পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "[ 39 ] নৌকা যেনেকৈ বেচি ফাটু বা বিন্ধা না থাকিলেও কেৱ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
[ 39 ]
[ 39 ]
নৌকা যেনেকৈ বেচি ফাটু বা বিন্ধা না থাকিলেও কেৱল এটি ফাট
নৌকা যেনেকৈ বেচি ফাট্ বা বিন্ধা না থাকিলেও কেৱল এটি ফাট্
বা বিন্ধাৰেই পাণী সােমাই জলমগ্ন হয়। তেনেকুৱা ইন্দ্রিয়বোৰৰ
বা বিন্ধাৰেই পাণী সোমাই জলমগ্ন হয়। তেনেকুৱা ইন্দ্ৰিয়বোৰৰ
মাজতো যদি একটি ইন্দ্রিয়ও স্থলিত হয় ; তেন্তে সেই এটিৰ দ্বাৰাই
মাজতো যদি একটি ইন্দ্ৰিয়ও স্থলিত হয়; তেন্তে সেই এটিৰ দ্বাৰাই
পৰম জ্ঞান নষ্ট হয়। ইন্দ্রিয় বােৰ ক নিজ বশে ৰাখি, মনক সংযম্ (বন্ধ
পৰম জ্ঞান নষ্ট হয়। ইন্দ্ৰিয় বোৰক নিজবশে ৰাখি, মনক সংযম্ (বন্ধ
বা নিয়মাধীন ৰখা) কৰি, আৰু নিয়মিত উপায়ে শৰীৰ নীৰৰাগে ৰাখি,
বা নিয়মাধীন ৰখা) কৰি, আৰু নিয়মিত উপায়ে শৰীৰ নীৰোগে ৰাখি,
মানুহে সকলে কর্তব্য কাম সাধন কৰিব।
মানুহে সকলো কৰ্ত্তব্য় কাম সাধন কৰিব।
পুৱাতে স্নান কৰি সূৰ্য্য দর্শণ নােহােৱালৈকে এঠাইতে ঠিক দি,
পুৱাতে স্নান কৰি সূৰ্য্য দৰ্শণ নোহোৱালৈকে এঠাইতে ঠিক দি,
থাকি, সাবিত্রী জপ কৰিব আৰু গধূলিও নক্ষত্র দর্শণ নাে হােৱালৈকে
থাকি, সাবিত্ৰী জপ কৰিব আৰু গধূলিও নক্ষত্ৰ দৰ্শণ নো হোৱালৈকে
আসনত বহি একান্ত মনে জপ কৰিব ; তেনেহলে দিনৰ আৰু ৰাতিৰ
আসনত বহি একান্ত মনে জপ কৰিব; তেনেহলে দিনৰ আৰু ৰাতিৰ
কৰা উভয় পাপ নষ্ট হয়। যি বাহ্মণে ইয়াক ন কবে, সি
কৰা উভয় পাপ নষ্ট হয়। যি বাহ্মণে ইয়াক ন কবে, সি শূদ্ৰৰ নিচিনা
হৈ সকলো দ্বিজ কৰ্ম্মৰ পৰা বাহিৰ হয়। শূদ্র সকলােও সেই লেখিয়া
হৈ সকলো দ্বিজ কৰ্ম্মৰ পৰা বাহিৰ হয়। শূদ্ৰ সকলোও সেই লেখিয়া
ৰাতিপুৱা শুই উঠি, নিয়ম পূৰ্ব্বক শুচি হৈ, পূর্ব মুখে কঠ, বা ধাবতি হি
ৰাতিপুৱা শুই উঠি, নিয়ম পূৰ্ব্বক শুচি হৈ, পূৰ্ব মুখে কঠ্ বা ধাবাত বহি
গুরু দত্ত নাম জপ কৰিব আৰু সেইরূপে গধূলিও নাম সব, তেনেহলে
গুৰু দত্ত নাম জপ্ কৰিব আৰু সেইৰূপে গধূলিও নাম লব, তেনেহলে
শৃদরো অহর্নিশে কৰা পাপ মােচন হয়।
শৃদৰো অহৰ্নিশে কৰা পাপ মোচন হয়।

শূদ্ৰৰ নিচিনা
অষ্টম অধ্যায়।
অষ্টম অধ্যায়।
বিদ্যাদানৰ নিয়ম। সেৱাৰ মােগ্যাযযাগ্য ব্রাহ্মণ।
বিদ্যাদানৰ নিয়ম। সেৱাৰ যোগ্যাযোগ্য ব্ৰাহ্মণ।
উত্তম বীজ যেনেকুৱা ক্ষাৰযুক্ত মাটিত ৰুব নেলাগে, সেই রূপে
উত্তম বীজ যেনেকুৱা ক্ষাৰযুক্ত মাটিত ৰুব নেলাগে, সেইৰূপে
অধৰ্ম্মী আৰু সেৱা শুশ্রুষাদি নজনা আকৌ অর্থলাভ নো হােৱা ঠাইত
অধৰ্ম্মী আৰু সেৱা শুশ্ৰুষাদি নজনা আকৌ অৰ্থলাভ নো হোৱা ঠাইত
বিদ্যা আৰু জ্ঞান দান কৰা অনুচিত।
বিদ্যা আৰু জ্ঞান দান কৰা অনুচিত।
যেনে ;-ধৰ্ম্মার্থে। যত্রন স্যাং শুশ্রষা বাপি তদ্বিধা ।
যেনে;-ধৰ্ম্মাৰ্থৌ যত্ৰন স্যাতাং শুশ্ৰষা বাপি তদ্বিধা।
তত্র বিদ্বান ন বক্তব্য শুভং বীজমিােেষৰে ১১২
তত্ৰ বিদ্বান ন বক্তব্যা শুভং বীজমিবোষৰে ।। ১১২
(ইতি মনুঃ বিঃ অঃ)
(ইতি মনুঃ বিঃ অঃ)