পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/১৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ ইরি বােৰে সহিতে অবস্থান কৰে। যেতিয়া সেই..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
________________
( ৬ )


ইরি বােৰে সহিতে অবস্থান কৰে। যেতিয়া সেই পৰামায়া পৰমেশ্বৰ এই নিখিল সংসাৰ লয় হয়, তেতিয়া সেই সৰ্বভূতাত্মা অচিন্ত মনে পৰম সুখে টোপনি যায়।
ইন্দ্ৰিয় বোৰে সহিতে অবস্থান কৰে। যেতিয়া সেই পৰামাত্মা পৰমেশ্বৰত এই নিখিল সংসাৰ লয় হয়, তেতিয়া সেই সৰ্বভূতাত্মা অচিন্ত মনে পৰম সুখে টোপনি যায়।

তভীয় অধ্যায়। সময়বর্ণন, প্রলয়নিরুপণ।
তৃতীয় অধ্যায়।
| আৰু যুগ ধৰ্ম্ম। অষ্টাদশ নিমেষে এক কাষ্ঠা হয়। ত্রিশ কাষ্ঠায় এক কলা, ত্রিশ কলায় এক মুহূর্ত আৰু ত্রিশ মুহূর্তে এক অহােৰাত্র হয়। সুষই মনুষ্য আৰু দেৱতা সকলৰ অহাৰন ভাগ কৰে। ইয়াৰ ভিতৰত জীৱ সকলৰ ৰাতি টোপনি আৰু দিন কামকৰাৰ নিমিত্তে নির্দিষ্ট হৈছে। ডেৰকুৰি অহােৰা মানুহৰ এমাহ আৰু এইরূপ বাৰমাহে এবছৰ হয়। মানুহৰ এমাহে পিতৃলােকৰ এদিন এৰাতি হয়। তাৰ ভিতৰত কৃষ্ণ পক্ষে দিন আৰু শুরু পক্ষে ৰাতি। মানুহৰ এৱছৰে দেবতা সকলৰ এদিন এৰাতি হয়। উত্তৰায়ণ দিন আৰু দক্ষিণায়ন বাতি। এতিয়া ব্রহ্মাৰ দিন ৰাতিৰ পৰিমাণ কোৱা যাওক। দেৱতাৰ চাৰি হেজাৰ বছৰে মানুহৰ সত্যযুগ হয়। ইয়াৰ আদিৰ চাৰিশ বছৰে দিন আৰু শেষৰ চাৰিশ বছৰে ৰাতি হয়। অন্যান্য তিনি যুগত ক্ৰমে এশ এশ বছৰকৈ কমি যায়; অর্থাৎ দেবতা তিনিশ বছৰে ত্রেতা, দুশ’ : বছৰে দ্বাপৰ আৰু এশ বছৰে কলি যুগ হয়। এই মানুহৰ চারি ও যুগৰ ভিতৰত দেৱতাৰ ৰাৰ হেজাৰ বছৰ হয়। এই সময় তাঁহাতৰ এযুগ এই হিচাবে দৈৱ পৰিমাণৰ হেজাৰ যুগে ব্ৰহ্মাৰ এদিন আৰু এই পৰিমাণে তেও এরাতি

সময়বৰ্ণন, প্ৰলয়নিৰুপণ।

আৰু যুগ ধৰ্ম্ম।

অষ্টাদশ নিমেষে এক কাষ্ঠা হয়। ত্ৰিশ কাষ্ঠায় এক কলা, ত্ৰিশ কলায় এক মুহূৰ্ত আৰু ত্ৰিশ মুহূৰ্তে এক অহোৰাত্ৰ হয়। সূৰ্য্য়ই মনুষ্য আৰু দেৱতা সকলৰ অহোৰাত্ৰ ভাগ কৰে। ইয়াৰ ভিতৰত জীৱ সকলৰ ৰাতি টোপনি আৰু দিন কামকৰাৰ নিমিত্তে নিৰ্দিষ্ট হৈছে। ডেৰকুৰি অহোৰাত্ৰে মানুহৰ এমাহ আৰু এইৰূপ বাৰমাহে এবছৰ হয়। মানুহৰ এমাহে পিতৃলোকৰ এদিন এৰাতি হয়। তাৰ ভিতৰত কৃষ্ণ পক্ষে দিন আৰু শুক্ল পক্ষে ৰাতি। মানুহৰ এৱছৰে দেবতা সকলৰ এদিন এৰাতি হয়। উত্তৰায়ণ দিন আৰু দক্ষিণায়ন বাতি। এতিয়া ব্ৰহ্মাৰ দিন ৰাতিৰ পৰিমাণ কোৱা যাওক। দেৱতাৰ চাৰি হেজাৰ বছৰে মানুহৰ সত্যযুগ হয়। ইয়াৰ আদিৰ চাৰিশ বছৰে দিন আৰু শেষৰ চাৰিশ বছৰে ৰাতি হয়। অন্যান্য তিনি যুগত ক্ৰমে এশ এশ বছৰকৈ কমি যায়; অৰ্থাৎ দেবতাৰ তিনিশ বছৰে ত্ৰেতা, দুশ’ : বছৰে দ্বাপৰ আৰু এশ বছৰে কলি যুগ হয়। এই মানুহৰ চাৰি ও যুগৰ ভিতৰত দেৱতাৰ বাৰ হেজাৰ বছৰ হয়। এই সময় তাঁহাতৰ এযুগ এই হিচাবে দৈৱ পৰিমাণৰ হেজাৰ যুগে ব্ৰহ্মাৰ এদিন আৰু এই পৰিমাণে তেওৰ এৰাতি।