পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "মালিনী কৰা উচিত নহয়। আচলতে মহাত্মাজনে তোমাৰ মন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||মালিনী|৭৩}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
মালিনী

কৰা উচিত নহয়। আচলতে মহাত্মাজনে তোমাৰ মনৰ ভাব
কৰা উচিত নহয়। আচলতে মহাত্মাজনে তোমাৰ মনৰ ভাব
যিমান টানিলে, মোৰ মন সিমান টানিব পৰা নাই।”
যিমান টানিলে, মোৰ মন সিমান টানিব পৰা নাই।”

সৰোজ! তেনেহলে মই কি কৰিম! এতিয়া তোমাৰ
{{gap}}“সৰোজ! তেনেহলে মই কি কৰিম! এতিয়া তোমাৰ
ওপৰত নিৰ্ভৰ। মই ঠিক কৰিছো, মহাত্মজিন আহিলেই আৰু
ওপৰত নিৰ্ভৰ। মই ঠিক কৰিছোঁ, মহাত্মাজন আহিলেই আৰু
মোৰ থাকা নহব।”
মোৰ থাকা নহব।”

| “মোৰ অশা?” মালিনীৰ বুকুত শেল পৰিল। হায়!
{{gap}}“মোৰ আশা?” মালিনীৰ বুকুত শেল পৰিল। হায়!
হায়! মালিনীৰ কপালত ইমান দুখ আছিল, আজি সৰোজৰ
হায়! মালিনীৰ কপালত ইমান দুখ আছিল, আজি সৰোজৰ
মুখৰ পৰা এনেকুৱা কথা শুনিব লাগিল! বহুত পৰৰ পাছত
মুখৰ পৰা এনেকুৱা কথা শুনিব লাগিল! বহুত পৰৰ পাছত
কলে, “সৰোজ, তোমাৰ আশা! তোমাৰ আশা নে মোৰ
কলে, “সৰোজ, তোমাৰ আশা! তোমাৰ আশা নে মোৰ
ভাগ্য? নিশ্চয় উভয়ে-পূৰ হব।”
ভাগ্য? নিশ্চয় উভয়ে-পূৰ হব।”

“কেনেকৈ?”
{{gap}}“কেনেকৈ?”
“উপায় আছে।”

“কি উপায়?”
{{gap}}“উপায় আছে।”
| “সৰোজ, নিৰুদ্বেগে থাকা; উপায় হব। এতিয়া চোৱাচোন,

{{gap}}“কি উপায়?”

{{gap}}“সৰোজ, নিৰুদ্বেগে থাকা; উপায় হব। এতিয়া চোৱাচোন,
ৰাতি বহুত হল। জোনো ডুবিবৰ হল।” উভয়ে নীৰবে উঠিল।
ৰাতি বহুত হল। জোনো ডুবিবৰ হল।” উভয়ে নীৰবে উঠিল।
সেই গঙ্গাৰ পাৰ আগৰ দৰে আকৌ জনশূন্য হল। জোন বুলি।
সেই গঙ্গাৰ পাৰ আগৰ দৰে আকৌ জনশূন্য হল। জোন বুৰিল।
নৈশ-নিস্তব্ধতা ভঙ্গ কৰি এটি ফেঁচাই “কু” “কু” বুলি মাত
নৈশ-নিস্তব্ধতা ভঙ্গ কৰি এটি ফেঁচাই “কু” “কু” বুলি মাত
লগালে। মালিনী সৰোজ উভয়ে নিজ নিজ ঘৰলৈ গুচি গল।
লগালে। মালিনী সৰোজ উভয়ে নিজ নিজ ঘৰলৈ গুচি গল।

কাণীৰাজ কৃকীয়ে বৌদ্ধ-ধৰ্ম্মৰ প্ৰাদুৰ্ভাবৰ সময়ত ৰাজত্ব কৰে।
{{c|(২)}}
{{gap}}কাশীৰাজ কৃকীয়ে বৌদ্ধ-ধৰ্ম্মৰ প্ৰাদুৰ্ভাবৰ সময়ত ৰাজত্ব কৰে।
তেওঁৰ মন্ত্ৰী হিৰণ্যকুমাৰ। ৰাজাৰ কেবাজনো লৰা-ছোৱালী।
তেওঁৰ মন্ত্ৰী হিৰণ্যকুমাৰ। ৰাজাৰ কেবাজনো লৰা-ছোৱালী।
সচিব-শ্ৰেষ্ঠ হিৰণ্যৰে লৰা-ছোৱালী কেবাজন। আগত কোৱা
সচিব-শ্ৰেষ্ঠ হিৰণ্যৰে লৰা-ছোৱালী কেবাজন। আগত কোৱা