পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/২২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "( s.) যে অধ্যয়ন, ব্ৰহ্মচৰ্য্যাদি ব্ৰ প্ৰায় প্ৰাতঃ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
( ১০ )
( s.)
যে অধ্যয়ন, ব্ৰহ্মচৰ্য্যাদি ব্ৰ প্ৰায় প্ৰাতঃ হোম, ব্ৰহ্মচৰ্য সময়ে
বেদ অধ্যয়ন, ব্ৰহ্মচৰ্য্যাদি ব্ৰত স্বায়ং প্ৰাতঃ হোম, ব্ৰহ্মচৰ্য্য় সময়ে
দেৱ-ঋষিপিতৃ তৰ্পণ, গৃহাশ্ৰমী হৈ সন্তানোৎপাদন, ব্ৰহ্ম যজ্ঞাদি পঞ্চ
দেৱ-ঋষি-পিতৃ তৰ্পণ, গৃহাস্বাশ্ৰমী হৈ সন্তানোৎপাদন, ব্ৰহ্ম যজ্ঞাদি পঞ্চ
মহাষজ্ঞ প্ৰভৃতিয়ে এই মনুষ্য শৰীৰক ব্ৰক্ষ্ম প্ৰাপ্তিৰ উপযুক্ত কৰে।
মহাষজ্ঞ প্ৰভৃতিয়ে এই মনুষ্য শৰীৰক ব্ৰক্ষ্ম প্ৰাপ্তিৰ উপযুক্ত কৰে।

লৰা জন্মিলে নাড়ী কটাৰ পূৰ্বেই তাক গৃহে মন্ত্ৰেৰে 'সোম,
লৰা জন্মিলে নাড়ী কটাৰ পূৰ্ব্বই তাক স্বগৃহোক্ত মন্ত্ৰেৰে 'সোম,
মৌ আৰু ঘি খুৱাব লাগে। লৰ উপজিলে তাৰ নামকৰণ এগাৰ
মৌ আৰু ঘি খুৱাব লাগে। লৰা উপজিলে তাৰ নামকৰণ এগাৰ
দিনৰ দিনাখন নাইবা তাৰ অলপ, পিছতো যিদিনা জ্যোতিষমতে নক্ষত্ৰ
দিনৰ দিনাখন নাইবা তাৰ অলপ, পিছতো যিদিনা জ্যোতিষমতে নক্ষত্ৰ
আৰু লগ্নাদি শুদ্ধ হব, সেই দিনে কৰা উচিত। ব্ৰাহ্মণৰ মঙ্গল বোক,
আৰু লগ্নাদি শুদ্ধ হব, সেই দিনে কৰা উচিত। ব্ৰাহ্মণৰ মঙ্গল বোধক,
ক্ষত্ৰিখৰ বল বোধক, বৈশ্যৰ ধন বোধক, আৰু শূদ্ৰৰ হীনতা বোধক
ক্ষত্ৰিখৰ বল বোধক, বৈশ্যৰ ধন বোধক, আৰু শূদ্ৰৰ হীনতা বোধক
নাম ৰাৰিব লাগে। ব্ৰাহ্মণৰ নামৰ শেষত গৰ্ম্ম, ক্ষত্ৰিৰ বৰ্ম্মাদি ৰক্ষা
নাম ৰাখিব লাগে। ব্ৰাহ্মণৰ নামৰ শেষত গৰ্ম্ম, ক্ষত্ৰিয়ৰ বৰ্ম্মাদি ৰক্ষা
বোধক, বৈশ্যৰ ভূতি প্ৰভৃতি পুষ্টি (বৃদ্ধি পা পোষণ ) বোধক আৰু
বোধক, বৈশ্যৰ ভূতি প্ৰভৃতি পুষ্টি (বৃদ্ধি পা পোষণ ) বোধক আৰু
শূদ্ৰৰ নামৰ, শেষে দাসাদি প্ৰেব্য বোধ ক উপপদ যোগ কৰিব। যেনে-
শূদ্ৰৰ নামৰ, শেষে দাসাদি প্ৰেব্য বোধক উপপদ যোগ কৰিব। যেনে-
অনন্ত শৰ্মা, বসুভূতি আক দীন দাস ইত্যাদি। স্ত্ৰীৰ নাম এনেকুৱা
অনন্ত শৰ্মা, বসুভূতি আৰু দীন দাস ইত্যাদি। স্ত্ৰীৰ নাম এনেকুৱা
হব যেন সুখে উচ্চাৰণ কৰিব পাৰি; নিৰ্দয় আক কঠিন বাচক ন হয়,
হব যেন সুখে উচ্চাৰণ কৰিব পাৰি; নিৰ্দয় আক কঠিন বাচক ন হয়,
মনোহৰ আৰু আদৰ ভাব বুজায় অৰ্থৰ স্পষ্ট জ্ঞান জন্মে আৰু যেন দীৰ্ঘ
মনোহৰ আৰু আদৰ ভাব বুজায় অৰ্থৰ স্পষ্ট জ্ঞান জন্মে আৰু যেন দীৰ্ঘ
ৰান্ত হয়। যেনে, মঙ্গল। দেবী, অম্বিকা দেবী, হেমপ্ৰভা দাসী, সুশীলা
স্বৰান্ত হয়। যেনে, মঙ্গলা দেবী, অম্বিকা দেবী, হেমপ্ৰভা দাসী, সুশীলা
দাসী, মোহিনী ইত্যাদি।
দাসী, মোহিনী ইত্যাদি।
চতুৰ্থ মাহে সূৰ্য্য দৰ্শন কৰাবলৈ জন্ম ঘৰৰ পৰা জন্ম হোৱা লৰাক
চতুৰ্থ মাহে সূৰ্য্য দৰ্শন কৰাবলৈ জন্ম ঘৰৰ পৰা জন্ম হোৱা লৰাক
ৰাহিৰলৈ উলিয়াব লাগে। ইয়াকে নিমন সংস্কাৰ বোনে। ষষ্ঠ
বাহিৰলৈ উলিয়াব লাগে। ইয়াকে নিক্ৰমন সংস্কাৰ বোলে। ষষ্ঠ
মাহত লৰাৰ অন্নপ্ৰাসন কৰিব লাগে, নাইবা নিজৰ কুলধৰ্ম্ম অনুসাৰে
মাহত লৰাৰ অন্নপ্ৰাসন কৰিব লাগে, নাইবা নিজৰ কুলধৰ্ম্ম অনুসাৰে
যি সময় নিয়ম সেই সময়তো কৰিব।' তিৰ মতে সমুদাই দ্বিজাতি
যি সময় নিয়ম সেই সময়তো কৰিব।' শ্ৰতিৰ মতে সমুদাই দ্বিজাতি
সকলে প্ৰথম কি তৃতীয় বছৰে কুলাচাৰ অনুসাৰে চূড়াকৰণ সংস্কাৰ
সকলে প্ৰথম কিম্বা তৃতীয় বছৰে কুলাচাৰ অনুসাৰে চূড়াকৰণ সংস্কাৰ
কৰা উচিত।
কৰা উচিত।
গৰ্ভ সঞ্চাৰ হোবাৰ পৰা গণণা কৰি, ৰাহ্মণৰ আঠ ৰৰে কৰি
গৰ্ভ সঞ্চাৰ হোৱাৰ পৰা গণণা কৰি, ব্ৰাহ্মণৰ আঠ বছৰে ক্ষত্ৰিয়ৰ
এগাৰ বছৰে আৰু বৈশ্যৰ বাৰ বছৰে উপনয়ন কৰা উচিত। কিন্তু
এগাৰ বছৰে আৰু বৈশ্যৰ বাৰ বছৰে উপনয়ন কৰা উচিত। কিন্তু