পৃষ্ঠা:গল্পাঞ্জলি.pdf/৯৪: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "গালিনী হায়! সবোজ আজি কত? আজি সৰোজৰ কি আনন্দৰ দিন।..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh||মালিনী|৮৭}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
হায়! সৰোজ আজি কত? আজি সৰোজৰ কি আনন্দৰ দিন। প্ৰভো! অতৰ্ক মহিমা তোমাৰ! তোমাৰ ইচ্ছাই পূৰ্ণ হক!
গালিনী


{{gap}}মালিনী আৰু গৃহাশমত ৰতা নহল। গঙ্গা-তীৰত এটি প্ৰকাণ্ড মন্দিৰ কৰি, সৰ্ব্বদাই দহ হাজাৰ ভিক্ষুকৰ আহাৰৰ বন্দবস্ত কৰিলে৷ মালিনী সেই ঘৰৰ ওচৰত কোনো এটি সৰু কুটীৰত বাস কৰিব ধৰিলে৷ ৰাজা, মন্ত্ৰী সকলোৱে তেওঁক এই মহদভিপ্ৰায়ত সহায় কৰিলে৷ মালিনীও এই ৰকমে ধৰ্ম্ম মন্দিৰত ধৰ্ম্ম চৰ্চ্চাত জীৱন কটালে। তেতিয়া বহুত মানুহে দেশ বিদেশৰ পৰা আহি মালিনীৰ ওচৰত ধৰ্ম্মৰ পূঢ় ৰহস্য শিকিছিল।
হায়! সবোজ আজি কত? আজি সৰোজৰ কি আনন্দৰ দিন।

প্ৰভো! অতৰ্ক মহিমা তোমাৰ! তোমাৰ ইচ্ছাই পূৰ্ণ হক!

মালিনী আৰু গৃহাশমত বত। নইল। গঙ্গা-তীৰত এটি
{{center|{{X-larger|'''অন্ত'''}}}}
প্ৰকাণ্ড মন্দিৰ কৰি, সৰ্বদাই দহ হাজাৰ ভিক্ষুকৰ আহাৰৰ
বন্দবস্ত কৰিলে। • মালিনী সেই ঘৰৰ ওচৰত কোনো এটি সৰু
কুটীৰত বাস কৰিব ধৰিলে। বাজা, মন্ত্ৰী সকলোৱে তেওঁক এই।
মহদভিপ্ৰায়ত সহায় কৰিলে। মালিনীও এই কমে ধৰ্ম্ম মন্দিৰত
ধৰ্ম চৰ্চাত জীৱন কটালে। তেতিয়া বহুত মানুহে দেশ বিদেশৰ
পৰা আহি মালিনীৰ ওচৰত ধৰ্ম্মৰ পূঢ় ৰহস্য শিকিছিল।