পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "লোকে নিন্দা কৰে, আকৌ ৰূৰ্ণ প্ৰাপ্তি নয়। এতেকে অত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
লোকে নিন্দা কৰে, আকৌ ৰূৰ্ণ প্ৰাপ্তি নয়।
হয় । লোকে নিন্দা কয়ে, আকৌ স্বৰ্গ প্ৰাপ্তি ন হয়।
এতেকে অতি
এতেকে অতি ভোজন পৰিত্যাগ কৰা উচিত।
ব্ৰাহ্মণে সদাই ব্ৰহ্মতীৰ্থ, অশক্ত পক্ষে প্ৰজাপতি বা দৈবতীৰ্থ দ্বাৰাই
ভোন পৰিত্যাগ কৰা উচিত।
আচমন কৰিব; কিন্তু পিতৃতীৰ্থেৰে কেতিয়া ও আচমন ন কৰিব।
ব্ৰাহ্মণে সদাই ব্ৰহ্মতীৰ্থ, অশক্ত পক্ষে প্ৰজাপতি বা দৈবতীৰ্থ দ্বাৰাই
আচমন সময়ে ব্ৰহ্মাতীৰ্থ দ্বাৰাই প্ৰথমে তিনি বাৰ পানী খাব লাগে।
আচমন কৰিব; কিন্তু পিতৃতীৰ্থেৰ কেতিয়া ও আচমন ন কৰি।
পিছে ওষ্ঠ আৰু মুখ পানী সহিতে বুঢ়া অঙ্গুলিৰ গুৰিৰ ঘহিব লাগে
আচমন সময়ে বুহ্ম্যতীৰ্থ দ্বাৰাই প্ৰথমে তিনি বাৰ পানী খাব লাগে।
তাৰ পিছে পানীৰে মূখত পকা ইন্দ্ৰিয়ছিদ্ৰ সকল, বক্ষ:স্থল আৰু সুৰক্ৰমে
পিছে ওষ্ঠ আৰু মুখ পানী সহিতে বুঢ়া অঙ্গলিৰ গুৰিৰ ঘহিব লাগে
তাৰ পিছে পানীৰে মূখত পকা ইন্দ্ৰিয়ছিদ্ৰ সকল, বক্ষস্থল আৰু সুৰক্ৰমে
স্পৰ্শ কৰিব লাগে। ধৰ্মিষ্ঠ লোকে নিৰ্জন ঠাইত ৰহি উষ্ণীকৃত
স্পৰ্শ কৰিব লাগে। ধৰ্মিষ্ঠ লোকে নিৰ্জন ঠাইত ৰহি উষ্ণীকৃত
ঢাকন) আক ফেন নোহোৱা পানী লৈ ওপৰত কোৱা তীখেয়ে
ঢাকন) আক ফেন নোহোৱা পানী লৈ ওপৰত কোৱা তীৰ্থয়ে
আচমন কৰিব। আচমনৰ পানী বুহ্মণৰ হৃদয় পৰ্যন্ত, ক্ষত্ৰিয়ৰ কণ্ঠ
আচমন কৰিব। আচমনৰ পানী ব্ৰাহ্মণৰ হৃদয় পৰ্যন্ত, ক্ষত্ৰিয়ৰ কণ্ঠ
পৰ্ষা, বৈশ্যৰ জিঘা আৰু শূদ্ৰব ওষ্ঠব তল পৰ্য্যন্ত স্পৰ্শ কৰিলে শুচি
পৰ্য্য়ন্ত, বৈশ্যৰ জিহ্বা আৰু শূদ্ৰব ওষ্ঠব তল পৰ্য্যন্ত স্পৰ্শ কৰিলে শুচি হয় ।

যজ্ঞ সূৰ বা কাপোৰ বাম স্কন্ধব পৰা দণি কক্ষৰ নিয় পৰ্যন্ত
যজ্ঞ সূত্ৰ বা কাপোৰ বাম স্কন্ধব পৰা দক্ষিণ কক্ষৰ নিম্ন পৰ্যন্ত
লম্বমান থকাত,তাৰ মাজেদি দক্ষিণ বাহু নিক্ৰান্ত হলে তাকেই উপবীতী
লম্বমান থকাত,তাৰ মাজেদি দক্ষিণ বাহু নিক্ৰান্ত হলে তাকেই উপবীতী
বোল দক্ষিণ কান্ধৰ পৰা বাম কক্ষৰ (বগল বা বাহ মুলৰ) নিয়
বোলে দক্ষিণ কান্ধৰ পৰা বাম কক্ষৰ (বগলৰ বা বাহু মুলৰ) নিম্ন
পৰ্যন্ত লৰি থাকিলে, যদি তাৰ মাজেৰে বাম বাহ নিক্ষান্ত হয়;
পৰ্যন্ত লম্বিত থাকিলে, যদি তাৰ মাজেৰে বাম বাহু নিক্ৰান্ত হয়;
তেন্তে তাকে প্ৰাচীন। বীতী বোলে। বাৰ গত বুজ পুত্ৰ মালাৰ
তেন্তে তাকে প্ৰাচীনা বীতী বোলে। বাৰ গলত বজ্ৰ সুত্ৰ মালাৰ
নিচিনা ওলমাই ৰাখে তাকেই নিৰীতী দোলে।
নিচিনা ওলমাই ৰাখে তাকেই নিৰীতী বোলে।

মেখলা, চৰ্ম, লাখুটি উপবীত আৰু কমণ্ডলু এই বোৰ ছিঙ্গিলে
মেখলা, চৰ্ম্ম, লাখুটি উপবীত আৰু কমণ্ডলু এই বোৰ ছিঙ্গিলে
পানীত পেলাই মন্ত্ৰোচ্চাৰণ পূৰ্বক অন্য মেখলাদি লব।
পানীত পেলাই মন্ত্ৰোচ্চাৰণ পূৰ্ব্বক অন্য মেখলাদি লব।
বুঢ়া আঙ্গুলিব গুৰিৰ তল ভাগক বৃহ্মতীৰ্থ, কিনা আঙ্গুলি

মূলক প্ৰজাপতি, সমস্ত গাঙ্গুলিৰ আগ ভাগক দৈৰতীৰ্থ, তণী আৰু
বুঢ়া আঙ্গুলিৰ মাজ ভাগক পিতৃতীৰ্থ বলা যায়।
বুঢ়া আঙ্গুলিব গুৰিৰ তল ভাগক ব্ৰহ্মতীৰ্থ, কিনা আঙ্গুলি
মূলক প্ৰজাপতি, সমস্ত আঙ্গুলিৰ আগ ভাগক দৈবতীৰ্থ, তৰ্জ্জণী আৰু
+ এই নিয়ম চাৰি ও বৰ্ণে সতি কালে প্ৰতিপালন কৰা কৰ্তব্য।
বুঢ়া আঙ্গুলিৰ মাজ ভাগক পিতৃতীৰ্থ বোলা যায়।
+ এই নিয়ম চাৰি ও বৰ্ণে সৰ্ব্বতি কালে প্ৰতিপালন কৰা কৰ্তব্য।