পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "(69) আৰাধনা কৰিবলৈ নেজানে, তেন্তে ব্ৰাহ্মণৰ হাতেৰে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(69)
(69)
আৰাধনা কৰিবলৈ নেজানে, তেন্তে ব্ৰাহ্মণৰ হাতেৰেই আহুতি তিনটা
আৰাধনা কৰিবলৈ নেজানে, তেন্তে ব্ৰাহ্মণৰ হাতেৰেই উক্ত আহুতি তিনটা
প্রদান কৰিব। কিয়নো অগ্নি আৰু ব্ৰাহ্মণ উভয়ে সমান। পূজানি
প্ৰদান কৰিব। কিয়নো অগ্নি আৰু ব্ৰাহ্মণ উভয়ে সমান। পূজাদি
যিমান যি কৰা যায় সমস্ত দক্ষিণ মুখহৈ কবি। দক্ষিণ হাতেৰে পিণ্ডৰ
যিমান যি কৰা যায় সমস্ত দক্ষিণ মুখহৈ কবি। দক্ষিণ হাতেৰে পিণ্ডৰ
আধাৰ থকা মাটিত জলদান কৰিব লাগে। অগ্নিত আহুতি প্রদান
আধাৰ থকা মাটিত জলদান কৰিব লাগে। অগ্নিত আহুতি প্ৰদান
কৰি হুতাব শিষ্ঠ দ্রব্য সকল লগ কৰি, তিনটি পিণ্ড প্রস্তুত কমে
কৰি হুতাব শিষ্ঠ দ্ৰব্য সকল লগ কৰি, তিনটি পিণ্ড প্ৰস্তুত ক্ৰমে
দক্ষিণ মুখে একান্ত মনে দক্ষিণ হাতৰ পিতৃ তীর্থেৰে সেই কুশৰ ওপৰে
দক্ষিণ মুখে একান্ত মনে দক্ষিণ হাতৰ পিতৃ তীৰ্থেৰে সেই কুশৰ ওপৰে
প্রদান কৰিব। আদেশ মতে যত্ন পূৰ্ব্বক কুশ আৰু পিণ্ডা ধাবৰ
প্ৰদান কৰিব। আদেশ মতে যত্ন পূৰ্ব্বক কুশ আৰু পিণ্ডা ধাবৰ
উপৰ পিণ্ড দান কৰি, লেপভুক (ভূকত খােৱা) বুদ্ধ প্রপিতা
উপৰ পিণ্ড দান কৰি, লেপভুক (ভূকত খোৱা) বুদ্ধ প্ৰপিতা
মহাদি উর্দ তিনি পুরুষৰ তৃপ্তিৰ জন্যে সেই পিণ্ডাধাৰৰ গােত
মহাদি উৰ্দ্ধ তিনি পুৰুষৰ তৃপ্তিৰ জন্যে সেই পিণ্ডাধাৰৰ গোবত
হস্ত ঘর্ষণ কৰিব। তাৰ পিছে উত্তৰ মুখ হৈ আচমন কৰি অন্তৰৰ
হস্ত ঘৰ্ষণ কৰিব। তাৰ পিছে উত্তৰ মুখ হৈ আচমন কৰি অন্তৰৰ
বায়ুৰােধ পূৰ্ব্বক ঐ বসন্যায় নমস্তভ্যং ইত্যাদি মন্ত্ৰেৰে ছয় ঋতুক
বায়ুৰোধ পূৰ্ব্বক ঐ "বসস্থায় নমস্তভ্যং" ইত্যাদি মন্ত্ৰেৰে ছয় ঋতুক
নমস্কাৰ কৰিব। আৰু “নমেবঃ পিতৰঃ” ইত্যাদি মন্ত্ৰেৰে দক্ষিণ
নমস্কাৰ কৰিব। আৰু “নমেবঃ পিতৰঃ” ইত্যাদি মন্ত্ৰেৰে দক্ষিণ
মুখে পিত্রাদিকে নমস্কাৰ কৰিব। জল পাত্ৰত থকা শেষ জল, প্রত্যেক
মুখে পিত্ৰাদিকো নমস্কাৰ কৰিব। জল পাত্ৰত থকা শেষ জল, প্ৰত্যেক
পিণ্ডৰ গুৰিত ক্রমে ক্রমে উচগ কৰিব, আৰু যি রূপে ক্রমান্বয়ে
পিণ্ডৰ গুৰিত ক্ৰমে ক্ৰমে উচৰ্গ কৰিব, আৰু যি ৰূপে ক্ৰমান্বয়ে
পিণ্ড দিয়া হৈছে, একান্ত মনে সেই রূপে ক্রমে ক্রমে প্রত্যেক
পিণ্ড দিয়া হৈছে, একান্ত মনে সেই ৰূপে ক্ৰমে ক্ৰমে প্ৰত্যেক
পিণ্ডৰেই আম্রাণ লৱ। তাৰ পিছে প্রতি পিণ্ডৰে পৰা অলপ
পিণ্ডৰেই আঘ্ৰাণ লৱ। তাৰ পিছে প্ৰতি পিণ্ডৰে পৰা অলপ্
অলপকৈ লৈ আসনত বহি থক। ব্রাহ্মণক আগে ভােজন কৰাব।
অলপকৈ লৈ আসনত বহি থকা ব্ৰাহ্মণক আগে ভোজন কৰাব।
পিতা বর্তমাণে পিতামহাদি তিনি পুরুষৰ শ্ৰাদ্ধ কৰিব তাৰ পিছে
পিতা বৰ্তমাণে পিতামহাদি তিনি পুৰুষৰ শ্ৰাদ্ধ কৰিব তাৰ পিছে
ৰাহ্মণ সকলৰ . হাতে পিওাধাৰ আৰু তিল জল দি পূর্বে কোৱা
ব্ৰাহ্মণ সকলৰ . হাতে পিওাধাৰ আৰু তিল জল দি পূৰ্বে্ব কোৱা
পিঞ্জ বিলাক “প্রিলাস্বধান্তঃ” ইত্যাদি ধুলি সম্পূর্ণ কৰিব।
পিণ্ডাগ্ৰা বিলাক “প্ৰিত্ৰোস্বধান্তঃ” ইত্যাদি বুলি সম্পূৰ্ণ কৰিব।
* বর্তমান আব্দৰ জনেই শ্রাদ্ধ কৰিলে ভাল । ভাৰ জনৰ অনুমতি
* বৰ্তমান ডাঙ্গৰ জনেই শ্ৰাদ্ধ কৰিলে ভাল। ডাঙ্গৰ জনৰ অনুমতি
লৈ সৰুৰে কৰিব পাৰে । কিন্তু তেনেকুৱা অৱস্থাৰ বিশেষ নিয়ম
লৈ সৰুৱেও কৰিব পাৰে। কিন্তু তেনেকুৱা অৱস্থাৰ বিশেষ নিয়ম
আছে। গাংহিতৰ তৃতীয় অধ্যায় ২৪/২২১২৭২ শ্লোক দেখা।
আছে। মনুসংহিতাৰ তৃতীয় অধ্যায়ৰ ২২০/২২১/২২২ শ্লোক দেখা।