পৃষ্ঠা:গল্পাঞ্জলি.pdf/৭৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৭২ গল্পাঞ্জলি যুবকজনে দীঘল হুমুনিয়াহ কাঢ়ি কলে..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৭২|গল্পাঞ্জলি|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
৭২
গল্পাঞ্জলি
যুবকজনে দীঘল হুমুনিয়াহ কাঢ়ি কলে “মালিনি! তেনেহলে
যুবকজনে দীঘল হুমুনিয়াহ কাঢ়ি কলে “মালিনি! তেনেহলে
তোমাৰ সংকল্পই ঠিক?” যুবকৰ কথাত মালিনীয়ে হঠাৎ একো
তোমাৰ সংকল্পই ঠিক?” যুবকৰ কথাত মালিনীয়ে হঠাৎ একো
উত্তৰ নিদি বহুত পৰ ভাবিলে; পাছত কলে, “কি কৰিম। মানুহ
উত্তৰ নিদি বহুত পৰ ভাবিলে; পাছত কলে, “কি কৰিম। মানুহ
নিজৰ অধীন হলে এই সংসাৰক অসাৰ বুলিব নোৱাৰিলেহেতেন।
নিজৰ অধীন হলে এই সংসাৰক অসাৰ বুলিব নোৱাৰিলেহেতেন।
নিশ্চয় জানিবা মই তোমাৰ সুখৰ নিমিত্তে উৎসৰ্গিত-প্ৰাণ।
নিশ্চয় জানিবা মই তোমাৰ সুখৰ নিমিত্তে উৎসৰ্গিত-প্ৰাণা।
কিন্তু মোৰ মন সেই পিনে ঢাল খাইছে, তাক ওভতাম
কিন্তু মোৰ মন সেই পিনে ঢাল খাইছে, তাক ওভতাম
কেনেকৈ? মোৰ সাধ্য কি?”
কেনেকৈ? মোৰ সাধ্য কি?”

| “হৰি, হৰি। মহাত্মা জনে তোমাক কিহেৰে বান্ধিলে কব
{{gap}}“হৰি, হৰি। মহাত্মা জনে তোমাক কিহেৰে বান্ধিলে কব
নোৱাৰে। তেওঁক দেখি যি ভাবিছিলো, তাৰ বিপৰীত হল।”
নোৱাৰোঁঁ। তেওঁক দেখি যি ভাবিছিলোঁ, তাৰ বিপৰীত হল।”
| “বিপৰীত একো হোৱা নাই। বাৰু, তোমাৰো এনেকুৱা

{{gap}}“বিপৰীত একো হোৱা নাই। বাৰু, তোমাৰো এনেকুৱা
ইচ্ছা নহয় নে?”
ইচ্ছা নহয় নে?”

“মালিনি, তোমাৰ নিমিত্তে সৰজে প্ৰাণ এৰিব পাৰে;
{{gap}}“মালিনি, তোমাৰ নিমিত্তে সৰোজে প্ৰাণ এৰিব পাৰে;
এইটো তোত সামান্য কথা।”
এইটো তো সামান্য কথা।”
“তেনেহলে বাধা কি?

“পিতা-মাতা, বন্ধু-বান্ধব।”
{{gap}}“তেনেহলে বাধা কি?
“বন্ধু-বান্ধবৰ আৱশ্যক?”

“আৱশ্যক আছে। নহলে থাকিম কেনেকৈ? মোৰ
{{gap}}“পিতা-মাতা, বন্ধু-বান্ধব।”

{{gap}}“বন্ধু-বান্ধবৰ আৱশ্যক?”

{{gap}}“আৱশ্যক আছে। নহলে থাকিম কেনেকৈ? মোৰ
আচলতে দৃঢ় বিশ্বাস হোৱা নাই। কেৱল তোমাৰ নিমিত্তে হে।”
আচলতে দৃঢ় বিশ্বাস হোৱা নাই। কেৱল তোমাৰ নিমিত্তে হে।”

“বিশ্বাস নাই? তেনেহলে কেতিয়াও তোমাক এনেকৈ
{{gap}}“বিশ্বাস নাই? তেনেহলে কেতিয়াও তোমাক এনেকৈ
নকওঁ।”
নকওঁ।”

সৰোজকুমাৰে কিছুমান সময় মনে মনে ভাবিলে, পাছত
{{gap}}সৰোজকুমাৰে কিছুমান সময় মনে মনে ভাবিলে, পাছত
দুখেৰে কলে “মালিনি! মোৰ মনৰ ভাব তোমাৰ আগত গুপুত
দুখেৰে কলে “মালিনি! মোৰ মনৰ ভাব তোমাৰ আগত গুপুত