পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|আৰ্য্য সকলৰ জয়||৩}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
হৈছে।) ‘ৱিতদ্বষুৰৰুণ যুগ ভিৰশ্বৈ’<sup>৬</sup> (অৰুণ ৰণৰ ঘোঁৰাৰ ৰথত উষা
আৰ্য সকলৰ জয়
হৈছে।) ৱিতদ্বযুৰণ যুগ ভিৰখৈ ৬(অৰুণ ৰণৰ খোৰাৰ ৰখত উন্ন
দেৱী আহিছে।)
দেৱী আহিছে।)
{{Dhr|1em}}
যুত যোৰাৰ ব্যৱহাৰ-খৃষ্ট জন্মৰ দুহেজাৰ বছৰৰ আগতে

ৰেবিলনীয়াত ঘোৰ ব্যৱহাৰ কৰাৰ সমূলি প্ৰমাণ পোৱা নাযায়।
{{gap}} {{larger|'''যুদ্ধত ঘোঁৰাৰ ব্যৱহাৰ'''}}— খৃষ্ট জন্মৰ দুহেজাৰ বছৰৰ আগতে
তাত ৰথত গৰু বা গাধ সাঙুৰি দিয়া হৈছিল আৰু ঘোৰাক বনৰীয়া
বেবিলনীয়াত ঘোঁৰা ব্যৱহাৰ কৰাৰ সমূলি প্ৰমাণ পোৱা নাযায়।
গাধ কোৱা হৈছিল। বেবিলনীয়াৰ উত্তৰ পিনৰ পৰ্বতীয়া অঞ্চলত বাস
তাত ৰথত গৰু বা গাধ সাঙুৰি দিয়া হৈছিল আৰু ঘোঁৰাক বনৰীয়া
কৰা কেশীসকলে পোন পহিলতে মাল অনা-নিয়াত ঘোৰাৰ ব্যৱহাৰ
গাধ কোৱা হৈছিল। বেবিলনীয়াৰ উত্তৰ পিনৰ পৰ্ব্বতীয়া অঞ্চলত বাস
কৰা কেশীসকলে পোন পহিলতে মাল অনা-নিয়াত ঘোঁৰাৰ ব্যৱহাৰ
কৰিবলৈ লয়। তেওঁলোকে এই বনৰীয়া গাধক নিজৰ বশলৈ আনি
কৰিবলৈ লয়। তেওঁলোকে এই বনৰীয়া গাধক নিজৰ বশলৈ আনি
তাৰ ওপৰত উঠি শইচ চপোৱাৰ সময়ত বেবিলনীয়ালৈ আহিছিল।
তাৰ ওপৰত উঠি শইচ চপোৱাৰ সময়ত বেবিলনীয়ালৈ আহিছিল।
তেওঁলোকে বেবিলনীয়াৰ খেতিয়কহঁতক খেতি চপোৱাত সহায় কৰিছিল
তেওঁলোকে বেবিলনীয়াৰ খেতিয়কহঁতক খেতি চপোৱাত সহায় কৰিছিল
আৰু তাৰ বাবে বানচ হিচাপে পোৱ শইচখিনি নিজৰ ঘোৰাৰ ওপৰত
আৰু তাৰ বাবে বানচ হিচাপে পোৱ শইচখিনি নিজৰ ঘোঁৰাৰ ওপৰত
তুলি লৈ ঘৰলৈ উভতি গৈছিল। কেশীহঁতে যুদ্ধবিদ্যা একেবাৰে নাজানি-
তুলি লৈ ঘৰলৈ উভতি গৈছিল। কেশীহঁতে যুদ্ধবিদ্যা একেবাৰে নাজানিছিল।
ছিল। বেবিলনীয়াৰ মানুহৰ পৰাই তেওঁলোকে সেই বিদ্যা শিকে
বেবিলনীয়াৰ মানুহৰ পৰাই তেওঁলোকে সেই বিদ্যা শিকে
আৰু তেওঁলোকেই পোন পহিলতে যুদ্ধত ঘোঁৰাৰ ব্যৱহাৰ কৰে।
আৰু তেওঁলোকেই পোন পহিলতে যুদ্ধত ঘোঁৰাৰ ব্যৱহাৰ কৰে।<sup>৭</sup>

কেশীসকলৰ গন্দশ নামেৰে এজন ৰজাই নিজৰ অশ্বাৰোহী সেনাৰ
{{gap}}কেশীসকলৰ গন্দশ নামেৰে এজন ৰজাই নিজৰ অশ্বাৰোহী সেনাৰ
বলত খৃঃ পূৰ্ব ১৭৬০ চনত বেবিলনীয়াত সাৰ্বভৌম ৰাজ্য প্ৰতিষ্ঠা কৰে
বলত খৃঃ পূৰ্ব্ব ১৭৬০ চনত বেবিলনীয়াত সাৰ্ব্বভৌম ৰাজ্য প্ৰতিষ্ঠা কৰে
আৰু তেওঁৰ পিচতো তেওঁৰ বংশৰ ৰজাসকলে তাত ৰাজত্ব কৰিবলৈ
আৰু তেওঁৰ পিচতো তেওঁৰ বংশৰ ৰজাসকলে তাত ৰাজত্ব কৰিবলৈ
লয়। চমুকৈ কবলৈ গলে খৃষ্ট জন্মৰ ওঠৰ শ বছৰৰ আগত যুদ্ধত
লয়।<sup>৮</sup> চমুকৈ কবলৈ গলে খৃষ্ট জন্মৰ ওঠৰ শ বছৰৰ আগত যুদ্ধত
ঘেৰা ব্যৱহাৰ কৰাৰ প্ৰমাণ ক’তত পোৱা নাযায়; অথচ বেদত হলে
ঘোঁৰা ব্যৱহাৰ কৰাৰ প্ৰমাণ ক’তত পোৱা নাযায়; অথচ বেদত হলে
সকলো ঠাইতে ঘোঁৰাৰ গুৰুত্ব দেখুৱা হৈছে, তাৰ দ্বাৰা কেশীসকলৰ
সকলো ঠাইতে ঘোঁৰাৰ গুৰুত্ব দেখুৱা হৈছে, তাৰ দ্বাৰা কেশীসকলৰ
লগত ওচৰ সম্পৰ্কৰ প্ৰমাণ পোৱা যায়। ইয়াৰ পৰা স্পষ্ট ভাৱে জনা
লগত ওচৰ সম্পৰ্কৰ প্ৰমাণ পোৱা যায়। ইয়াৰ পৰা স্পষ্ট ভাৱে জনা
L. W. King : A History of Babylon (1915), p. 125
. Ibid, p. 214
পাদটীকা (noinclude):পাদটীকা (noinclude):
১ নং শাৰী: ১ নং শাৰী:

{{Rule|}}
<small>{{gap}} ৬. ঋগ্বেদ ৬।৬৫।২ <br/> {{gap}} ৭. L. W. King: ''A History of Babylon'' (1915), p. 125 <br/> {{gap}} ৮. Ibid, p. 214 </small>