পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "(89) চুলি, ছাই, হাড়, খােলা কপাহৰ গুটি আৰু তুই এই বােৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(89)
(89)
চুলি, ছাই, হাড়, খােলা কপাহৰ গুটি আৰু তুই এই বােৰ ৰত
চুলি, ছাই, হাড়, খোলা কপাহৰ গুটি আৰু তুহ এই বোৰ বস্তুত
উঠিলে আয়ুক্ষয় হয়।
উঠিলে আয়ুক্ষয় হয়।
.
.
দুই ও হাতৰে আপােনাৰ মুখ খজুৱা কেয়া। চুৱা মূখে মুফ
দুই ও হাতৰে আপোনাৰ মুখ খজুৱা বেয়া। চুৱা মূখে মুড়,
লাৰিবনেলাগে। আৰু মুড় তিয়াই হাতেৰে পিহি গা ধুব লাগে।
সাৰিব নেলাগে। আৰু মুড় তিয়াই হাতেৰে পিহি গা ধুব লাগে।
গাধু আকৌ গাত তেল ঘঁহা অনুচিত।
গাধুই আকৌ গাত তেল ঘঁহা অনুচিত।
শৱৰ গুৰত, অধাৰ্মিকৰ গুৰিত, কাকটা ঠাইত, অনেক লােক
শৱৰ গুৰত, অধাৰ্ম্মিকৰ গুৰিত, কন্দাকটা ঠাইত, অনেক লোক
গােট খােৱা ঠাইত, থাই উঠি, বাতিয়াই, টো উগাৰ কৰি আৰু
গোট খোৱা ঠাইত, খাই উঠি, বাতিয়াই, টেঙ্গা উগাৰ কৰি আৰু
শৰীৰত তেজ ওলালে শাস্ত্র পঢ়িব নেলাগে।
শৰীৰত তেজ ওলালে শাস্ত্ৰ পঢ়িব নেলাগে।
ভােঙ্গনান্তে, পীড়িত অৱস্থায়, আৰু মাজনিশা অনেক কাপােৰ
ভোজনান্তে, পীড়িত অৱস্থায়, আৰু মাজনিশা অনেক কাপোৰ
গাত লৈ গাধুৰ নেলাগে। পানীৰ কাৰণ ভাল কৈ জনা না থাকিলে
গাত লৈ গাধুব নেলাগে। পানীৰ কাৰণ ভাল কৈ জনা না থাকিলে
সেই নদীত মুমিগা ধােৱা অনুচিত।
সেই নদীত সুমিগা ধোৱা অনুচিত।
দেব প্রতিমা পিত্রাদি গুরুজন, ৰজা, মাতক ব্রাহ্মণ, কপিলা গাই
দেব প্ৰতিমা পিত্ৰাদি গুৰুজন, ৰজা, স্নাতক ব্ৰাহ্মণ, কপিলা গাই
আরু ঈশ্বৰৰ ভক্ত, এওঁলােকৰ চায়া চেৰাই যাব নেলাগে।
আৰু ঈশ্বৰৰ ভক্ত, এওঁলোকৰ চায়া চেৰাই যাব নেলাগে।
অধিক বয়সীয়া, ক্ষত্রিয়, সর্প, বেদজ্ঞ ব্রাহ্মণ আৰু দুর্বল লােক
অধিক বয়সীয়া, ক্ষত্ৰিয়, সৰ্প, বেদজ্ঞ ব্ৰাহ্মণ আৰু দুৰ্ব্বল লোকক
অপমান দিব নে লাগে।
অপমান দিব নে লাগে।
লাভ দুলত বুলি নে ভাবি, মৃত্যুকাল পৰ্যন্ত বৃদ্ধির চেষ্টা
শ্ৰীলাভ দুৰ্লভ বুলি নে ভাবি, মৃত্যুকাল পৰ্য্য়ন্ত শ্ৰীবৃদ্ধিৰ চেষ্টা
করিব। মিছা কথা নকৰ আৰু সচা কথাকে। ভাল লগা কৈহে
কৰিব। মিছা কথা নকব আৰু সচা কথাকো ভাল লগা কৈহে কব ।
.
.
অঙ্গহীন, অধিকাঙ্গ, বিদ্যাহীন, বয়োধিক ৰূপহীন, নিৰ্ব্বলী আৰু নিৰ্ধমী এই সকলক নিজ নিজ হীনতাৰ উল্লেখ কৰি নিন্দা নকৰিব ।আৰু অশুচি হৈ হাতেৰে খাই,ব্ৰাহ্মণ,অগ্নি নুচুব ।শৰীৰে কিম্বা অশুচি অৱস্থায় আকাশৰ তাৰা দিও নেচাব ।
অঙ্গহীন, অধিকাঙ্গ, বিদ্যাহীন, বয়ােধিক ৰূপহীন, নির্বশী আঙ্গ
নিশী এই সকল বিমি হীনতা উমে গান নিখি।
এ অজি হৈ বাজেৰে খাই, ব্রা, অগ্নি । কেন