পৃষ্ঠা:কনফুচিয়াছ.djvu/১৩৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ কনফুচিয়াছ হয় বুলি সদায় উদ্বিগ্ন হৈ থা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|১২৬|কনফুচিয়াছ|}}
{{playscript/s|gap=3}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{playscript/e|gap=3|হয় বুলি সদায় উদ্বিগ্ন হৈ থাকে আৰু যদি পদটো হেৰুৱাবৰ উপক্ৰম হয় তেতিয়া পদ ৰক্ষাৰ বাবে এনে মানুহে কৰিব নোৱাৰা একো কামেই নাই। }}
________________


{{playscript|gap=3|৪১। |মানুহে তোমাক নাজানে বুলি আক্ষেপ নকৰিবা। এনে ভাবে কাম যাতে তুমি মানুহে জানিবৰ যোগ্য হোৱা। }}
কনফুচিয়াছ হয় বুলি সদায় উদ্বিগ্ন হৈ থাকে আৰু যদি পাটো হেৰুৱাবৰ উপক্ৰম হয় তেতিয়া পদ ৰাৰ বাবে এনে

মানুহে কৰিব নোৱাৰা একো কামেই নাই। ৪১। মানুহে তোক নাজানে বুলি বাপে নকৰিবা। এনে
ভাবে কাম যাতে তুমি মানুহে জানিবৰ বোগ্য হোৱা। ৪২। আইন শৃধা নোহোৱা ৰাজ্যই বা ব্যক্তি কামত সাহস
{{playscript|gap=3|৪২। |আইন শৃঙ্খলা নোহোৱা ৰাজ্যই বা ব্যক্তি কামত সাহস দেখুৱা বেয়া নহয় কিন্তু কথা কওতে সাবধান হব লাগে। }}

দেখুৱা বেয়া নহয় কিন্তু কথা কওতে সাবধান হব লাগে। ৪৩। নিজৰ প্ৰতি কঠোৰ আৰু আনৰ এৰি উদাৰ হোৱা
{{playscript|gap=3|৪৩। |নিজৰ প্ৰতি কঠোৰ আৰু আনৰ এৰি উদাৰ হোৱা মানুহক আনে খং কৰিবৰ সুচল নাপায়। }}
মানুহক আনে খং কৰিবৰ সুচল নাপায়। ৪৪। সময় থাকোতে চিন্তা আৰু পৰিকল্পনা নকৰা লোকে

বিপদ দুৱাৰদলিতে পায়। ৪৫। নাজ্জিত ভাষাই কোনজন মানুহ ভাল কোনজৰ মানুহ
{{playscript|gap=3|৪৪। |সময় থাকোতে চিন্তা আৰু পৰিকল্পনা নকৰা লোকে বিপদ দুৱাৰদলিতে পায়। }}
বেয়া তাৰ ধাৰণা সম্পৰ্কে আমাৰ মনত বাউল গায়। সামান্য ক্ষতি আৰু সৰু-সুৰা অসুবিধা সহ কৰিব

নোৱাৰা লোকে ডাঙৰ পৰিকল্পনা নষ্ট কৰে। ৪৬। অভিজাত বা কুলীন লোক সম্বন্ধে আলোচনা কৰতে
{{playscript|gap=3|৪৫। |মাৰ্জ্জিত ভাষাই কোনজন মানুহ ভাল কোনজন মানুহ বেয়া তাৰ ধাৰণা সম্পৰ্কে আমাৰ মনত আউল লগায়। সামান্য ক্ষতি আৰু সৰু-সুৰা অসুবিধা সহ্য কৰিব নোৱাৰা লোকে ডাঙৰ পৰিকল্পনা নষ্ট কৰে। }}
তেনেমানুহৰ শক্তি প্ৰশংসা কৰাতকৈ মনোবৃত্তিৰহে

প্ৰশংসা কৰিবা। ৪৭। দয়াৰ প্ৰতিদান দয়া, বেয়াকামৰ প্ৰতিদান স্যায়বিধান। ৪৮। দয়াৰ বিনিময়ে দয়া পালে মানুহ ভাল কাম কৰিবলৈ
{{playscript|gap=3|৪৬। |অভিজাত বা কুলীন লোক সম্বন্ধে আলোচনা কৰোতে তেনেমানুহৰ শক্তিৰ প্ৰশংসা কৰাতকৈ মনোবৃত্তিৰহে প্ৰশংসা কৰিবা। }}
উৎসাহিত হয়। বেয়াকামৰ বাবে শান্তি পালে মানুহে বেয়াকাম নকৰিবলৈ সাবধান হয়।

{{playscript|gap=3|৪৭। |দয়াৰ প্ৰতিদান দয়া, বেয়াকামৰ প্ৰতিদান ন্যায়বিধান। }}

{{playscript|gap=3|৪৮। |দয়াৰ বিনিময়ে দয়া পালে মানুহ ভাল কাম কৰিবলৈ উৎসাহিত হয়। বেয়াকামৰ বাবে শান্তি পালে মানুহে বেয়াকাম নকৰিবলৈ সাবধান হয়। }}