পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "(৩৩) সেই কামত একো ফল নাই। আৰু সি কেতিয়াও স্বর্গ লা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(৩৩)
(৩৩)
সেই কামত একো ফল নাই। আৰু সি কেতিয়াও স্বর্গ লাভয় অধিকারী
সেই কামত একো ফল নাই। আৰু সি কেতিয়াও স্বৰ্গ লাভয় অধিকাৰী
নহয়। যেনে ;-
নহয়। যেনে;-
যঃ সঙ্গতানি কুৰুতে মহা শ্রানে মানবঃ।
যঃ সঙ্গতানি কুৰুতে মহা শ্ৰাদ্ধেন মানবঃ।
স স্বৰ্গচ্চ্যবতে লোকাচ্ছাদ্ধামিত্ৰো দ্বিজাধমঃ।|
স স্বর্গচ্চ্যবতে লােকাচ্ছাদ্ধামিত্রে। দ্বিজাধমঃ ।
( ইতি মনুঃ তৃঃ অঃ ১৪০।
( ইতি মনুঃ তৃঃ অঃ ১৪০। )
ব্রাহ্মণক নিয়ম পূর্বক দক্ষিণ দান কবিলে দাতা আৰু দান গ্রহণকারী
ব্ৰাহ্মণক নিয়ম পূৰ্ব্বক দক্ষিণা দান কৰিলে দাতা আৰু দান গ্ৰহণকাৰী
এই দুই জনে ইহ পর উভর লোকে ফল লাভ করে। শ্রদ্ধে স্থল
এই দুইও জনে ইহ পৰ উভয় লোকে ফল লাভ কৰে। শ্ৰাদ্ধে স্থল
বিশেষে মিত্রকেই, ভােজন করাবলৈ পারে কিন্তু শত্রু যদি অতি
বিশেষে মিত্ৰকেই, ভোজন কৰাবলৈ পাৰে কিন্তু শত্ৰু যদি অতি
বিদ্বানাে হয় তথাপি তাক ভােজন কৰােৱা উচিত নহয়। শত্রুলােকে
বিদ্বানো হয় তথাপি তাক ভোজন কৰোৱা উচিত নহয়। শত্ৰুলোকে
শ্রাদ্ধীয় দ্রব্য ভােজন কৰিলে, পব লােকৰ পক্ষে একেবাৰেই নিল।
শ্ৰাদ্ধীয় দ্ৰব্য ভোজন কৰিলে, পৰ লোকৰ পক্ষে একেবাৰেই নিষ্ফল।
যেনে ;-
যেনে;-
কামঃ শ্রাদ্ধে হয়েéান্মত্ৰং নাভিৰূপ মপিত্বৰিম্ ।
কামঃ শ্ৰাৰ্দ্ধে হয়েৰ্চ্চান্মত্ৰং নাভিৰূপ মপিত্বৰিম্।
দ্বিষতাহি হৰিভুক্তং ভবতি প্ৰেত্যনিষ্ফলম।
দ্বিষতাহি হৰিৰ্ভুক্তং ভবতি প্ৰেত্যনিষ্ফলম।|
( ইতি মনুঃ তৃঃ অঃ ১৪৪।)
( ইতি মনুঃ তৃঃ অঃ ১৪৪।)
বেদ পারগ ঋগ্বেদী শাখাধ্যায়ী যজুৰ্বেদী কিম্বা সমাপাধ্যায়ী সামবেদ,
বেদ পাৰগ ঋগ্বেদী শাখাধ্যায়ী যজুৰ্ব্বেদী কিম্বা সমাপ্তাধ্যায়ী সামবেদী ,
এই তিনি ব্রাহ্মণর একজনও যার শ্রদ্ধত সম্মানিত হৈ ভােজন করে ;
এই তিনি ব্ৰাহ্মণৰ একজনও যাৰ শ্ৰাদ্ধত সম্মানিত হৈ ভোজন কৰে;
তার পিত্রাদি সপ্তম পুরুষর চিরস্থায়িনী তৃপ্তি লাভ হয়। এনেকুৱা
তাৰ পিত্ৰাদি সপ্তম পুৰুষৰ চিৰস্থায়িনী তৃপ্তি লাভ হয়। এনেকুৱা
ব্রাহ্মণৰ যদি নেপায়, তেন্তে মাতামহ, মামা, ভাগিন, শসুৰ, গুরু,
ব্ৰাহ্মণৰ যদি নেপায়, তেন্তে মাতামহ, মামা, ভাগিন, শসুৰ, গুৰু,
কন্যাৰ পুত্র, জামা, বন্ধু পুৰহিত, শিষ্যাদিকেই ভােজন কৰাৰ ।
কন্যাৰ পুত্ৰ, জামাতা, বন্ধু পুৰোহিত, শিষ্যাদিকেই ভোজন কৰাব।
যি ব্রাহ্মণে চুর করে, যি জন পতিত, জীব, নাস্তিক বল,
যি ব্ৰাহ্মণে চুৰ কৰে, যি জন পতিত, ক্লীব, নাস্তিক ধৰ্ম্মাৱলম্বী ,
বেদাধ্যায়ন করে; চর্ম রােগী, ছাতক্রীড়া করে, বহুকু বোলি
বেদাধ্যায়ন নকৰে; চৰ্ম্ম ৰোগী, দুতক্ৰীড়া কৰে, বহুযাজক বেজালি,
করে, প্রতিমা পরিচালক মাস বেচে বানিজ্য করি জীবিকা নির্বাহ
কৰে, প্ৰতিমা পৰিচাৰক মাংস বেচে বানিজ্য কৰি জীবিকা নিৰ্ব্বাহ
করে, গাঁওৰ বা মজার চাকরী করে, কুনখি, যার দাঁত ৰােয় কলা,
কৰে, গাঁওৰ বা ৰজাৰ চাকৰী কৰে, কুনখি, যাৰ দাঁত ৰোয় কলা,