পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৪২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( ৩ ) অতি যত্ৰেৰে গৃহস্থ ধৰ্ম্ম প্রতিপালন কৰিব লাগ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
( )
( ৩০)
অতি যত্ৰেৰে গৃহস্থ ধৰ্ম্ম প্রতিপালন কৰিব লাগে। দুর্বলেনিয় লােকে
অতি যত্নেৰে গৃহস্থ ধৰ্ম্ম প্ৰতিপালন কৰিব লাগে। দুৰ্ব্বলেন্দিয় লোকে
ইন্দ্রিয় বােবক নিয়মে নেৰাখিলে এই পৰিত্ৰ গৃহবাস ধর্ম প্রতিপালন কৰা
ইন্দ্ৰিয় বোৰক নিয়মে নেৰাখিলে এই পবিত্ৰ গৃহবাস ধৰ্ম্ম প্ৰতিপালন কৰা
কঠিন।
কঠিন।
যেনে;
যেনে;
ষি সকল, পিতৃ সকল, দেৱতা সকল, এওঁলােক এটাইয়ে গৃহ
ঋষি সকল, পিতৃ সকল, দেৱতা সকল, এওঁলোক এটাইয়ে গৃহ
লােক আশা কৰি থাকে। এতেকে এওঁলােকর প্রতি একান্ত মনে
লোকক আশা কৰি থাকে। এতেকে এওঁলোকৰ প্ৰতি একান্ত মনে
কৰ্তব্য কৰ্ম্ম বােৰ পালন কৰাই গৃহহ উচিত কৰ্ম্ম। অন্যান্য ধর্মতকৈ
কৰ্ত্তব্য কৰ্ম্ম বোৰ পালন কৰাই গৃহস্থৰ উচিত কৰ্ম্ম। অন্যান্য ধৰ্ম্মতকৈ
গৃহস্থর পক্ষে অতিথি সেবাই প্রধান ধর্ম।
গৃহস্থৰ পক্ষে অতিথি সেবাই প্ৰধান ধৰ্ম। যেনে;--
ন বৈ স্বয়ং তদশ্নীয়াদ তিথি অন্ন ভজয়েৎ।
ন বৈ স্বয়ং তদশ্নীয়াদ তিথি অন্ন ভজয়েৎ।
ধনং যশস্যমায়ুষং স্বর্গ্যাতিথি পূজল।
ধনং যশস্যমায়ুষং স্বৰ্গ্যাঞ্চতিথি পূজলম্।
(ইতি মনুঃ তৃঃ অঃ ১০৬ )
(ইতি মনুঃ তৃঃ অঃ ১০৬ )
অতিথি প্রসন্ন কৰাৰ বলেৰেই গৃহী লােকে ধন, যশ, আয়ুঃ আৰু স্বর্গ
অতিথি প্ৰসন্ন কৰাৰ বলেৰেই গৃহী লোকে ধন, যশ, আয়ুঃ আৰু স্বৰ্গ
লাভ কৰে। নকলে অতিথিকে সমান ব্যৱহার করা অনুচিত। অৱস্থা
লাভ কৰে। সকলো অতিথিকে সমান ব্যৱহাৰ কৰা অনুচিত। অৱস্থা
ভুযায়ী তিথিক তাৰতম্য কৰিব। অর্থাৎ উত্তম অভিথিক উত্তম রূপে,
নুযায়ী অতিথিক তাৰতম্য কৰিব। অৰ্থাৎ উত্তম অতিথিক উত্তম ৰূপে,
হনক হন রূপে আৰু সনক সমভাবে ব্যবহার গরু কৰিব
হীনক হীন ৰূপে আৰু সমানক সমভাবে ব্যবহাৰ আৰু শুশ্ৰূষা কৰিব
লাগে। আকাশে তলৰ তিনি বৰ্ণৰ লােকৰ অতিথি গণ্য নকৰিব। তথাপি
লাগে। ব্ৰাহ্মনে তলৰ তিনি বৰ্ণৰ লোকৰ অতিথি গণ্য ন কৰিব। তথাপি
অত্যাগত হলে দয়া কৰি খাব শুব দিয়া উচিত। বন্ধু জাতি আৰু গুৰু এও
অভ্য়াগত হলে দয়া কৰি খাব শুব দিয়া উচিত। বন্ধু জাতি আৰু গুৰু এওলোকেও অতিথি গণ্য ন হয়। লোক অভ্যাগত হলে, যথাসাধ্য শুশ্ৰূষা
কৰা স্বাভাবিক ধৰ্ম্ম। অতিথিক নদিয়াকৈ গৃহস্থ লোকে আগে খোবা
লােকেও অতিথি গণ্য ন হয়। লােক অভ্যাগত হলে, যথাসাধ্য বা
অনুচিত, কিন্তু নতুনকৈ বিয়া কৰি অনাস্ত্ৰী, বোৱাৰী বা দুহিতা, লৰা,
কৰা স্বাভাবিক অতিথিক নদিয়াকৈ গৃহ লােকে আগে খােবা
ৰোগী আৰু গৰ্ভবতী বোৰক অতিথিৰ আগে খুওবাক কোনো দোষ নাই।
অনুচিত, কিন্তু নতুনকৈ কি কৰি অনায়, বােৰী বা হিয়, শা,
যেনে,--
বােগী আৰু গৰ্ভৰত ৰােৰ অতিথিৰ আগে খুৎবা কোনাে নাে নাই।
সুবাসিণীঃ কমাৰাংশ্চ ৰগিনাে গভিশস্তথা।
সুবাসিণীঃ কমাৰাংশ্চ ৰগিনো গৰ্ভিনীস্তথা।
অতিথিভ্য়োহগ্ৰ এধৈতান ভোজয়েদ বিচাৰয়ণ।
অতিথিত্যোহ এবৈতান ভােজয়য়দ বিচাৰয়ণ ।
(ইতি মনুঃ তৃঃ অঃ ১১০ )