পৃষ্ঠা:হিন্দু-ধৰ্ম্ম-সাৰ.djvu/১৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ বির এক ইবি সকল সৃষ্টি কৰিলে। সেই ৰেৰ মাজত..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
________________
________________


বির এক ইবি সকল সৃষ্টি কৰিলে। সেই ৰেৰ মাজত ফাৰ্যক্ষ হাৰ আৰু পৰু আৰ• এই টিৰ মূৰ ৰয়ৰ তে বিদায় ইবি আৰু পৰু দূৰ সহিতে যােগ কৰি, জমে দেয়, মানুহ আৰু চৰাই আদি সকলাে জীৱকে মন কৰিলে।
বিষয় গ্ৰহনক্ষয় ইন্দ্ৰিয় সকল সৃষ্টি কৰিলে। সেই বোৰৰ মাজত অনন্ত কাৰ্য্য়ক্ষম অহঙ্কাৰ আৰু পঞ্চ ভস্মাত্ৰ• এই ছয়টিৰ সূক্ষ্মতম অবয়বক তেওঁৰ বিকায় ইন্দিয় আৰু পঞ্চ ভূতৰ সহিতে যোগ কৰি, ক্ৰমে দেৱ, মানুহ আৰু চৰাই আদি সকলো জীৱকে স্ৰজন কৰিলে।

মত্ত অহাৰ আৰু পৰু তার এই সাতোটি পূন ভুল পদাৰ্থৰ সূত্ৰাৰ পৰাই এই জগত সৃষ্টি হৈছে। অবিশী ফাৰণৰ পৰা আকাশাদি ভূত সকল প্রত্যেকে গুণ এহণ কৰিছে। তার ভিতৰত যি যিমান পদার্থেৰে সৃষ্টি তাৰ সিমান গুণ আছে -বেনে প্রথম ভূত আকাশৰ একগুণ শব্দ। বায়ুৰ দুই ভূত শব্দ আৰু স্পর্শ। অগ্নির তিনি গুণ শব্দ, স্পর্শ আৰু ৰূপ। পাণীৰ চতুর্থ ভূত শব্দ, স্পর্শ, ৰূপ আৰু ৰস। পঞ্চম ভূত পৃথিবীৰ পাচ ৩৭ শব্দ, স্পর্শ, রূপ, ৰস আৰু গন্ধ। ব্ৰক্ষ যজ্ঞ লৰ্য্য সম্পাদনৰ নিমিত্তে যথাক্রমে এফ, বন্ধু আৰু শাম এই তিন বােদ দোহন কৰিলে। আকৌ বেলানুক্রমে এটাইৰে পৃথক পৃথক্ নাম, কৰ্ম আৰু বৃত্তি বিভাগ কৰি দিলে। এই প্রভু কৰ্মাঙ্গভূত প্রাণী ইন্দ্রাদি আৰু সাধ্য নামে এই তিনি একাৰ সূক্ষ্ম, অসংখ্য দেৰতা আৰু সনাতন যজ্ঞ সকল সৃষ্টি কৰিলে। আকৌ কালৰ বিশেষ বিশেষ ভাগ বােৰ ; নক্ষত্র সমূহ, এহবােৰ, নদী, সমুহ, পৰ্বত সম আৰু বিষম ভূমি, তপ, বাক্য, সন্তোষ গম আৰু ক্রোধ এই বাের পদার্থ যেও প্রজা সৃষ্টিৰ অভিলাষেৰে উৎপাদন কৰিলে। কর্ম বিলাক ভাগ কৰিবৰ কাৰণে তেও ধৰ্মা-খৰ্মৰ বিচাৰ বিভাগ আৰু প্রজাবােৰৰ সুখ-দুঃখাদি ভাবে নিযুক্ত কৰিলে। খিছে পূক্ষ্ম আৰু পৰিণামী পঞ্চ তন্মাত্ৰৰ লগত এই সমুদায় সূক্ষ্মৰ পৰা ঘূণ আৰু পু তকৈও সুলতৰ কৰি আনুপূর্বিক ক্রমে সৃষ্টি করিলে। প্রভু পৰমেৰে
মহত্তত্ব অহকাৰত্ব আৰু পঞ্চ ভস্মাত্ৰ এই সাতোটি পূৰুষ তুল্য় পদাৰ্থৰ সূক্ষ্মমাত্ৰাৰ পৰাই এই জগত সৃষ্টি হৈছে। অবিৰাশী কাৰণৰ পৰা আকাশাদি ভূত সকল প্ৰত্যেকে গুণ গ্ৰহন কৰিছে। তাৰ ভিতৰত যি যিমান পদাৰ্থেৰে সৃষ্টি তাৰ সিমান গুণ আছে ;--যেনে প্ৰথম ভূত আকাশৰ একগুণ শব্দ। বায়ুৰ দুই ভূত শব্দ আৰু স্পৰ্শ। অগ্নিৰ তিনি গুণ শব্দ, স্পৰ্শ আৰু ৰূপ। পাণীৰ চতুৰ্থ ভূত শব্দ, স্পৰ্শ, ৰূপ আৰু ৰস। পঞ্চম ভূত পৃথিবীৰ পাচ গুণ শব্দ, স্পৰ্শ, ৰূপ, ৰস আৰু গন্ধ। ব্ৰক্ষা যজ্ঞ বীৰ্য্য সম্পাদনৰ নিমিত্তে যথাক্ৰমে ঋক, যজু আৰু শাম এই তিন বোদ দোহন কৰিলে। আকৌ বেদানুক্ৰমে এটাইৰে পৃথক পৃথক্ নাম, কৰ্ম্ম আৰু বৃত্তি বিভাগ কৰি দিলে। এই প্ৰভু কৰ্মাঙ্গভূত প্ৰাণধাৰী ইন্দ্ৰাদি আৰু সাধ্য নামে এই তিনি প্ৰকাৰ সূক্ষ্ম, অসংখ্য দেৱতা আৰু সনাতন যজ্ঞ সকল সৃষ্টি কৰিলে। আকৌ কালৰ বিশেষ বিশেষ ভাগ বোৰ; নক্ষত্ৰ সমূহ, গ্ৰহবোৰ, নদী, সমুহ, পৰ্বত সম আৰু বিষম ভূমি, তপস্য়া, বাক্য, সন্তোষ কাম আৰু ক্ৰোধ এই বোৰ পদাৰ্থ তেওঁ প্ৰজা সৃষ্টিৰ অভিলাষেৰে উৎপাদন কৰিলে। কৰ্ম বিলাক ভাগ কৰিবৰ কাৰণে তেও ধৰ্মা-ধৰ্মৰ বিচাৰ বিভাগ আৰু প্ৰজাবোৰৰ সুখ-দুঃখাদি দন্দ ভাবে নিযুক্ত কৰিলে। খিছে সূক্ষ্ম আৰু পৰিণামী পঞ্চ তন্মাত্ৰৰ লগত এই সমুদায় সূক্ষ্মৰ পৰা স্থুল আৰু স্থুলতকৈ স্থুলতৰ কৰি আনুপূৰ্বিক ক্ৰমে সৃষ্টি কৰিলে। প্ৰভু পৰমেশ্বয়ে
শব্দ স্পর্শ, রূপ, রস, গন্ধ
শব্দ স্পৰ্শ, ৰূপ, ৰস, গন্ধ
,
,