পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( * ) বৃষলী কেন পীতস্য নিশ্বাসে পহস্য চ। তস্যাষ্ণৈব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
( * )
( ২৫ )
বৃষলী কেন পীতস্য নিশ্বাসে পহস্য চ।
বৃষলী কেন পীতস্য নিশ্বাসো পহতস্য চ।
তস্যাষ্ণৈব প্রসূতস্য নিষ্কৃতিণ বিধিয়তে। ১৯
তস্যাষ্ণৈব প্ৰসূতস্য নিষ্কৃতিণ বিধিয়তে।। ১৯
(ইতি ঃ অঃ)
(ইতি মনু ঃ তৃ ঃ অঃ)
চাৰিও বর্ণ আৰু পাল হিতাহিত জনক খ্রীলভাৰ উপায়
চাৰিও বৰ্ণৰ ইহ আৰু পৰকাল হিতাহিত জনক স্ত্ৰীলভাৰ উপায়
রূপ আঠ প্ৰকাৰ বিবাহ আছে। যেনে ব্রাহ্ম দৈৰ, আৰ্য্য, আজাপত্য,
স্বৰূপ আঠ প্ৰকাৰ বিবাহ আছে। যেনে ব্ৰাহ্ম দৈৱ, আৰ্য্য, প্ৰাজাপত্য,
অসুৰ গাৰূর্ন, ৰাক্ষস আৰু পৈশাচ,। এই আঠ একাৰ বিবাহৰ যি বি
অসুৰ গান্ধৰ্ব্ব, ৰাক্ষস আৰু পৈশাচ্,। এই আঠ
প্ৰকাৰ বিবাহৰ যি যি
বৰ্ণৰ যি যি বিবাহ উপযুক্ত আৰু যি বিবাহে যি গুণ দোষ জন্মে, আকৌ
বৰ্ণৰ যি যি বিবাহ উপযুক্ত আৰু যি বিবাহে যি গুণ দোষ জন্মে, আকৌ
বিবায়েৎপন্ন সন্তানৰ পৰা যি বােৰ গুণাগুণ উৎপন্ন হয়, এই সকল
বিবাহোৎপন্ন সন্তানৰ পৰা যি বোৰ গুণাগুণ উৎপন্ন হয়, এই সকল
কোৱা যাওক।
কোৱা যাওক।
এম ছয়টি বিবাহ অর্থাৎ ব্রাহ্ম, দৈব, আষ, প্রজাপত্য, অনুৰ
প্ৰথম ছয়টি বিবাহ অৰ্থাৎ ব্ৰাহ্ম, দৈব, আৰ্য, প্ৰজাপাত্য, অনুৰ
গান্ধর্ব এই কেইটি ব্ৰাহ্মণৰ পক্ষে বিহিত , শেষৰ পৰা চাৰিটি অর্থাৎ
গান্ধৰ্ব্ব এই কেইটি ব্ৰাহ্মণৰ পক্ষে বিহিত , শেষৰ পৰা চাৰিটি অৰ্থাৎ
অৰ, গান্ধর্ব, ৰাক্ষস আৰু পিশাচ এই ফেইটি ক্ষত্রিয়ৰ পক্ষে অবিহিত
অসুৰ, গান্ধৰ্ব্ব, ৰাক্ষস আৰু পিশাচ এই কেইটি ক্ষত্ৰিয়ৰ পক্ষে অবিহিত
ন হয়। বৈশ্য আৰু শূদ্ৰৰ পক্ষে অনুৰ, গন্ধর্ব আৰু পিশাচ এই
ন হয়। বৈশ্য আৰু শূদ্ৰৰ পক্ষে অসুৰ, গন্ধৰ্ব্ব আৰু পিশাচ এই
তিনিটা বিহিত বুলি জানিবা ।
তিনিটা বিহিত বুলি জানিবা।
এটাই কেইটি বিবাহৰ ভিতৰত পিশাচ আৰু অনুৰ এই দুটা
এটাই কেইটি বিবাহৰ ভিতৰত পিশাচ আৰু অসুৰ এই দুটী
অধর্য জনক। এই দুটি বিবাহ কৰা কেতিয়াও উচিত হয়।
অধৰ্ম্ম জনক। এই দুটি বিবাহ কৰা কেতিয়াও উচিত হয়।
কেতিয়াবা কেতিয়াবা মিশ্র বিবাহ হয় যেনে অর্জুন আৰু সুভদ্ৰাৰ
কেতিয়াবা কেতিয়াবা মিশ্ৰ বিবাহ হয় যেনে অৰ্জুন আৰু সুভদ্ৰাৰ
বিবাহ। এইটি বিবাহ গন্ধৰ আৰু ৰাক্ষস উভয় সংযােগে হৈছিল।
বিবাহ। এইটি বিবাহ গন্ধৰ্ব্ব আৰু ৰাক্ষস উভয় সংযোগে হৈছিল।
ছােৱালীক সবিশেষ বস্ত্রালঙ্কাৰে শােভিত আৰু সূন্মানীত কৰি
ছোৱালীক সবিশেষ বস্ত্ৰালঙ্কাৰে শোভিত আৰু সন্মানীত কৰি
বিধান, সদাচাৰী সুৰু দৰাক স্বয়ং নিমন্ত্রণ কৰি নি, বিয়া দিয়াকে
বিদ্বান, সদাচাৰী যুক্ত দৰাক স্বয়ং নিমন্ত্ৰণ কৰি নি, বিয়া দিয়াকে
ব্রাহ্ম বিবাহ যােলে। বেদাদিক মতে যজ্ঞ আৰম্ভ হলে সেই অক্ষত
ব্ৰাহ্ম বিবাহ যোলে। বেদাদিক মতে যজ্ঞ আৰম্ভ হলে সেই যজ্ঞত
ষােহিত অলঙ্কত (ভূষিত ৰা শােভিত কৰাই কাদান কৰাকে
পুৰোহিতক অলঙ্কৃত (ভূষিত ৰা শোভিত কৰাই কন্যাদান কৰাকে
দৈব বিবাহ বােলে। যদিৰ আৱশ্যক বুলি দৰাৰ পৰা যি এল
দৈব বিবাহ বোলে। যজ্ঞাদিৰ আৱশ্যক বুলি দৰাৰ পৰা যি এহাল কি দুহাল
হিলি লােৱ গৰু কি অদমূল্য লৈ বিধিৱতে কন্যাদান কৰিলে
হালোৱা গৰু কিম্বা অদমূল্য লৈ বিধিৱতে কন্যাদান কৰিলে