পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৫১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "কেতিয়াও ওচৰলৈ আহিবলৈ নিদিৰ। আকৌ বা গােৰা হীন আধ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
কেতিয়াও ওচৰলৈ আহিবলৈ নিদিৰ। আকৌ বা গােৰা হীন
কেতিয়াও ওচৰলৈ আহিবলৈ নিদিব। আকৌ কনা খোৰা হীনাঙ্গ
আধিকা লােক যদি এক কর্তাৰ আত্মীয়ও তথাপি ইহঁতৰ
আধিকাঙ্গ লোক যদি শ্ৰাদ্ধ কৰ্ত্তাৰ আত্মীয়ও হয় তথাপি ইহঁতক
শ্রদ্ধৰ ঠাইৰ পৰা নিৰখাৰ লাগে। শ্রাদ্ধ কালে স্বাক্ষণ তােম।
শ্ৰাদ্ধৰ ঠাইৰ পৰা নিলগাব লাগে। শ্ৰাদ্ধ কালে ব্ৰাক্ষ্মণ ভোজনৰ
উচ্ছি অল্প আৰু বস্তু বােৰ ভাল ঠাইত পেলাই লাগে।
উচ্ছিষ্ট অন্ন আৰু বস্তু বোৰ ভাল ঠাইত পেলাই লাগে।
শ্রাদ্ধ কৰি সেই দিৱাৰাত্ৰি শ্ৰী সৰগ কৰিব নেপায়। ফৰিলেও
শ্ৰাদ্ধ কৰি সেই দিৱাৰাত্ৰি স্ত্ৰী সম্ভোগ কৰিব নেপায়। কৰিলেও
নিজৰ মহাপাপ হয় আৰু পিতৃলােক এক মাই বিষ্ঠাতই থাকে।
নিজৰ মহাপাপ হয় আৰু পিতৃলোক এক মাহ বিষ্ঠাত শুই থাকে।
যেনে ;-শ্রাদ্ধভুগ, বৃষলীতল্লং তদর্বোহধি গচ্ছতি
যেনে;-শ্ৰাদ্ধভুগ্, বৃষলীতল্লং তদৰ্বোহধি গচ্ছতি।
তস্যাঃ পুরিযে তম্মাসং পিতরতস্য শেরতে ॥ ২৫০
তস্যাঃ পুৰিষে তম্মাসং পিতৰতস্য শেৰতে॥ ২৫০||
ইতি মনুঃ ৩ঃ অঃ)
ইতি মনুঃ ৩ঃ অঃ)
নিমন্ত্রিত ব্রাহ্মণ সকলক যথা মােগ্য মতে শুৱা কৰি দি, নিজে
নিমন্ত্ৰিত ব্ৰাহ্মণ সকলক যথা যোগ্য মতে শুশ্ৰুষা কৰি দি, নিজে
শুচি হৈ একান্ত মনে মৌমাবলম্বী হৈ, দক্ষিণ পিনে চাই চাই তলত
শুচি হৈ একান্ত মনে মৌমাবলম্বী হৈ, দক্ষিণ পিনে চাই চাই তলত
লিখা বােৰ প্ৰাৰ্থনা কৰিব। যেনে; হে পিতৃ সকল ! আম লােকৰ
লিখা বোৰ প্ৰাৰ্থনা কৰিব। যেনে; হে পিতৃ সকল! আমা লোকৰ
কুলত যেন দানী লােকর সংখ্যা বেচি হয়; অধ্যান অধ্যাপনাদিৰ
কুলত যেন দানী লোকৰ সংখ্যা বেচি হয়; অধ্যায়ন অধ্যাপনাদিৰ
ৰা যেন বেদ শাস্ত্ৰৰ সদাই আলােচনা হৈ থাকে। আৰু যেন
দ্বাৰা যেন বেদ শাস্ত্ৰৰ সদাই আলোচনা হৈ থাকে। আৰু যেন
বংশ বৃদ্ধি হয় ইত্যাদি। এই রূপ প্রার্থনা শেষ হৈ গলে, পিণ্ড বিলাক
বংশ বৃদ্ধি হয় ইত্যাদি। এই ৰূপ প্ৰাৰ্থনা শেষ হৈ গলে, পিণ্ড বিলাক
গৰু ছাগলীৰে খুৰাব কিম্বা অগিত পুৰিব, নাইবা পানীৰ পেলাই
গৰু ছাগলীৰে খুৱাব কিম্বা অগ্নিত পুৰিব, নাইবা পানীত পেলাই
দিব। পিছে হাতধুই আচমন কৰি জাতি সকলক ভােজন কৰা
দিব। পিছে হাতধুই আচমন কৰি জাতি সকলক ভোজন কৰাৰ
জাতি সৰুলৰ হৈ গলে, যাতৃ পক্ষৰ
জাতি সকলৰ হৈ গলে, মাতৃ পক্ষৰ ব্ৰাক্ষ্মণ আৰু অন্য়ান্য় লোকক
খুৱাব | এই ভোজন কাজ শেষ হৈ গলে দেশাচাৰ মতে অন্য়ান্য়
আৰু এক লোক
নাম-কীৰ্ত্তনাদি আৰু দৈনিক কাম কৰি থাকিব |
খুৰ। এই জােন কাজ শেষ হৈ গলে বেচাৰ মতে
নাম-কীৰ্ত্তনাদি আৰু দৈনিক কাম কৰি গৰি
fara at to at