পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/৩১: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ ১৯ ] মােমাই, খুৰা, ঠো, শ্বশুৰ, পুৰােহিত নাইবা আন কোন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
[ ১৯ ]
[ ১৯ ]
মােমাই, খুৰা, ঠো, শ্বশুৰ, পুৰােহিত নাইবা আন কোনাে গুরু
মোমাই, খুৰা, জেঠা, শ্বশুৰ, পুৰোহিত নাইবা আন কোনো গুৰু
জন বয়সে সরু হলেও তেওঁ লােক আহিলে গাত্রোখান পূর্বক সেৱা
জন বয়সে সৰু হলেও তেওঁ লোক আহিলে গাত্ৰোখান পূৰ্ব্বক সেৱা
কৰিব। পিতৃ-মাতৃ উভয় পক্ষৰ পেহী আৰু জেঠী, মামী জ্যেষ্ঠ ভ্ৰাতাৰ
কৰিব। পিতৃ-মাতৃ উভয় পক্ষৰ পেহী আৰু জেঠী, মামী জ্যেষ্ঠ ভ্ৰাতাৰ
স্ত্রী আরু শাহ এও লােকক মাতৃ আরু গুরু পত্নীৰ নিচিনা ভৰিত ধৰি
স্ত্ৰী আৰু শাহু এওঁ লোকক মাতৃ আৰু গুৰু পত্নীৰ নিচিনা ভৰিত ধৰি
সেৱা শুশ্রুষা কৰিব লাগে। কিয়নাে এও লােক এটাই বিলাকে মাতৃ
সেৱা শুশ্ৰুষা কৰিব লাগে। কিয়নো এওঁ লোক এটাই বিলাকে মাতৃ
আৰু গুরু পত্নীৰ তুল্য মান্য।
আৰু গুৰু পত্নীৰ তুল্য মান্যা।
একে গ্রামৰ লােক সকলৰ মাজত দহ বছৰ বয়সৰ কম বেচিত
একে গ্ৰামৰ লোক সকলৰ মাজত দহ বছৰ বয়সৰ কম বেচিত
মান্যতাৰ তাৰতম্য নাই। আকৌ গান আরু ভা ওনার দলৰ মাজত
মান্যতাৰ তাৰতম্য নাই। আকৌ গান আৰু ভাওনাৰ দলৰ মাজত
পাচ বছৰ বয়সৰ কম বেচিত মান্যতাৰ কোনো ইতৰ বিশেষ নাই।
পাঁচ বছৰ বয়সৰ কম বেচিত মান্যতাৰ কোনো ইতৰ বিশেষ নাই।
প্ৰজাতিৰ মাজত ধন, সম্বন্ধ, বয়স শাস্ত্রমতে প্ৰৱৰ্তন কৰা লােক আৰু
স্বজাতিৰ মাজত ধন, সম্বন্ধ, বয়স শাস্ত্ৰমতে প্ৰৱৰ্তন কৰা লোক আৰু
বিদ্বান এই পাঁচ জন মান্যৱন্ত। এও লােকৰ মাজত আকৌ যাব বেচি
বিদ্বান এই পাঁচ জন মান্যৱন্ত। এওঁ লোকৰ মাজত আকৌ যাৰ বেচি
গুণ আছে ; 3েও সবাতকৈ মানী। আৰু নব্বই বছৰ বয়সীয়া শূদ্র
গুণ আছে; তেওঁ সবাতকৈ মানী। আৰু নব্বই বছৰ বয়সীয়া শূদ্ৰ
ব্রাহ্মনাদিৰ মানণীয়।
ব্ৰাহ্মনাদিৰ মানণীয়।
চাকা থকা ৰথ শকটাদি, অতিশয় বুড়া, ৰােগী অর্থাৎ শক্তিহীন,
চাকা থকা ৰথ শকটাদি, অতিশয় বুড়া, ৰোগী অৰ্থাৎ শক্তিহীন,
ভাবী, তিনােতা, বেদজ্ঞ ব্রাহ্মণ, ৰজা আৰু দৰা এই সকলােক যাবলৈ
ভাবী, তিৰোতা, বেদজ্ঞ ব্ৰাহ্মণ, ৰজা আৰু দৰা এই সকলোক যাবলৈ
আগে পথ এৰি দিব। যদি এওঁলােকৰ মাজত পৰস্পৰ লগ পাৰপৰা
আগে পথ এৰি দিব। যদি এওঁলোকৰ মাজত পৰস্পৰ লগ পাৰপৰা
ইম; তেন্তে বেদজ্ঞ ব্রাহ্মণ আৰু ৰজা সৰ্ব্বাপেক্ষা মানণীয়। বেদজ্ঞ
হয়; তেন্তে বেদজ্ঞ ব্ৰাহ্মণ আৰু ৰজা সৰ্ব্বাপেক্ষা মানণীয়। বেদজ্ঞ
ব্রাহ্মণ আকৌ ৰজাতকৈ বেচি মানী ॥ দহ জন উপাধ্যায়তকৈ সংস্কাৰাদি
ব্ৰাহ্মণ আকৌ ৰজাতকৈ বেচি মানী॥ দহ জন উপাধ্যায়তকৈ সংস্কাৰাদি
কর্তা আৰু পিতা বেচি আৰু মাতৃ পিতাতকৈ হেজাৰ গুণে বেছি ।
কৰ্ত্তা আৰু পিতা বেচি আৰু মাতৃ পিতাতকৈ হেজাৰ গুণে বেছি।
* যােনে উপনয়ন দি বিগ্ৰা আৰু বেদ শাস্ত্র শিকায় তেওঁক আচার্য্য
* যোনে উপনয়ন দি বিদ্য়া আৰু বেদ শাস্ত্ৰ শিকায় তেওঁক আচাৰ্য্য
বােলে। যি জনে জীবিকাৰ নিমিত্তে বেদ পঢ়ায় তেও © উপাধ্যায়,
বোলে। যি জনে জীবিকাৰ নিমিত্তে বেদ পঢ়ায় তেওঁ " উপাধ্যায়,"
যেনে সমস্ত সংস্কাৰাদি কৰাই অষেৰে প্রতি পালন করে, তেওঁৱেই
যেনে সমস্ত সংস্কাৰাদি কৰাই অন্নেৰে প্ৰতি পালন কৰে, তেওঁৱেই
পিতা আৰু গুরু।
পিতা আৰু গুৰু।