই ইকামত দীর্ঘায়ু,
কুলক্ষণ থাকে, সিও নষ্ট হয়। অনাচাৰী লোক, অধৰ্ম্মী, সমাজত নিন্দিত,
মনােমত সন্তান-সন্ততি আৰু অক্ষয় ধন ল ভ হয়। ইয়াৰ য কিবা
দুঃখভোগী, ৰোগী আৰু অল্পাযু হয়। যি সদাচাৰী তেওঁ সকলো
কুলক্ষণ থাকে, লিও নষ্ট হয়। অনাচাৰী লােক, অধৰ্ম্মী, সমাজত fলত,
প্ৰকাৰ সুভলক্ষণ হীন হলেও এশ বছৰ জীয়াই থাকে।
দুঃখভােগী, ৰােগী আৰু অল্পাযু হয়। যি সদাচাৰা তেওঁ সকলো
একাৰ সুলক্ষণ হীন হলেও এশ বছৰ জীয়াই থাকে।
পৰৰ উপকাৰেই ধৰ্ম্ম, পৰৰ অপকাৰেই পাপ, আৰু স্বাধীনে সুখ,
পৰৰ উপকাৰেই ধৰ্ম্ম, পৰৰ অপকাৰেই পাপ, আৰু স্বাধীনে সুখ,
পৱাধীনে দুঃখ। পাপ-পুণ্য আৰু সুখ দুখৰ এই সংক্ষেপ লক্ষণ
পৰাধীনে দুঃখ। পাপ-পুণ্য আৰু সুখ দুখৰ এই সংক্ষেপ লক্ষণ
জানি। আৰু সদাহ মনত ৰাখিব লগীয়া।
জানিবা। আৰু সদাহ মনত ৰাখিব লগীয়া।
খৰ বশৰী হৈ ব্ৰাহ্মণৰ উপর মাৰি তুলিলেও সেই পাপে তাৰ
সঙ্গৰ বশবৰ্ত্তী হৈ ব্ৰাহ্মণৰ উপৰ মাৰি তুলিলেও সেই পাপে তাৰ
এশ বছৰ নৰক ভোগ হয়। আন কি ব্রাহ্মণক তৃণাদিনে ও মাৰিব নে
এশ বছৰ নৰক ভোগ হয়। আন কি ব্ৰাহ্মণক তৃণাদিবে ও মাৰিব নে লাগে ।
ডাঙ্গৰ ভাই পিতৃ তুল্য, আৰু আপনাৰ স্ত্ৰ নিজৰ দেহৰ অঙ্গি
ডাঙ্গৰ ভাইক পিতৃ তুল্য, আৰু আপনাৰ স্ত্ৰীক নিজৰ দেহৰ অভিন্ন
বুলি গান কৰিব লাগে। দাস-দাসীক আপােনাৰ ছায়াৰ নিচিনা বিবেচনা
বুলি জ্ঞান কৰিব লাগে। দাস-দাসীক আপোনাৰ ছায়াৰ নিচিনা বিবেচনা
কৰিব আৰু আপােনার কাক পরম স্নেহৰ পাওঁ বুলি জানিবা এতেকে
কৰিব আৰু আপোনাৰ কন্য়াক পৰম স্নেহৰ পাত্ৰ বুলি জানিব । এতেকে