পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( ৪১ ) এক যন্ত্রে ভোজন কৰিব নেপায়, নাঙ্গ হৈ গা ধুব।..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
( ৪১ )
( ৪১ )
এক যন্ত্রে ভোজন কৰিব নেপায়, নাঙ্গ হৈ গা ধুব। ৰাটত
এক বস্ত্ৰে ভোজন কৰিব নেপায়, নাঙ্গঠ হৈ গা নুধুব। বাটত
ছাইৰ ওপৰত আৰু গৰুৰা পথাৰ খেতিৰ নিমিত্তে চাই
ছাইৰ ওপৰত আৰু গৰুচৰা পথাৰত খেতিৰ নিমিত্তে চাহ কৰা
মাটিত, পানীত, মৰি শালিত, পৰ্বতত, দেৱতাৰ ঘৰত, উচিত,
মাটিত, পানীত, মৰি শালিত, পৰ্ব্বতত, দেৱতাৰ ঘৰত, উইচিলাত,
প্রাণী থকা গীতত, বুলি যওঁতে ২ থিয়ৈ থিয়ে, আৰু নীৰ পাৰত
প্ৰাণী থকা গাঁতত, বুলি যওঁতে ২ থিয়ৈ থিয়ৈ, আৰু নদীৰ পাৰত
মল-মূত্র ত্যাগ নকৰিব। আকৌ বায়ু অগ্নি ব্রাহ্মণ, পানী আৰু
মল-মূত্ৰ ত্যাগ নকৰিব। আকৌ বায়ু অগ্নি ব্ৰাহ্মণ, পানী আৰু
গরু এই বােৰ আগত দেখি ২ কেতিয়াও মল মূত্র ত্যাগ নকৰিব।
গৰু এই বোৰ আগত দেখি ২ কেতিয়াও মল মূত্ৰ ত্যাগ নকৰিব।
কাঠ, দলি চপৰা পাত বা তৃণাদিৰে মাটি ঢাকি, আৰু কাপােৰেৰে
কাঠ, দলি চপৰা পাত বা তৃণাদিৰে মাটি ঢাকি, আৰু কাপোৰেৰে
মুৰ গা আচ্চাদন কৰি নীৰৰে বহি শৌচাচাৰ কৰিব লাগে।
মুৰ গা আচ্চাদন কৰি নীৰবে বহি শৌচাচাৰ কৰিব লাগে।
দিনত আৰু উভয় সন্ধ্যা সময়ে উত্তৰ মুখে আৰু ৰাতিত পক্ষিণ
দিনত আৰু উভয় সন্ধ্যা সময়ে উত্তৰ মুখে আৰু ৰাতিত দক্ষিণ
মুখে িমল মুত্র ত্যাগ কৰিব । এন্ধাৰৰ নিমিত্তে কি মেঘৰ
মুখে বহি মল মুত্ৰ ত্যাগ কৰিব। এন্ধাৰৰ নিমিত্তে কিম্বা মেঘৰ
ছায়াৰ বাবে দিকবিদিক জ্ঞান নােহােৱা হলে, আকৌ পীড়িত
ছায়াৰ বাবে দিকবিদিক জ্ঞান নোহোৱা হলে, আকৌ পীড়িত
নাই বা ভয়ৰ কোনো কাৰণ উপস্থিত হলে, যি মুখেই হওক মল
নাই বা ভয়ৰ কোনো কাৰণ উপস্থিত হলে, যি মুখেই হওক মল
মুত্র ত্যাগ কৰিলে দোষ নাই।
মুত্ৰ ত্যাগ কৰিলে দোষ নাই।
মুখেৰে ফুদি জুই ধৰিব আৰু পত্নীক উলঙ্গাবস্থায় দেখিব নেলাগে।
মুখেৰে ফুদি জুই ধৰিব আৰু পত্নীক উলঙ্গাবস্থায় দেখিব নেলাগে।
জুইত অপবিত্র বস্তু পেলব, ভৰি সেকিব শুৱা খাট বা চাদৰ তলত,
জুইত অপবিত্ৰ বস্তু পেলাব, ভৰি সেকিব শুৱা খাট্ বা চাদৰ তলত,
ভাৰ পিচনত ৰাখিব আৰু অগ্নি চেৰাৰৰ ও নেলাগে।
ভাৰ পিচনত ৰাখিব আৰু অগ্নি চেৰাবৰ ও নেলাগে।
সন্ধ্যা সময়ত খাব, তব আৰু ফুৰিব নেপায়। দিনত খােৱা
সন্ধ্যা সময়ত খাব, শুব আৰু ফুৰিব নেপায়। দিনত খোৱাত
অতি তৃপ্তি হলে আকৌ ৰাতি খাব নেলাগে। দীঘল মাৰিৰে
অতি তৃপ্তি হলে আকৌ ৰাতি খাব নেলাগে। দীঘল মাৰিৰে
মাটি খালিৰ আৰু নিৰ পিন্ধা শালা-মণি-মিতে হাৰ নেপায় সি
মাটি খান্দিব আৰু নিজৰ পিন্ধা মালা-মণি- হাৰ নিজে খহাব নেপায়
পানীত মল মূত্ৰ আৰু তদলিপ্ত কাপোৰ থোৱা,কিম্বা ৰিখ আৰু তেজ পেলাব নালাগে ।
iজ মূৰ গৰু সি ফলা যােৱা, কি
শূন্য় ঘৰত অকলে শুব,মানী লোকক টোপনিৰ পৰা উঠাব ,ৰজস্বলাৰ সহিতে আলাপ কৰিব নেপায় আৰু যাচি (অনিমন্ত্ৰিত) যজ্ঞলৈ নেযাব ।
শত খৰত অকলে , আন লােঞ্চ টোপনিৰ পৰা ,
লাৰ সহিত আলাপ কৰিব নেপায় আৰু খাচি (গনিমনে।
বলৈ নেব।