পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "ৰাৰ পুত্র সকল হবিভুজ ; পুলস্ত্যৰ সন্তান বোৰ আজাপ;..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
ৰাৰ পুত্র সকল হবিভুজ ; পুলস্ত্যৰ সন্তান বোৰ আজাপ; আৰু বশিঙৰ
বাৰ পুত্ৰ সকল হৰিৰ্ভুজ; পুলস্ত্যৰ সন্তান বোৰ আজাপ; আৰু বশিষ্ঠৰ
সন্তান সকল সু কালিন নামে বিখ্যাত। ও পৰত যি বােৰ প্রধান
সন্তান সকল সুকালিন নামে বিখ্যাত। ওপৰত যি বোৰ প্ৰধান
পিতৃ সকলৰ বিষয় কোৱাহল এই জগতত তেঁও লােকৰ পুত্ৰ পৌত্রাদি
পিতৃ সকলৰ বিষয় কোৱাহল এই জগতত তেঁও লোকৰ পুত্ৰ পৌত্ৰাদি
অনন্ত বংশ পৰম্পৰাকেও পিতৃ লােক বুলি জানিবা ।
অনন্ত বংশ পৰম্পৰাকেও পিতৃ লোক বুলি জানিবা।
পৰিচৰ্যাদি ঋষি সকলােৰ পৰা পিতৃ লোক হৈছে ; পিতৃ লােকৰ
পৰিচৰ্যাদি ঋষি সকলোৰ পৰা পিতৃ লোক হৈছে; পিতৃ লোকৰ
পৰা দেৱদানব, আৰু দেৱতা সকলৰ পৰাই এই চৰাচৰ জগত 'অনু ক্রমে
পৰা দেৱদানব, আৰু দেৱতা সকলৰ পৰাই এই চৰাচৰ জগত 'অনুক্ৰমে
উৎপন্ন হৈছে।
উৎপন্ন হৈছে।
পিতৃ লােকক রূপৰ পাত্ৰত কিম্বা ৰৌপ্য মিহলি থক। তাম্ৰাদি
পিতৃ লোকক ৰূপৰ পাত্ৰত কিম্বা ৰৌপ্য মিহলি থকা তাম্ৰাদি
পাত্ৰত শ্ৰদ্ধাৰে জল দান কৰিলে, তেঁও লােকৰ অতিশয় তৃপ্তি হয়।
পাত্ৰত শ্ৰদ্ধাৰে জল দান কৰিলে, তেঁও লোকৰ অতিশয় তৃপ্তি হয়।
দেৱকাৰ্যাপেক্ষা পি? কা অতি যত্ন পূৰ্ব্বক কৰিব লাগে।
দেৱকাৰ্যাপেক্ষা পিতৃ কাৰ্য্য় অতি যত্ন পূৰ্ব্বক কৰিব লাগে।
কেবল পিতৃ কাৰ্য্যৰ সহায়ৰ কাণ হে বেকাৰ্য্য বিশ্বদেব আবাহনাদি
কেবল পিতৃ কাৰ্য্যৰ সহায়ৰ কাৰণে হে বেৱকাৰ্য্য বিশ্বদেব আবাহনাদি
কৰা যায়। তাকে ন কৰিলে ৰাক্ষস বোৰে শ্ৰাদ্ধ নষ্ট কৰে। এই
কৰা যায়। তাকে ন কৰিলে ৰাক্ষস বোৰে শ্ৰাদ্ধ নষ্ট কৰে। এই
কাৰণে শ্রাদ্ধ কাৰ্যৰ পূৰ্বেই দেবকাৰ্য কৰা কৰ্তব্য।
কাৰণে শ্ৰাদ্ধ কাৰ্যৰ পূৰ্বে্বই দেবকাৰ্য কৰা কৰ্তব্য।
শ্রাদ্ধ কামৰ নিমিত্তে হাড়, এঙ্গাৰাদি নথকা শুচি আৰু নির্জন
শ্ৰাদ্ধ কামৰ নিমিত্তে হাড়, এঙ্গাৰাদি নথকা শুচি আৰু নিৰ্জন
ঠাইলৈ, তাক গােবৰ দ্বাৰা লেপন কৰিৰ লাগে। সেই ঠাই খন যদি
ঠাইলৈ, তাক গোবৰ দ্বাৰা লেপন কৰিব লাগে। সেই ঠাই খন যদি
আগয়ে দক্ষিণ দিকে ক্রমে এণ্ডলীয় ন হয় ; তেন্তে কোদালেৰে খানি
আগয়ে দক্ষিণ দিকে ক্ৰমে এণ্ঢলীয়া ন হয়; তেন্তে কোদালেৰে খানি
এঢলীয়া কৰিলব। শুচি অনাবৃত ঠাইত নদীৰ পাৰত আৰু নির্জনত
এণ্ঢলীয়া কৰিলব। শুচি অনাবৃত ঠাইত নদীৰ পাৰত আৰু নিৰ্জনত
শ্রাদ্ধৰ ঠাই কৰিলে পিতৃ সকল সন্তুষ্ট হয়। সেই ঠাইত কুশযুক্ত ভিন্ন ২
শ্ৰাদ্ধৰ ঠাই কৰিলে পিতৃ সকল সন্তুষ্ট হয়। সেই ঠাইত কুশযুক্ত ভিন্ন ২
আসন পাতি নিমন্ত্রিত ব্রাহ্মণ সকলে স্নানাচমন কৰিলে একে
আসন পাতি নিমন্ত্ৰিত ব্ৰাহ্মণ সকলে স্নানাচমন কৰিলে একে
একে প্রত্যেককে বহুবাৰ। দেৱ ৰাহ্মণৰ আসনত পুৰ্বাগ্র দুইকুশ, আৰু
একে প্ৰত্যেককে বহুৱাব। দেৱ ৰাহ্মণৰ আসনত পুৰ্ব্বাগ্ৰ দুইকুশ, আৰু
পিতৃ ব্রাহ্মণৰ দক্ষিণার্গ এককুশ প্রদান কৰিব। পিছে গন্ধ মালা ধুপ
পিতৃ ব্ৰাহ্মণৰ দক্ষিণাৰ্গ এককুশ প্ৰদান কৰিব। পিছে গন্ধ মালা ধুপ
দীলাদিৰে দেৱ ব্রাহ্মণক আগে আরু পিতৃ ব্রাক্ষণক পিছে পূজা কৰিব।
দীপাদিবে দেৱ ব্ৰাহ্মণক আগে আৰু পিতৃ ব্ৰাক্ষ্মণক পিছে পূজা কৰিব।
পিছে ব্রাহ্মণক কুশ আৰু তিল মিহলি অর্ঘ্যজল দান কৰি, সকলাের
পিছে ব্ৰাহ্মণক কুশ আৰু তিল মিহলি অৰ্ঘ্যজল দান কৰি, সকলোৰে
আজ্ঞা লৈ বক্ষমান ৰীতিক্রমে অগ্নিত হােম কৰিব। যদি নিজে গি
আজ্ঞা লৈ বক্ষমান ৰীতিক্ৰমে অগ্নিত হোম কৰিব। যদি নিজে অগ্নি
.
.