পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "(৩২) হলেও ইয়াতকৈ বেচি ব্রাহ্মণ ভােজন কৰােৱা উচিত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(৩২)
(৩২)
হলেও ইয়াতকৈ বেচি ব্রাহ্মণ ভােজন কৰােৱা উচিত নহয়। কিয়নাে
হলেও ইয়াতকৈ বেচি ব্ৰাহ্মণ ভোজন কৰোৱা উচিত নহয়। কিয়নো
ব্রাহ্মণ বেচি হলে তোও লােৰ সেবা শুশ্রুষা আৰু যােগাযােগ্য বিচাৰ
ব্ৰাহ্মণ বেচি হলে তোওঁ লোকৰ সেৱা শুশ্ৰুষা আৰু যোগ্য়াযোগ্য বিচাৰ
কৰাৰ নিয়ম নেথাকে; এই হেঁকে কার্ষে ব্রাহ্মণ বেচি করা অনুচিত।
কৰাৰ নিয়ম নেথাকে; এই হেঁতুকে কাৰ্য্য়ে ব্ৰাহ্মণ বেচি কৰা অনুচিত।
মাহিলি শ্রাদ্ধ প্রতি অমাৱস্যায় আর বছৰেকীয়া শ্ৰদ্ধ মৃত্যু মাহ তিথি
মাহিলি শ্ৰাদ্ধ প্ৰতি অমাৱস্যায় আৰু বছৰেকীয়া শ্ৰদ্ধা মৃত্যু মাহ তিথি
মিলাত কৰিলে, পিতৃলােকৰ উপকাৰ হয়। যি লােকে এই পিতৃ কাৰ্য্য
মিলাত কৰিলে, পিতৃলোকৰ উপকাৰ হয়। যি লোকে এই পিতৃ কাৰ্য্য
যথা সময়ে নিয়মিত রূপে কৰি থাকে, তেঁওৰ ধন ধান্যাদি সম্পদ লাভ
যথা সময়ে নিয়মিত ৰূপে কৰি থাকে, তেঁওৰ ধন ধান্যাদি সম্পদ লাভ হয় |
পূজ্যম বেদাধ্যায়ী ব্রাহ্মণ দেৱ পিতৃ সম্বন্ধীয় হব্যব্যাদি অল্পবােৰ
পূজ্যত্তম বেদাধ্যায়ী ব্ৰাহ্মণক দেৱ পিতৃ সম্বন্ধীয় হব্যকব্যাদি অন্নবোৰ
প্ৰদান কৰা দাতা সকলৰ কৰ্তব্য। তেনেকুৰা ব্ৰাহ্মণক দান কৰিলে
প্ৰদান কৰা দাতা সকলৰ কৰ্ত্তব্য। তেনেকুৱা ব্ৰাহ্মণক দান কৰিলে
মহা ফল জন্মে।
মহা ফল জন্মে।
দেৱ-পিতৃ কাৰ্যে এটি বেদজ্ঞ ব্রাহ্মণ ভােজন কৰালেই সম্পূর্ণ ফল
দেৱ-পিতৃ কাৰ্য্য়ে এটি বেদজ্ঞ ব্ৰাহ্মণক ভোজন কৰালেই সম্পূৰ্ণ ফল
লাভ হব। বেদ ন জনা এক লক্ষ ব্রাহ্মণক ভােজন কৰালেও একো ফল
লাভ হব। বেদ ন জনা এক লক্ষ ব্ৰাহ্মণক ভোজন কৰালেও একো ফল
ন হব।
ন হব।
যি ব্ৰাহ্মণৰ উপৰী পুরুষ সকল বেদজ্ঞ আছিল, তেনেকুবা ব্রাহ্মণ বিচাৰ
যি ব্ৰাহ্মণৰ উপৰী পুৰুষ সকল বেদজ্ঞ আছিল, তেনেকুৱা ব্ৰাহ্মণ বিচাৰ
কৰি লােৱা উচিত। তেনে ব্রাহ্মণক দান কৰিলে, অতিথি সেৱাৰ নিচিনা
কৰি লোৱা উচিত। তেনে ব্ৰাহ্মণক দান কৰিলে, অতিথি সেৱাৰ নিচিনা
মহা ফল পােয়া যায়।
মহা ফল পোয়া যায়।|
শােণিত লগা হাত যেনে শােণিতেৰে ধুৰে কেতিৱাও নিকা নহয় ,
শোণিত লগা হাত যেনে শোণিতেৰে ধুলে কেতিয়াও নিকা নহয় ,
তেনেকুবা মূর্খ জ্ঞানহীন পাপী ব্রাহ্মণ নােক ভােজন কৰালেও পাপীৰ
তেনেকুৱা মূৰ্খ জ্ঞানহীন পাপী ব্ৰাহ্মণ লোকক ভোজন কৰালেও পাপীৰ
পাপ দূৰ নহৰ। এতেকে অতিশয় জ্ঞানী বেজ ব্রাহ্মণকেই হব্য কৰ্য
পাপ দূৰ নহয়। এতেকে অতিশয় জ্ঞানী বেদজ্ঞ ব্ৰাহ্মণকেই হব্য কৰ্য
এলাম কা উচিত।
প্ৰদান কৰা উচিত।
শ্ৰাদ্ধৰ কাৰ্য্য়ত শত্ৰু - মিত্ৰ উভয় ব্ৰাহ্মণকে নিমন্ত্ৰ কৰা উচিত নহয়।
এ কাৰ্যত শনির উভয় কে নিয়া কত নয়।
শত্ৰু ও নহয় মিত্ৰ ও নহয় তেনেকুৱা ব্ৰাহ্মণক শ্ৰাদ্ধত ভোজন কৰোৱা কৰ্ত্তব্য় |প্ৰায় শ্ৰাদ্ধাদিত কেৱল মিত্ৰ সকলে মাথোন ভোজন কৰে তেনে
ওর বিয়ে তেনে এক বা একা
আর তিলে নিন