পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮২: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "মালিনী ভদ্ৰলোকে জানিলে, মালিনী-কমলিনী সৰোজ-মিহিৰ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||মালিনী|৭৫}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
মালিনী
ভদ্ৰলোকে জানিলে, মালিনী-কমলিনী সৰোজ-মিহিৰাভিমুখিনী।
ভদ্ৰলোকে জানিলে, মালিনী-কমলিনী সৰোজ-মিহিৰাভিমুখিনী।
মালিনী যদিও যৌবন-আক্ৰান্ত। যুবতী তথাপি সোজ তেওঁৰ
মালিনী যদিও যৌবন-আক্ৰান্তা যুবতী তথাপি সৰোজ তেওঁৰ
ভাবী স্বামী ইয়াকে জানি ৰাজা বা ৰাণী কোনেও তেওঁলোকৰ
ভাবী স্বামী ইয়াকে জানি ৰাজা বা ৰাণী কোনেও তেওঁলোকৰ
প্ৰণয়ত ব্যাঘাত জন্মোৱা নাছিল। তেওঁলোক দুইজনেও মনৰ
প্ৰণয়ত ব্যাঘাত জন্মোৱা নাছিল। তেওঁলোক দুইজনেও মনৰ
আনন্দৰে কাল কটাইছিল। কিন্তু হায়! এই সংসাৰত যি
আনন্দৰে কাল কটাইছিল। কিন্তু হায়! এই সংসাৰত যি
যেনে আশা কৰে তাৰ বিপৰীত ফল হে ফলে। যি সংসাবক
যেনে আশা কৰে তাৰ বিপৰীত ফল হে ফলে। যি সংসাৰক
সুখৰ আকৰ বুলি জ্ঞান কৰে, সি অসীম দুঃখভাগী হয়! মানুহৰ
সুখৰ আকৰ বুলি জ্ঞান কৰে, সি অসীম দুঃখভাগী হয়! মানুহৰ
অৱস্থা কেতিয়াও একে নাথাকে। ৰাজা পথৰ ভিখাৰী, পথৰ
অৱস্থা কেতিয়াও একে নাথাকে। ৰাজা পথৰ ভিখাৰী, পথৰ
ভিখাৰী ৰাজা হয়। সংসাৰৰ নিয়মেই এই। এই নিমিত্তেই
ভিখাৰী ৰাজা হয়। সংসাৰৰ নিয়মেই এই। এই নিমিত্তেই
জ্ঞান-চকুত সংসাৰ অসাৰ। মালিনী সৰোজ যদিও কোনো দোষৰ
জ্ঞান-চকুত সংসাৰ অসাৰ। মালিনী সৰোজ যদিও কোনো দোষৰ
দোষী নহয়, যদিও উভয়ে নিৰ্দোষী একবৃন্তোদ্ভূত কুসুম, তথাপি
দোষী নহয়, যদিও উভয়ে নিৰ্দ্দোষী একবৃন্তোদ্ভূত কুসুম, তথাপি
তেওঁলোক সংসাৰী, সংসাৰৰ নিয়মৰ তলতীয়া। এতিয়া সেই
তেওঁলোক সংসাৰী, সংসাৰৰ নিয়মৰ তলতীয়া। এতিয়া সেই
সংসাৰৰ নিয়মৰ বশীভূত হৈ তেওঁলোকেও কষ্ট ভুগিব
সংসাৰৰ নিয়মৰ বশীভূত হৈ তেওঁলোকেও কষ্ট ভুগিব
লগীয়া হল।
লগীয়া হল।

আগেয়ে কোৱা হৈছে এই সময়ত বৌদ্ধধৰ্মৰ প্ৰাদুৰ্ভাব।
{{gap}}আগেয়ে কোৱা হৈছে এই সময়ত বৌদ্ধধৰ্মৰ প্ৰাদুৰ্ভাব।
তেতিয়া ভাৰতত এনে ঠাই নাছিল, যত বৌদ্ধ ধৰ্মাবলম্বী নাই।
তেতিয়া ভাৰতত এনে ঠাই নাছিল, যত বৌদ্ধ ধৰ্মাবলম্বী নাই।
কাশী অতি পুৰণি আৰু প্ৰসিদ্ধ হিন্দুতীৰ্থ। ইয়াত যে বৌদ্ধ-
কাশী অতি পুৰণি আৰু প্ৰসিদ্ধ হিন্দুতীৰ্থ। ইয়াত যে বৌদ্ধধৰ্মাবলম্বী
ধৰ্মাবলম্বী থাকিব তাত আশ্চৰ্য কি! ৰাজপ্ৰাসাদৰ অনতি-
থাকিব তাত আশ্চৰ্য্য কি! ৰাজপ্ৰাসাদৰ অনতিদূৰবৰ্তী
দূৰবৰ্তী গঙ্গাৰ পাৰত শ্ৰমণবিলাকৰ অশ্ৰম। আগত কোৱা
গঙ্গাৰ পাৰত শ্ৰমণবিলাকৰ<ref>বৌদ্ধ সন্ন্যাসীক শ্ৰমণ বুলিছিল।</ref> আশ্ৰম। আগত কোৱা
গঙ্গাৰ পাৰৰ ফুলনিৰ পৰা আশ্ৰম স্পষ্টৰূপে দেখা যায়।
গঙ্গাৰ পাৰৰ ফুলনিৰ পৰা আশ্ৰম স্পষ্টৰূপে দেখা যায়।
তেতিয়া বৌদ্ধ ধৰ্ম্মৰ প্ৰাদুৰ্ভাব দেখি ডাঙৰ ডাঙৰ চহৰত বৌদ্ধ
তেতিয়া বৌদ্ধ ধৰ্ম্মৰ প্ৰাদুৰ্ভাব দেখি ডাঙৰ ডাঙৰ চহৰত বৌদ্ধ
* বৌদ্ধ সন্ন্যাসীক শ্ৰমণ বুলিছিল।
পাদটীকা (noinclude):পাদটীকা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
<br/>
{{reflist}}
{{gap}}৬