পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "দশম অধ্যায়। বিবাহ আৰু বিবাহ যােগ্যাযযাগ্য। সংস..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
দশম অধ্যায়।
দশম অধ্যায়।
বিবাহ আৰু বিবাহ যােগ্যাযযাগ্য।
বিবাহ আৰু বিবাহ যোগ্যাযোগ্য।
সংসাৰিক অর্থাৎ গৃহাশ্রমী লােক সকলে বিয়া কৰিব লাগে।
সংসাৰিক অৰ্থাৎ গৃহাশ্ৰমী লোক সকলে বিয়া কৰিব লাগে।
সকলে লােকে লক্ষণান্বিত সবর্ণা তিৰােতা বিয়া কৰিব । যি তিৰোতা
সকলো লোকে লক্ষণান্বিতা সবৰ্ণা তিৰোতা বিয়া কৰিব। যি তিৰোতা
মাতৃৰ অসপিণ্ডা অথাৎ সপ্তম পুরুষ পর্যন্ত স্বগােত্র বা পিণ্ডা ন হয়
মাতৃৰ অসপিণ্ডা অৰ্থাৎ সপ্তম পুৰুষ পৰ্য্য়ন্ত স্বগোত্ৰা বা স্বপিণ্ডা ন হয়
অর্থাৎ পিতৃ পক্ষৰ শ্ৰাদ্ধ সম্বন্ধীয় সন্ততিৰ পৰা উদ্ভৱ ন ; তেনেকুৱা
অৰ্থাৎ পিতৃ পক্ষৰ শ্ৰাদ্ধ সম্বন্ধীয় সন্ততিৰ পৰা উদ্ভৱ ন; তেনেকুৱা
তিৰােতই বিবাহ পূর্বক সহবাসৰ উপযুক্ত হয়। অতিশয় ধনী আৰু মানি
তিৰোতাই বিবাহ পূৰ্ব্বক সহবাসৰ উপযুক্ত হয়। অতিশয় ধনী আৰু মানি
হলেও নিম্ন লিখিত দহ কুলৰ কন্যা বিয়া ন কৰিব যেনে; হীন ক্রিয়া :
হলেও নিম্ন লিখিত দহ কুলৰ কন্যা বিয়া ন কৰিব যেনে; হীন ক্ৰিয়া :
অথাৎ জাত কৰ্ম্মাদি সংস্কাৰ ৰহিত; নিন্দুকয অর্থাৎ যি কুলে পুৰুষ
অৰ্থাৎ জাত কৰ্ম্মাদি সংস্কাৰ ৰহিত; নিষ্পুৰুষ অৰ্থাৎ যি কুলে পুৰুষ
নজন্মে, কেৱল কন্যা মাত্র জন্মি থাকে, নিশ্চল অর্থাৎ বেদাধ্যয়ন ৰহিত,
নজন্মে, কেৱল কন্যা মাত্ৰ জন্মি থাকে, নিশ্চল অৰ্থাৎ বেদাধ্যয়ন ৰহিত,
ৰােমশ অর্থাৎ বহুত লোম যুক্ত, গ্রহণী ৰাজ্য। (খেহ। অপদাৰ
ৰোমশ অৰ্থাৎ বহুত লোম যুক্ত, গ্ৰহণী ৰাজযক্ষ্মা। (খেহ)। অপস্মাৰ
(শুকাই যােৱ বা মৃগী ৰােগ) (শ্বেত ধল ও লােৱা) কুষ্ঠ ৰোগ
(শুকাই যোৱা বা মৃগী ৰোগ) (শ্বেত ধল ও লোৱা) কুষ্ঠ ৰোগ
( মহাৰােগ আক্রান্ত। এই দহ কুলে কেতিয়াও বিয়া ন কৰিব।
( মহাৰোগ ) আক্ৰান্ত। এই দহ কুলে কেতিয়াও বিয়া ন কৰিব।
যি তিৰােতাৰ কেশ পিঙ্গল । অলপ ৰঙ্গাৰে মিহলি মুগা বৰণ )
যি তিৰোতাৰ কেশ পিঙ্গল। অলপ ৰঙ্গাৰে মিহলি মুগা বৰণ )
নাইবা ৰা, যাৰ ছয় আঙ্গলি প্রভৃতি বেছি অঙ্গ থাকে, যিজনী চিৰ
নাইবা ৰজা, যাৰ ছয় আঙ্গলি প্ৰভৃতি বেছি অঙ্গ থাকে, যিজনী চিৰ
ৰাগিনী; যাৰ গাত লােম নাই, নাইবা বেচি লােম আছে, যি জনী
ৰোগিনী; যাৰ গাত লোম নাই, নাইবা বেচি লোম আছে, যি জনী
অতিশয় কথকী আকৌ যি জনীৰ চকু, পিঙ্গল বর্ণ, এনেকুৱা কন্যাক
অতিশয় কথকী আকৌ যি জনীৰ চকু, পিঙ্গল বৰ্ণ, এনেকুৱা কন্যাক
বিবাহ কৰিবৰ বিধি নাই। নক্ষত্র, গছ, নদী, ম্লেচ্ছ, পৰ্বত, চৰাই, সর্প,
বিবাহ কৰিবৰ বিধি নাই। নক্ষত্ৰ, গছ, নদী, ম্লেচ্ছ, পৰ্বত, চৰাই, সৰ্প,
আৰু সেৱা বােধক যি ছােৱালীৰ নাম তাক, আকৌ যাৰ নাম অতি
আৰু সেৱা বোধক যি ছোৱালীৰ নাম তাক, আকৌ যাৰ নাম অতি
ভয়ানক তাইকো বিয়া কৰিব নে লাগে। যি ছােৱালীৰ কোনাে
ভয়ানক তাইকো বিয়া কৰিব নে লাগে। যি ছোৱালীৰ কোনো
অঙ্গবিকৃতি নাই, যাৰ নাম সুখেৰে উচ্চাৰণ কৰিব পাৰি; বি এনীয়ে
অঙ্গবিকৃতি নাই, যাৰ নাম সুখেৰে উচ্চাৰণ কৰিব পাৰি; যি জনীয়ে
)