পৃষ্ঠা:ভগৱান বুদ্ধ.djvu/৩৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|২||ভগৱান বুদ্ধ}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে এই ঋচাবোৰ অথবা এই সূক্ত উত্তৰ মেৰু
ভগৱান বুৰ
ইয়াৰ দ্বাৰা প্ৰমাণিত হয় যে এই ঋচাবোৰ অথবা এই সৰু উত্তৰ মেৰু
বা তাৰ ওচৰে-কাষৰে ৰচিত হোৱা নাছিল।
বা তাৰ ওচৰে-কাষৰে ৰচিত হোৱা নাছিল।

ইশতৰ-তেনেহলে ‘দীঘলীয়া সময়ৰ বাবে উষা পাতাললৈ যায়,
{{gap}} <big>'''ইশ্‌তৰ'''</big>— তেনেহলে ‘দীঘলীয়া সময়ৰ বাবে উষা পাতাললৈ যায়’,
ইয়াৰ কি অৰ্থ কৰা যায়? বাবিলনবাসী ৰাইজৰ মাজত অতি পুৰণি
ইয়াৰ কি অৰ্থ কৰা যায়? বাবিলনবাসী ৰাইজৰ মাজত অতি পুৰণি
কালৰে পৰা ইশতৰ দেৱী সম্বন্ধে চলি অহা উপকথা মনত পেলালে ইয়াৰ
কালৰে পৰা ইশ্‌তৰ দেৱী সম্বন্ধে চলি অহা উপকথা মনত পেলালে ইয়াৰ
অৰ্থ সহজতে বুজিব পৰা যায়। তমুজ’ বা ‘দমুৎসি’ (বৈদিক দমূন)
অৰ্থ সহজতে বুজিব পৰা যায়। ‘তন্মুজ’ বা ‘দমুৎসি’ (বৈদিক দমূনস্‌)
নামৰ দেৱতা জনৰ লগত ইশতৰৰ প্ৰেম হয়; কিন্তু তেওঁ হঠাতে মৰি
নামৰ দেৱতা জনৰ লগত ইশ্‌তৰৰ প্ৰেম হয়; কিন্তু তেওঁ হঠাতে মৰি
থাকে। তেতিয়া তেওঁক আকৌ জীয়াই ভোলাৰ কাৰণে অমৃত
থাকে। তেতিয়া তেওঁক আকৌ জীয়াই তোলাৰ কাৰণে অমৃত
অনাৰ উদ্দেশ্যে ইশতৰে পাতালত প্ৰৱেশ কৰে। তাৰ ৰাণী অল্লতু
অনাৰ উদ্দেশ্যে ইশ্‌তৰে পাতালত প্ৰৱেশ কৰে। তাৰ ৰাণী অল্লতু
হল ইশতৰৰ ভনীয়েক। তেওঁ ইশতৰক বৰ যন্ত্ৰণা দিয়ে; ক্ৰমে ক্ৰমে
হল ইশ্‌তৰৰ ভনীয়েক। তেওঁ ইশ্‌তৰক বৰ যন্ত্ৰণা দিয়ে; ক্ৰমে ক্ৰমে
ইশতৰৰ গহনাবোৰ খহাই নি তেওঁক ৰুগীয়া কৰি পেলায় আৰু বন্দী
ইশ্‌তৰৰ গহনাবোৰ খহাই নি তেওঁক ৰুগীয়া কৰি পেলায় আৰু বন্দী
কৰি ৰাখে। এইদৰে চাৰি কি ছ মাহ কাৰা-নিৰ্যাতন ভোগ কৰাৰ
কৰি ৰাখে। এইদৰে চাৰি কি ছ মাহ কাৰা-নিৰ্য্যাতন ভোগ কৰাৰ
পিচত অল্পতুৰ পৰা ইশতৰে অমৃত যোগাৰ কৰে আৰু তাৰ পিচত
পিচত অল্লতুৰ পৰা ইশ্‌তৰে অমৃত যোগাৰ কৰে আৰু তাৰ পিচত
পৃথিবীলৈ উভতি আহে। ইশত সম্বন্ধে আৰু ভালেমান উপকথা
পৃথিবীলৈ উভতি আহে। ইশ্‌তৰে সম্বন্ধে আৰু ভালেমান উপকথা
আছে; কিন্তু তাৰ ভিতৰত এইটো কাহিনীয়ে প্ৰধান। সমগ্ৰ বেবিলনীয়
আছে; কিন্তু তাৰ ভিতৰত এইটো কাহিনীয়ে প্ৰধান। সমগ্ৰ বেবিলনীয়
সাহিত্যত এই কাহিনী বৰ্ণনা পোৱা যায়। গতিকে এই উপকথাৰ
সাহিত্যত এই কাহিনী বৰ্ণনা পোৱা যায়। গতিকে এই উপকথাৰ
লগতে যে ঋগ্বেদৰ এনে ধৰণৰ চাবোৰৰ সম্পৰ্ক আছে, সেই বিষয়ত
লগতে যে ঋগ্বেদৰ এনে ধৰণৰ ঋচাবোৰৰ সম্পৰ্ক আছে, সেই বিষয়ত
কোনো সন্দেহ নাই।
কোনো সন্দেহ নাই।<sup>৪</sup>

ইতৰ পাতালৰ পৰা ওলাই অহা ঋতুত তেওঁৰ উৎসৱ পতা
{{gap}} ইশ্‌তৰে পাতালৰ পৰা ওলাই অহা ঋতুত তেওঁৰ উৎসৱ পতা
হৈছিল। ৰঙা গৰুৰ গাড়ীত তেওঁৰ ৰথ যাত্ৰা বাহিৰ কৰা হৈছিল।
হৈছিল। ৰঙা গৰুৰ গাড়ীত তেওঁৰ ৰথ যাত্ৰা বাহিৰ কৰা হৈছিল।
যোৰা পোৱা হলত পিচত ঘোৰায়ো ৰথ টানিবলৈ ললে। ‘এষা
ঘোঁৰা পোৱা হলত পিচত ঘোঁৰায়ো ৰথ টানিবলৈ ললে। ‘এষা
গোভিৰুণেভিযুজানা (সেই উবা, যাৰ ৰথত ৰঙা গৰু জুতি দিয়া
গোভিৰৰুণেভিৰ্যুজানা<sup>৫</sup> (সেই উষা, যাৰ ৰথত ৰঙা গৰু জুতি দিয়া
8. Lewis Spence : Myths and Legends of Babylonia and
Assyria (1926), pp. 125-131
পাদটীকা (noinclude):পাদটীকা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{Rule|}}
<small>{{gap}}
৪. ''Lewis Spence : Myths and Legends of Babylonia and
Assyria'' (1926), pp. 125-131 <br/> {{gap}} ৫. ঋগ্বেদ ৫।৮০।৩ </small>