পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "; ৱাৰে পিতৃপােক অক্ষয় তৃপ্তি পায়। শ্ৰাদ্ধ কাব্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
; ৱাৰে পিতৃপােক অক্ষয় তৃপ্তি পায়। শ্ৰাদ্ধ কাব্য যুগ্ম
কৰ্ত্তব্য়; ইয়াৰে পিতৃলোক অক্ষয় তৃপ্তি পায়। শ্ৰাদ্ধ কাৰ্য্য় যুগ্ম
তিথিত কৰা মহাফলএজৰ সমুদারী কাম কুশ হয়ে পিতৃ তীর্থেৰে
তিথিত কৰা মহাফলন শ্ৰাদ্ধৰ সমুদায়ী কাম কুশ হয়ে পিতৃ তীৰ্থেৰে
সমাপন কৰিব লাগে।
সমাপন কৰিব লাগে।
ৰাতি ইতয় সন্ধ্যা সায়, আৰু সূর্যোদয় কালেৰ এন্ধ কাৰ্য্য কৰাৰ
ৰাতি ইভয় সন্ধ্যা সময়, আৰু সূৰ্যোদয় কালেৰ শ্ৰাদ্ধ কাৰ্য্য কৰাৰ
নিয়ম নাই। বহু বছৰ হেমন্ত, বর্ষা আৰু গ্রীষ্মকালে শ্রাদ্ধ কৰিলে
নিয়ম নাই। বহু বছৰ হেমন্ত, বৰ্ষা আৰু গ্ৰীষ্মকালে শ্ৰাদ্ধ কৰিলে
অনান্য ঋতুকৈ বেছি ফল হয়।
অনান্য ঋতুকৈ বেছি ফল হয়।
পঞ্চদশ অধ্যায়।
পঞ্চদশ অধ্যায়।
নীতি কথা,
নীতি কথা,
পাপ পূণ্যর
পাপ পূণ্যৰ
বিচাৰ
বিচার
আৰু দান গ্রহণ বিধি।
আৰু দান গ্ৰহণ বিধি।
উদয় আৰু অন্ত এই উভয় সময়ে সূৰ্য্য দর্শন কৰিবলৈ নেপায়।
উদয় আৰু অন্ত এই উভয় সময়ে সূৰ্য্য দৰ্শন কৰিবলৈ নেপায়।
সেই ৰূপে গ্ৰহণৰ সময় পানীত প্রতিবিম্ব আৰু আকাশৰ ঠিক মাজ
সেই ৰূপে গ্ৰহণৰ সময় পানীত প্ৰতিবিম্ব আৰু আকাশৰ ঠিক মাজ
ঠাইৰ সূৰ্য্যকে দেখিব নেপার।
ঠাইৰ সূৰ্য্যকো দেখিব নেপায়।
দামুৰি বান্ধি ৰখা জৰী চেৰাব নে লাগে। বৰষুণৰ সময় লৰি
দামুৰি বান্ধি ৰখা জৰী চেৰাব নে লাগে। বৰষুণৰ সময় লৰি
যাৰ আৰু পানীত নিজৰ মূর্তি দেখিব নেপায়।
যাৰ আৰু পানীত নিজৰ মূৰ্ত্তি দেখিব নেপায়।
মাটিৰ টিলা (ভেটি। গরু, দেবমূর্তি, ব্রাহ্মণ, ঘিউ, মৌ, চাৰি
মাটিৰ টিলা (ভেঁটি। গৰু, দেবমূৰ্ত্তি, ব্ৰাহ্মণ, ঘিউ, মৌ, চাৰি
আলিৰ বুৰ আৰু অতিশয় ডাঙ্গৰ গছ, এই বিলাকক দক্ষিণ পিণে
আলিৰ মুৰ আৰু অতিশয় ডাঙ্গৰ গছ, এই বিলাকক দক্ষিণ পিণে
ৰাখি যাত্ৰা কৰিব লাগে।
আখি যাত্রা কৰি না।
ভাষাৰ লগত একেলগে বহি কােন কৰিব নেলাগে মাকে
ভাৰ্য্যাৰ লগত একেলগে বহি ভোজন কৰিব নেলাগে মাকে
ভােন কৰাত হাঁহিৰ খুৰাত নিই নি ইচ্ছায় সাবান হৈ
ভোজন কৰাত হাঁহিৰ খুৰাতে হামিয়াত নিজ- ইচ্ছায় অসাৱধান হৈ
ঋহি খাত, চকুত, জল দিৱ ধৰাত, খালীগায়ে তেল দিৰ পৰাত
খহি থকাত, চকুত, কজল দিৱ ধৰাত, খালীগায়ে তেল দিব ধৰাত
আৰু সন্তান প্রসব কৰাৰ সৰু ভাৰ্যাক দেখি, নেপায়।
আৰু সন্তান প্ৰসব কৰাৰ সময় ভাৰ্য্য়াক দেখিব, নেপায়।