পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( ৪২ ) যত বহুত অধী দুষ্ট মানুহ পাকে, সদাই ৰােগ হয়, চা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
( ৪২ )
( ৪২ )
যত বহুত অধী দুষ্ট মানুহ পাকে, সদাই ৰােগ হয়,
যত বহুত অধৰ্ম্মী দুষ্ট মানুহ থাকে, সদাই ৰোগ হয়,আৰু
চালাদি অন্ত্যজাতি থকা ঠাইত বসতি নকৰিব। আকৌ অঞ্চলে
চান্ডালাদি অন্ত্যজাতি থকা ঠাইত বসতি নকৰিব। আকৌ অকলে
বেচি দূৰৈ বাটকো নেব। আজলিৰে পানী বিন্ধা উৰুৰ ওপৰত
বেচি দূৰৈ বাটকো নেযাব। আজলিৰে পানী কিম্বা উৰুৰ ওপৰত
ৰাখি কোনাে বস্তু থােৰা আৰু অকথাতে আনন্দিত হোবা অনুচিত।
ৰাখি কোনো বস্তু খোৱা আৰু অকথাতে আনন্দিত হোবা অনুচিত।
সেইৰূপে অশাস্ত্রীয় নাচ গান আৰু নিজৰ গাত কিম্বা কাঠ
সেইৰূপে অশাস্ত্ৰীয় নাচ গান আৰু নিজৰ গাত কিম্বা কাঠ
আদিত বাদ্য কৰা, কাষলতি বজোৱা, দাতে দাতে লগাই শফ
আদিত বাদ্য কৰা, কাষলতি বজোৱা, দাঁতে দাঁতে লগাই শব্দ
কৰা বেয়া। আৰু গাধৰ নিচিনা মাতিবও নেলাগে।
কৰা বেয়া। আৰু গাধৰ নিচিনা মাতিবও নেলাগে।
কাহৰ পাত্ৰত ভৰি লগাৰ আৰু ভক্ষা নাইবা বিঘ্নৰ সন্দেহ থকা
কাহৰ পাত্ৰত ভৰি লগাব আৰু ভঙ্গা নাইবা বিঘ্নৰ সন্দেহ থকা
সাত ভােজন কৰিবও নেলাগে। এইরূপে আনৰ চৰ্ম্ম পাদুকা,
সাজত ভোজন কৰিবও নেলাগে। এইৰূপে আনৰ চৰ্ম্ম পাদুকা,
কাপােৰ, গুণ, অলঙ্কা, মালা আৰু কমওপু এই বােৰ ব্যৱহাৰ
কাপোৰ, লগুণ, অলঙ্কাৰ, মালা আৰু কমন্ডলু এই বোৰ ব্যৱহাৰ
কৰিবও নেলাগে।
কৰিবও নেলাগে।
টেৰ আৰু অশিক্ষিত ক্ষুধার্ত, ৰােগী, শিংভঙ্গা, কনা, খুৰা ভঙ্গ
টেঙ্গৰ আৰু অশিক্ষিত ক্ষুধাৰ্ত, ৰোগী, শিংভঙ্গা, কনা, খুৰা ভঙ্গা
লেজ ছিগা ঘোঁৰা হাতী প্রভৃতিত উঠিব নেলাগে ।
লেজ ছিগা ঘোঁৰা হাতী প্ৰভৃতিত উঠিব নেলাগে।
পুৱাৰ ৰদ, চিতাৰ ধােৱা আৰু ভঙ্গা আসন বর্জন কৰিব। নিজক
পুৱাৰ ৰদ, চিতাৰ ধোৱা আৰু ভঙ্গা আসন বৰ্জন কৰিব। নিজক
নিজেন, লােম উঠাব, নৰেৰে তৃণ ছিগিব আৰু নিস্ফল অর্থাৎ ভবিষ্যত
নিজে নখ, লোম উঠাব, নখেৰে তৃণ ছিগিব আৰু নিস্ফল অৰ্থাৎ ভবিষ্যতৰ
অমল হােৱাৰ সম্ভৱ থকা কাম কৰিব নেলাগে। সূর্য অস্ত গলে
অমঙ্গল হোৱাৰ সম্ভৱ থকা কাম কৰিব নেলাগে। সূৰ্য অস্ত গলে
তিল সন্ধীয় কোনো বন্ধু ভােবন কৰিব নেপায়। এই বোৰ কাম
তিল সম্বন্ধীয় কোনো বস্তু ভোজন কৰিব নেপায়। এই বোৰ কাম
কৰিলে আয়ুক্ষয় হয়।
কৰিলে আয়ুক্ষয় হয়।
লা হৈ আৰু তি ভৰিৰে শুৱ নেলাগে। খােৱ বুথে কথা,
লাঙ্গঠ হৈ আৰু তিতা ভৰিৰে শুৱ নেলাগে। খোৱা মুখে কথা,
কৰ, চকুৰে দেখা নােপােৱা, আৰু দুৰ্গম ঠাইক যাব, পপক্ষে নদীত
কব, চকুৰে দেখা নোপোৱা, আৰু দুৰ্গম ঠাইক যাব, পৰাপক্ষে নদীত
সাতৰিব নেলাগে। মল মুত্ৰৰ পিনেও চাৰ নেপায়।
সাঁতৰিব নেলাগে। মল মুত্ৰৰ পিনেও চাব নেপায়।
+ ভিতা ভৰিলে ভাত খালে আয়ু বৃদ্ধি হয় ।
+ ভিত। জৰিলে ভাত লেখা ছিল।