পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩৬: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( ২৪ ) কৰে ইস কি স্ব হাতিৰ নিচন খােজ কাঢ়ে যৰ লােম, কে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
( ২৪ )
( ২৪ )

কৰে
ইস কি স্ব হাতিৰ নিচন খােজ কাঢ়ে যৰ লােম, কেশ আৰু দাঁত
হংস কিম্বা হাতিৰ নিচিনা খোজ কাঢ়ে যাৰ লোম, কেশ আৰু দাঁত
সমান আৰু চুটি ন হয় ; এনেকুৱা কোমলঙ্গী ছােৱালীক বিয়া কৰিব
সমান আৰু চুটি ন হয়; এনেকুৱা কোমলঙ্গী ছোৱালীক বিয়া কৰিব
লাগে। যি ছােৱালীৰ ভায়েক নাই, নাইবা যাৰ বাপেকৰ ঠিক নাই,
লাগে। যি ছোৱালীৰ ভায়েক নাই, নাইবা যাৰ বাপেকৰ ঠিক নাই,
জানি মানুহে সেই ছােৱালিক জহৰ আৰু মদ খােবা লােকৰ পৰা
জানি মানুহে সেই ছোৱালিক জহৰা আৰু মদ খোবা লোকৰ পৰা
জন্ম আশঙ্কা কৰি বিয়া ন কৰিব।
জন্মা আশঙ্কা কৰি বিয়া ন কৰিব।
কলিত অর্থাৎ বর্তমান সময়ে চাৰিও জাতিৰে সবর্ণা ছােৱালী মাথােন
কলিত অৰ্থাৎ বৰ্তমান সময়ে চাৰিও জাতিৰে সবৰ্ণা ছোৱালী মাথোন
বিয়া কৰা নিয়ম আছে
বিয়া কৰা নিয়ম আছে। যদি উত্তমে হীন জাতীয়া তিৰোতাক বিয়া কৰে,
তেন্তে তাহাঁতৰ পুত্ৰ পৌত্ৰাদি সহিতে বংশানুক্ৰমে পতিত হয়।
মদি উত্তমে হীন জাতীয় তিৰােতাক বিয়া
শূদ্ৰা গমন কৰিলে ব্ৰাহ্মণৰ অধোগতি হয়, আকৌ সেই শূদ্ৰাৰ গৰ্ভে
তেন্তে তহতিৰ পুত্র পৌত্রাদি সহিতে বংশানুক্রমে পতিত হয়।
পুত্ৰ জন্মালে ব্ৰাহ্মণৰ ব্ৰহ্মন্য নে থাকে যেনে-
শূদ্রা গমন কৰিলে ব্রাহ্মণৰ অপােগতি হয়, আকৌ সেই শূদ্ৰাৰ গড়ে
শূদ্ৰাং শয়ন মাৰোপ্য ব্ৰাহ্মণোযাত্যধোগতিম্।
পুত্র জন্মালে ব্রাহ্মণৰ ব্ৰহ্মন্য নে থাকে যেনে-
জনয়িত্বা সুতং তস্যাং ব্ৰাহ্মণ্যা দেৱহীয়তে॥১৭॥
শূদ্ৰাং শয়ন মারােপ্য ব্রাহ্মণােত্যধােগতিম।
জনয়িত্ব। সুতং তস্যাং ব্রাহ্মণ্যা দেৱহীয়তে ॥১৭৷৷
( ইতি মনুঃ তৃঃ অং)
( ইতি মনুঃ তৃঃ অং)
যি ব্রাহ্মণৰ দেৱ পিতৃ আৰু অতিথিৰ কাৰ্য্যে শূদ্রা প্রধান অর্থাৎ গৃহিণীৰ
যি ব্ৰাহ্মণৰ দেৱ পিতৃ আৰু অতিথিৰ কাৰ্য্যে শূদ্ৰা প্ৰধান অৰ্থাৎ গৃহিণীৰ
নিচিনা হৈ উক্ত কামাত যােগ দিয়ে, তাৰ সেই হব্যকব্য দেবতা আৰু
নিচিনা হৈ উক্ত কামাত যোগ দিয়ে, তাৰ সেই হব্যকব্য দেবতা আৰু
পিতৃ লােকে গ্রহণ নকৰে; আৰু সেই গৃহী ব্রাহ্মণ সেই অতিথি সেবাৰ
পিতৃ লোকে গ্ৰহণ নকৰে; আৰু সেই গৃহী ব্ৰাহ্মণ সেই অতিথি সেবাৰ
বৰাই স্বর্গ লাভ কৰিবলৈ নােৱাৰে। শূদ্ৰাক চুমা খােৱা শুদ্ৰাৰ বিশ্বাসী
দ্বাৰাই স্বৰ্গ লাভ কৰিবলৈ নোৱাৰে। শূদ্ৰাক চুমা খোৱা শুদ্ৰাৰ বিশ্বাসী
হােৱা আৰু সূদ্ৰাৰ গর্ভে সন্তান জনােবা ব্রাহ্মণৰ কোনো প্ৰকাৰ
হোৱা আৰু সূদ্ৰাৰ গৰ্ভে সন্তান জন্মোৱা ব্ৰাহ্মণৰ কোনো প্ৰকাৰ
নিষ্কৃতি নাই। যেনে-
নিষ্কৃতি নাই। যেনে-
পূর্ব পূর্ব তিনি যুগ্মত ব্রাহ্মণাদি বর্ণ সকলে অসবর্ণা কন্যা ও বিয়া
পূৰ্ব্ব পূৰ্ব্ব তিনি যুগ্মত ব্ৰাহ্মণাদি বৰ্ণ সকলে অসবৰ্ণা কন্যাও বিয়া
কৰিছিল; কিন্তু বর্তমান কলি যুগত সেই নিয়ম ৰহিত হৈছে। সেই
কৰিছিল; কিন্তু বৰ্তমান কলি যুগত সেই নিয়ম ৰহিত হৈছে। সেই
দেখি এই পুতি বা বিবাহৰ নিয়ম প্রণালী বােৰ মিছা মিছি
দেখি এই পুথিত অসবৰ্না বিবাহৰ নিয়ম প্ৰণালী বোৰ মিছা মিছি
লেখি, পুথিৰ কলেবৰ বৃদ্ধি কৰা নগল।
লেখি, পুথিৰ কলেবৰ বৃদ্ধি কৰা নগল।