পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "(08) গুরুর অবাধ্য, যক্ষ্মারোগ, প্রবর্তন কারণে গরু আৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(08)
(08)
গুরুর অবাধ্য, যক্ষ্মারোগ, প্রবর্তন কারণে গরু আৰু ছাগলী ৰখিয়া
গুৰুৰ অবাধ্য, যক্ষ্মাৰোগী, প্ৰবৰ্ত্তন কাৰণে গৰু আৰু ছাগলী ৰখিয়া
হয়। পঞ্চযজ্ঞ নকরে, ব্রাহ্মণক হিংসা করে, ভাৱনা নর্তন (গান)
হয়। পঞ্চযজ্ঞ নকৰে, ব্ৰাহ্মণক হিংসা কৰে, ভাৱনা নৰ্ত্তন (গান)
বৃত্তিৰে প্রতিপালিত হয় ; আগে ব্রহ্মচারী বা সন্ন্যাস ধর্মধরি,
বৃত্তিৰে প্ৰতিপালিত হয়; আগে ব্ৰহ্মচাৰী বা সন্ন্যাস ধৰ্ম্মধৰি,
পিছত স্ত্রী-সম্পর্ক দ্বারাই ব্রহ্মচর্য নষ্ট করে, যি সবর্ণা বিয়া করা নাই,
পিছত স্ত্ৰী-সম্পৰ্ক দ্বাৰাই ব্ৰহ্মচৰ্য্য় নষ্ট কৰে, যি সবৰ্ণা বিয়া কৰা নাই,
যার স্ত্রীর উপপতি আছে, যি টকালৈ বেদ শিকায় সেই অধ্যাপক,
যাৰ স্ত্ৰীৰ উপপতি আছে, যি টকালৈ বেদ শিকায় সেই অধ্যাপক,
নিজর শিষ্য, যি শূদ্রক পঢ়ায়, যি যােনে নিয়মরমীয়াল আৰু কটুবা
নিজৰ শিষ্য, যি শূদ্ৰক পঢ়ায়, যি যোনে নিয়মৰমীয়াল আৰু কঠুবা
কথা কয়; যি জন যাজক, অকারণে মাক বাপেক আৰু গুরুক-
কথা কয়; যি জন যাজক, অকাৰণে মাক বাপেক আৰু গুৰুক-
পরিত্যাগ করিছে, যি ৰাহ্মণে পতিত লােক সহিতে পঢ়ে, আৰু
পৰিত্যাগ কৰিছে, যি ব্ৰাহ্মণে পতিত লোক সহিতে পঢ়ে, আৰু
কন্যা দানাদি সম্বন্ধি লােকে সহিতে মিলিছে ; যি জনে ঘর পুৰিছে
কন্যা দানাদি সম্বন্ধি লোকে সহিতে মিলিছে; যি জনে ঘৰ পুৰিছে
যি জনে মানুহ মাৰিবলৈ বিষ দিয়ে আৰু সমুদ্র যাত্রা করে, যি জনে
যি জনে মানুহ মাৰিবলৈ বিষ দিয়ে আৰু সমুদ্ৰ যাত্ৰা কৰে, যি জনে
বাপেকৰ লগত বিবাদ করে, আনর দ্বারাই ধন দি জুয়া খেলায়, মদ
বাপেকৰ লগত বিবাদ কৰে, আনৰ দ্বাৰাই ধন দি জুৱা খেলায়, মদ
খায়, অপবাদ যুক্ত লুকাই অধর্ম করে, ধনু শৰাদি সাজে, ডাঙ্গর
খায়, অপবাদ যুক্ত লুকাই অধৰ্ম্ম কৰে, ধনু শৰাদি সাজে, ডাঙ্গৰ
ভনীক বিয়া নিদিয়াকৈ মৰু ভনীক দিয়ে আৰু তেনেকুষা বিয়ারপতি,
ভনীক বিয়া নিদিয়াকৈ সৰু ভনীক দিয়ে আৰু তেনেকুৱা বিয়াৰপতি,
মিত্রদ্রোহী, যার অঙ্গহানী আৰু অঙ্গবিকৃতি, যার গলত মালাৰ নিচিনা
মিত্ৰদ্ৰোহী, যাৰ অঙ্গহানী আৰু অঙ্গবিকৃতি, যাৰ গলত মালাৰ নিচিনা
রেখা থাকে, যার ৱগা কুষ্ঠ আছে, যি জন দুষ্ট, কামুক আর বেদশাস্ত্র
ৰেখা থাকে, যাৰ ৱগা কুষ্ঠ আছে, যি জন দুষ্ট, কামুক আৰু বেদশাস্ত্ৰ
নিন্দা করে, যি জনে গরু, ঘোরা, হাতী, উট প্রভৃতি শিকায়, যি
নিন্দা কৰে, যি জনে গৰু, ঘোৰা, হাতী, উট প্ৰভৃতি শিকায়, যি
জনে নক্ষত্রাদি গণণা করি জীবিকা করে, যুদ্ধ শিখায় আৰু করে যি
জনে নক্ষত্ৰাদি গণণা কৰি জীবিকা কৰে, যুদ্ধ শিখায় আৰু কৰে যি
সেতু আৰু বান্ধ, বান্ধি পানীর সােত আন পিনে নিয়ে বা বন্ধ করে,
সেতু আৰু বান্ধ, বান্ধি পানীৰ সোত আন পিনে নিয়ে বা বন্ধ কৰে,
যি জনে ঠিকা কাম আৰু দূতৰ কাম করে, বেশ্যা স্ত্রী গমন করে,
যি জনে ঠিকা কাম আৰু দূতৰ কাম কৰে, বেশ্যা স্ত্ৰী গমন কৰে,
শুদ্র সেন্সর ছায়া জীবিকা নির্বাহ করে, অনেক জাতির যাজক,
শূদ্ৰ সেৱায় দ্বাৰা জীবিকা নিৰ্ব্বাহ কৰে, অনেক জাতিৰ যাজক,
আচার হীন, ধর্ম কামত উৎসাহ নকরে, ব্যাধি হৈ যার ভরি ডাঙ্গর
আচাৰ হীন, ধৰ্ম কামত উৎসাহ নকৰে, ব্যাধি হৈ যাৰ ভৰি ডাঙ্গৰ
হৈছে, নিজে কৃষি করি জীবিকা নির্বাহ করে, যি অনে অশানর
হৈছে, নিজে কৃষি কৰি জীবিকা নিৰ্ব্বাহ কৰে, যি জনে শ্মাশনৰ
কাম কৰে আৰু যি বিধবা বা সধবা পুনঃ বিয়া করে এই পাের,
কাম কৰে আৰু যি বিধবা বা সধবা পুনঃ বিয়া কৰে এই বোৰ,
ব্রাহ্মণক জ্ঞানী লােকে কেতিয়াও দে আৰ পি ফাধে বিক
ব্ৰাহ্মণক জ্ঞানী লোকে কেতিয়াও দেৱ আৰু পিতৃ কাৰ্য্য়ে হব্য়কব্য়
আৰু দানাদি নিবি দিলে কোনাে ফল নাই । পাপ হে হয়।
আৰু দানাদি নিদিব দিলে কোনো ফল নাই। পাপ হে হয়।