পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "(২৬) আর্য বিবাহ বলে তােমালােক দুই ও জনে গৃহস্থী ধৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
(২৬)
(২৬)
আর্য বিবাহ বলে তােমালােক দুই ও জনে গৃহস্থী ধৰ্ম্মাচৰণ কৰিব
আৰ্য বিবাহ বোলে "তোমালোক দুই ও জনে গৃহস্থী ধৰ্ম্মাচৰণ কৰিবা"
এই অনুৰোধ কৰি, বিধিৱতে অলঙ্কাদি সহিতে উচৰ্গা কৰি দৰাক
এই অনুৰোধ কৰি, বিধিৱতে অলঙ্কাৰাদি সহিতে উচৰ্গা কৰি দৰাক
যি কা দান করা যায় সি প্রজাপত্য বিবাহ। অশাস্ত্র মতে ইচ্ছা
যি কন্য়া দান কৰা যায় সি প্ৰজাপত্য বিবাহ। অশাস্ত্ৰ মতে স্বইচ্ছায়
ন্যাৰ পিৰাদিক আঃ কাক ধন দি যি কন্যা গ্ৰহণ কৰা হয়, তাকে
কন্যাৰ পিত্ৰাদিক আৰু কান্য়াক ধন দি যি কন্যা গ্ৰহণ কৰা হয়, তাকে
অাৰিক বিবাহ বলে। -কন্যা উভয়ে পৰস্পৰ প্ৰথমে মৈথুনে-
আসুৰিক বিবাহ বোলে। দৰা-কন্যা উভয়ে পৰস্পৰ প্ৰথমে মৈথুনে-
জায় মিল হৈ, পিছে হোমাদিৰ ৰাই বিবাহ সি কৰা গান্ধব; কল্প
চ্ছায় মিল হৈ, পিছে হোমাদিৰ দ্বাৰাই বিবাহ সিদ্ধ কৰাক গান্ধব্য়; কন্য়া
পক্ষৰ মানুহ বােৰক মাৰি কাটি, তাহাতৰ ঘৰ দুৱাৰ ভাজিক কটা
পক্ষৰ মানুহ বোৰক মাৰি কাটি, তাহাঁতৰ ঘৰ দুৱাৰ ভাঙ্গি কন্দা কটা
কৰাই, কন্যাক বলেৰে ধৰি আনি বিয়া কৰাকে রাক্ষস বিবাহ ফেলে।
কৰাই, কন্যাক বলেৰে ধৰি আনি বিয়া কৰাকে ৰাক্ষস বিবাহ বোলে।
টোপনি যােবা, এই অস্থিৰ ৰা বলিয়া হােৰ তিৰােতা নির্জন
টোপনি যোৱা,মদখাঈ অস্থিৰ বা বলিয়া হোৰা তিৰোতাক নিৰ্জন
ঠাইত গমন কৰাকে পৈশাচিক বিবাহ বােলে। এই আট বিধ বিবাহৰ
ঠাইত গমন কৰাকে পৈশাচিক বিবাহ বোলে। এই আট বিধ বিবাহৰ
মাজত এই পিচাশ বিয়া অতিশয় পাপ জনক আৰু অধর্ম।
মাজত এই পিচাশ বিয়া অতিশয় পাপ জনক আৰু অধৰ্ম্ম।
হদেক দান পূর্বক কন্যা দান কৰাই ব্ৰাহ্মণৰ পক্ষে উত্তম।
হস্তোদক দান পূৰ্ব্বক কন্যা দান কৰাই ব্ৰাহ্মণৰ পক্ষে উত্তম।
কত্রিয়াদি আন তিনি বর্ণৰ পৰম্পৰ ইচ্ছানুসাৰে অর্থাৎ কেবল কথাতেও
ক্ষত্ৰিয়াদি আন তিনি বৰ্ণৰ পৰম্পৰ ইচ্ছানুসাৰে অৰ্থাৎ কেবল কথাতেও
সিদ্ধ হয়।
কন্য়া দান সিদ্ধ হয়।
অনিন্দিতা স্ত্রী বিয়া কৰিলে অনিন্দিত সন্তান জন্মে। আজ নিন্দিত
অনিন্দিতা স্ত্ৰী বিয়া কৰিলে অনিন্দিত সন্তান জন্মে। আৰু নিন্দিত
বিবাহত মানুহৰ নিন্দিত সন্তান জন্ম ধৰে। এই হেঁকে পৰা পৰে
বিবাহত মানুহৰ নিন্দিত সন্তান জন্ম ধৰে। এই হেঁতুকে পৰা পক্ষে
নিন্দিত বিবাহ পৰিত্যাগ কৰিব লাগে।
নিন্দিত বিবাহ পৰিত্যাগ কৰিব লাগে।
একাদশ অধ্যায়।
একাদশ অধ্যায়।
স্ত্রীসহবাস, পুত্রোৎপাদন, কন্যাদান আৰু স্ত্রীক্ষা।
স্ত্ৰীসহবাস, পুত্ৰোৎপাদন, কন্যাদান আৰু স্ত্ৰীৰক্ষা।
ঋতুকালে অগই স্ত্রীগমন কৰিব। কেতিয়াও তুকাল উলম্বন
ঋতুকালে অবস্য়ই স্ত্ৰীগমন কৰিব। কেতিয়াও ঋতুকাল উলঙ্ঘন
কৰিব নে লাগে। খুকু কালৰ বাহিৰে অল্প সময়েও তাৰ্যাৰ তৃথ্য
কৰিব নে লাগে। ঋতু কালৰ বাহিৰে অন্য় সময়েও ভাৰ্যাৰ তৃপ্তাথে
ৰতি ইচ্ছা কৰা স্ত্রী-সহবাস কৰিব পাৰে ; কিন্তু কি ঋতু কানে, কি
ৰতি ইচ্ছা কৰা স্ত্ৰী-সহবাস কৰিব পাৰে; কিন্তু কি ঋতু কালে, কি
অন্য সময়ে চতুর্দশী, অষ্টমী অমাবস্যা, পূর্ণিমা, সংক্রান্তি আদি পর্বদিন
অন্য সময়ে চতুৰ্দশী, অষ্টমী অমাবস্যা, পূৰ্ণিমা, সংক্ৰান্তি আদি পৰ্ব্বদিন