পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( ১২ ) ব্ৰাহ্মণৰ উপবী কপাহি সুতা, ক্ষত্ৰিয়ৰ পন সূত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
( ১২ )
( ১২ )
ব্ৰাহ্মণৰ উপবী কপাহি সুতা, ক্ষত্ৰিয়ৰ পন সূতাৰ আৰ বৈশুৰ
ব্ৰাহ্মণৰ উপবীত কপাহি সুতাৰ, ক্ষত্ৰিয়ৰ শন সূতাৰ আৰ বৈশুৰ
মেষ দূতাৰে অথাৎ মেষৰ লোমৰ সজা সূতাৰে প্ৰস্তুত কৰিব লাগে।
মেষ সূতাৰে অৰ্থা মেষৰ লোমৰ সজা সূতাৰে প্ৰস্তুত কৰিব লাগে।
ইতিনি ডালি সুতা ওপৰ উপৰি ভাবে অবলম্বিত থাকিব লাগে।
ইতিনি ডালি সুতা ওপৰা উপৰি ভাবে অবলম্বিত থাকিব লাগে।

ব্ৰাহ্মণ বুহ্মচাৰীৰ দও বেলৰ নাইবা পলাশ, ক্ষত্ৰিয়ৰ বৰ গছৰ
ব্ৰাহ্মণ ব্ৰহ্মচাৰীৰ দণ্ড বেলৰ নাইবা পলাশৰ, ক্ষত্ৰিয়ৰ বৰ গছৰ
নাইবা ময়েৰ কাঠৰ আৰু বৈশৰ পীলু নাইবা ঔডৰৰ হব লাগে।
নাইবা খয়েৰ কাঠৰ আৰু বৈশ্যৰ পীলু নাইবা ঔডম্বৰৰ হব লাগে।
ব্ৰাহ্মণাদি তিনিও বৰ্ণৰে দণ্ড যথাক্ৰমে কেশ, বুকু আৰু নাৰ সমান
ব্ৰাহ্মণাদি তিনিও বৰ্ণৰে দণ্ড যথাক্ৰমে কেশ, বুকু আৰু নাকৰ সমান
হব লাগে। এনেকুবা লাকুটি লৈ বহ্মচাৰী সকলে সূৰ্য্য উপাসনান্তে
হব লাগে। এনেকুবা লাকুটি লৈ ব্ৰহ্মচাৰী সকলে সূৰ্য্য উপাসনান্তে
তিনি বাৰ অগ্নি প্ৰদক্ষিণ কৰি যথাক্ৰমে বাহ্মণেভবতি ভিক্ষাং দেহি”
তিনি বাৰ অগ্নি প্ৰদক্ষিণ কৰি যথাক্ৰমে ব্ৰাহ্মণে "ভবতি ভিক্ষাং দেহি”
বিয়ে “ভিক্ষা ভতি দেহি” আৰু বৈশ্যে “ভিক্ষা দেহি ভবতি”
ক্ষত্ৰিযে “ভিক্ষা ভবতি দেহি” আৰু বৈশ্যে “ভিক্ষা দেহি ভবতি”
বুলি ভিক্ষাচৰণ কৰি। যিবোৰ তিৰোতাৰ ঠাইত ভিক্ষা কৰিলে ভিক্ষা
বুলি ভিক্ষাচৰণ কৰিব। যিবোৰ তিৰোতাৰ ঠাইত ভিক্ষা কৰিলে ভিক্ষা
নিদি অপমান দিবৰ সম্ভৱ নাই,তেনেকুৱা তিৰোতাৰ ঠাইত অথাৎ আই,
নিদি অপমান দিবৰ সম্ভৱ নাই,তেনেকুৱা তিৰোতাৰ ঠাইত অথাৎ আই,
বাই, পেহী এনেকুবা সম্বন্ধীয়া বিলাকৰ ঠাইত প্ৰথমে ভিক্ষা যাচা
বাই, পেহী এনেকুবা সম্বন্ধীয়া বিলাকৰ ঠাইত প্ৰথমে ভিক্ষা যাচঞা
কৰিব লাগে।
কৰিব লাগে।

এইৰূপে আবশ্যকীয় খিনি ভিক্ষা কৰি আনি, অকপট চিত্তেৰে
এইৰূপে আবশ্যকীয় খিনি ভিক্ষা কৰি আনি, অকপট চিত্তেৰে
সকলে খিনি গুৰুক দিব পিছে আচমন পুৰ্ব্বক অস্কামী পূৰ্ব মুখে,
সকলে খিনি গুৰুক দিব পিছে আচমন পুৰ্ব্বক অযুস্কামী পূৰ্ব্ব মুখে,
যশঃকামী দক্ষিণ মুখে, সম্পদ,কামী পশ্চিম মুখে আৰু সত্যকামী উত্তৰ
যশঃকামী দক্ষিণ মুখে, সম্পদ্কামী পশ্চিম মুখে আৰু সত্যকামী উত্তৰ
মুখে বহি একান্তমনে ভোজন কাৰৰ লাগে। জেনান্তে আচমন পূৰ্বক
মুখে বহি একান্তমনে ভোজন কৰিব লাগে। ভোজনান্তে আচমন পূৰ্ব্বক
পানীৰে মুখৰ ছয়টি ইন্দ্ৰিয় স্পৰ্শ কৰিব। ভোজন সময় নিতৌ বহু
পানীৰে মুখৰ ছয়টি ইন্দ্ৰিয় স্পৰ্শ কৰিব। ভোজন সময় নিতৌ বহু
সমাদৰে অল্প গ্ৰহণ কৰিব। কোনো নিন্দা ন কৰিব। আয় দেখি
সমাদৰে অন্ন গ্ৰহণ কৰিব। কোনো নিন্দা ন কৰিব। অন্ন দেখি
সন্তুষ্ট হব। নিতৌ এই ৰূপে ভক্তিৰে সৈতে অন্ন ভোজন কৰিলে
সন্তুষ্ট হব। নিতৌ এই ৰূপে ভক্তিৰে সৈতে অন্ন ভোজন কৰিলে
শক্তিমান, মুখী আৰু বিদ্যাবত হয়। অশ্ৰদ্ধাৰে ভোজন কৰিলে একে
শক্তিমান, সুখী আৰু বিদ্যাবন্ত হয়। অশ্ৰদ্ধাৰে ভোজন কৰিলে একো
ফলন হয়; পৰ স্বাস্থ্যহানি বে হয়। আকৌ খাই এৰা অল্প অনিক
ফলন হয়; পৰন্তু স্বাস্থ্যহানি হে হয়। আকৌ খাই এৰা অন্ন আনক
নিদিব; পুয়া আৰু ৰাতি এই দুৱাৰত বাহিৰে আন কোন সময়ে নে
নিদিব; পুৱা আৰু ৰাতি এই দুৱাৰত বাহিৰে আন কোন সময়ে নে
ৰ। বেচিকৈ নে খাব। বেচি খালে বোগ, পৰমায়ু আৰু ধন গনি
খাব। বেচিকৈ নে খাব। বেচি খালে বোগ, পৰমায়ু আৰু ধন হানি