পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "PLEASE HANDLE THE BOOK CAREFULLY (৩৫) যেনাে ;-(মনুঃ তৃঃ অধ্যায়ৰ ১৫০ প্ৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
PLEASE HANDLE THE BOOK CAREFULLY
PLEASE HANDLE THE BOOK CAREFULLY
(৩৫)
(৩৫)
যেনাে ;-(মনুঃ তৃঃ অধ্যায়ৰ ১৫০ প্ৰা ১৬৬ শ্লোক পর্যন্ত ছোৰা)।
যেনো;-(মনুঃ তৃঃ অধ্যায়ৰ ১৫০ পৰা ১৬৬ শ্লোক পৰ্যন্ত ছোৰা)।
চতুর্দশ অধ্যায়।
চতুৰ্দ্দশ অধ্যায়।
শ্ৰাদ্ধৰ নিয়ম আৰু ঠাই নিৰূপণ
শ্ৰাদ্ধৰ নিয়ম আৰু ঠাই নিৰূপণ
আৰু পিতৃলােকৰ নাম।
আৰু পিতৃলোকৰ নাম।
শ্রদ্ধ কৰ্ম্ম উপস্থিত হলে তাৰ আগৰ দিন নাইবা শ্ৰাদ্ধ দিনে, কম
শ্ৰাদ্ধ কৰ্ম্ম উপস্থিত হলে তাৰ আগৰ দিনে নাইবা শ্ৰাদ্ধ দিনে, কম
পক্ষে অন্ততঃ তিনি জন যােগ্য ব্রাহ্মণক যথােচিত সম্মানেৰে নিমন্ত্রণ
পক্ষে অন্ততঃ তিনি জন যোগ্য ব্ৰাহ্মণক যথোচিত সম্মানেৰে নিমন্ত্ৰণ
কৰিব লাগে। ব্রাহ্মণ শ্রাদ্ধ নিমন্ত্রিত হলে, সেই দিনৰ পৰা শ্রাদ্ধ
কৰিব লাগে। ব্ৰাহ্মণ শ্ৰাদ্ধত নিমন্ত্ৰিত হলে, সেই দিনৰ পৰা শ্ৰাদ্ধ
হোৱা ৰাতি স্ত্রী গমনাদি পৰিত্যাগ কৰি পবিত্র ভাবে থাকিব আৰু
হোৱা ৰাতি স্ত্ৰী গমনাদি পৰিত্যাগ কৰি পবিত্ৰ ভাবে থাকিব আৰু
সন্ধ্যাদিত বাহিৰে বেদাদি শাস্ত্র পাঠ কৰিব নেলাগে। নিমন্ত্রণ কৰা
সন্ধ্যাদিত বাহিৰে বেদাদি শাস্ত্ৰ পাঠ কৰিব নেলাগে। নিমন্ত্ৰণ কৰা
ব্রাহ্মণৰ শৰীৰ ত পিই সকল অদৃশ্য ৰূপে অনুপ্রবেশ করে। আর্তে
ব্ৰাহ্মণৰ শৰীৰ ত পিতৃ সকল অদৃশ্য ৰূপে অনুপ্ৰবেশ কৰে। আৰু তেওঁ
লােক বহিলেও পিতৃলােকো বহে। দেৱ পিতৃ কামত উচিত নিয়মে
লোক বহিলেও পিতৃলোকো বহে। দেৱ পিতৃ কামত উচিত নিয়মে
নিমন্ত্রিত হৈও ব্রাহ্মণ যদি ব্রহ্মচৰ্য আৰু শ্ৰাদ্ধ ভােজনাদি নিয়ম পালন
নিমন্ত্ৰিত হৈও ব্ৰাহ্মণ যদি ব্ৰহ্মচৰ্য্য় আৰু শ্ৰাদ্ধ ভোজনাদি নিয়ম পালন
নকৰে, তেন্তে সেই পাপে তাৰ শুকৰ যােন প্রাপ্তি হয়। যি ব্রাহ্মণ
নকৰে, তেন্তে সেই পাপে তাৰ শুকৰ যোনী প্ৰাপ্তি হয়। যি ব্ৰাহ্মণ
শ্রদ্ধলৈ নিমন্ত্ৰিত হৈ স্ত্রী সম্ভোগাদি কৰে, শ্রাদ্ধ কৰ্তাৰ যি পাপ থাকে,
শ্ৰাদ্ধলৈ নিমন্ত্ৰিত হৈ স্ত্ৰী সম্ভোগাদি কৰে, শ্ৰাদ্ধ কৰ্ত্তাৰ যি পাপ থাকে,
সমস্ত তাৰ গাত সােমায় গৈ।
সমস্ত তাৰ গাত সোমায় গৈ।
পিতৃ সকল অতিশয় শান্ত আৰু শুচি আৰু সদাই ব্রহ্মচাৰী ভাবে
পিতৃ সকল অতিশয় শান্ত আৰু শুচি আৰু সদাই ব্ৰহ্মচাৰী ভাবে
থাকে। তেঁও লােক উদাৰ গুণ বিশিষ্ট মহাত্মা আৰু তেঁও লােক
থাকে। তেঁও লোক উদাৰ গুণ বিশিষ্ট মহাত্মা আৰু তেঁও লোক
দেৱত সকলৰে উপৰি, সেই দেখি তেঁও লােকক উপাসনা কৰিব
দেৱতা সকলৰো উপৰি, সেই দেখি তেঁও লোকক উপাসনা কৰিব
খুজিলে তেঁও লােকৰ নিচিনা হােৱা শ্ৰ কৰ্ত্তা আৰু কৰোতা
খুজিলে তেঁও লোকৰ নিচিনা হোৱা শ্ৰাদ্ধ কৰ্ত্তা আৰু কৰোতা
দুইৰো আবশ্যক।
দুইৰো আবশ্যক।
ব্রাহ্মণ সােপ, ক্ষত্রিয়ৰ হবিভুজ, বৈশ্যৰ আজাপ, আৰু পূত্ৰৰ পিছ
ব্ৰাহ্মণ সোমপ, ক্ষত্ৰিয়ৰ হবিভুজ, বৈশ্যৰ আজাপ, আৰু শূদ্ৰৰ পিতৃ
সকলৰ নাম সূকালি। ইয়াৰ ভিতৰত পুত্র বােৰ সােপ অঙ্গি-
সকলৰ নাম সূকালিন্। ইয়াৰ ভিতৰত ভৃগু পুত্ৰ বোৰ সোমপ অঙ্গি-
DISTRICT LIBRARY
DISTRICT LIBRARY
(HEM BARI' COLLECTION)
(HEM BARI' COLLECTION)