পৃষ্ঠা:গল্পাঞ্জলি.pdf/৮৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "৮২ গল্পাঞ্জলি নিৰ্বাসিত। সৰোজ! সৰৰাজে মালিনীৰ ন..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|৮২|গল্পাঞ্জলি|}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
নিৰ্ব্বাসিতা। সৰোজ! সৰোজে মালিনীৰ নিৰ্ব্বাসন শুনি, ভবিষ্যত আশা পৰিত্যাগ কৰি অগাধ চিন্তাত নিমগ্ন৷ চিন্তা এই, মাক বাপেকৰ আজ্ঞা লঙ্ঘন কৰি তেওঁ মালিনীৰ অনুগমন কৰা উচিত নে অনুচিত।
৮২
গল্পাঞ্জলি


{{center|( ৫ )}}
নিৰ্বাসিত। সৰোজ! সৰৰাজে মালিনীৰ নিৰ্বাসন শুনি,

ভবিষ্যত আশা পৰিত্যাগ কৰি অগাধ চিন্তাত নিমগ্ন। চিন্তা
{{gap}}সৰোজে ঠিক কৰিলে মালিনীৰ লগত যোৱা। কিন্তু পিতা মাতাৰ আদেশ পালন নকৰি, আৰু বিশেষ, স্ত্ৰৈণতা প্ৰকাশ কৰি যায় কেনেকৈ? এইদৰে যোৱা দেখিলে মানুহে তেওঁক নিন্দা কৰিব। লোক-নিন্দাতকৈ মৃত্যু শতগুণে শ্ৰেয়। আন পিনে, মালিনী নিৰ্ব্বাসিত হল। তেওঁৰ অবিহনে সৰোজ থাকে কেনেকৈ? যাৰ নিমিত্তে সংসাৰৰ মহৎ মহৎ পাপ-সাপক সোণৰ হৰি বুলি গলত আৰি লবলৈ প্ৰস্তুত, সেই মালিনী যদি দেশৰপৰা নিৰ্ব্বাসিত হয়, তেনেহলে তেওঁ ইহলোকৰপৰা নিৰ্ব্বাসিত হোৱাতো একো আপত্তি নাই। মুঠৰ ওপৰত চিন্তা-সাগৰৰ গভীৰৰপৰা গভীৰতৰ জলত নিমগ্ন হৈ দেখিলে তেওঁৰ মৃত্যুই শ্ৰেয়ঃ৷ যেতিয়া কোনো মানুহ ভয়ানক বিপদত পৰে, তেতিয়া প্ৰায়েই মানুহৰ বুদ্ধি লোপ পায়। সদায় মন কুভাব-তৰঙ্গ-ঘাতেৰে চালিত হৈ কুপথত ভ্ৰমণ কৰিব ধৰে। সৰোজৰো আজি ঠিক সেয়েই হৈছে। যিমান ভাবে, সিমান বেয়া ভাবে আহি লগ ধৰে। বুদ্ধি একেবাৰেই লোপ পাইছে। ভাবি ভাবি আন একো উপায় নাপাই মালিনী বিহনে থকাতকৈ মৰাই ভাল
এই, মাক বাপেকৰ আজ্ঞা লঙ্ঘন কৰি তেওঁ মালিনীৰ অনুগমন
কৰা উচিত নে অনুচিত।
সৰোজে ঠিক কৰিলে মালিনীৰ লগত যোৱা। কিন্তু পিতা
মাতাৰ আদেশ পালন নকৰি, আৰু বিশেষ, স্ত্ৰৈণতা প্ৰকাশ কৰি
যায় কেনেকৈ? এইদৰে যোৱা দেখিলে মানুহে তেওঁক নিন্দা
কৰিব। লোক-নিন্দাতকৈ মৃত্যু শতগুণে শ্ৰেয়। আন পিনে,
মালিনী নিৰ্বাসিত হল। তেওঁৰ অবিহনে সৰোজ থাকে
কেনেকৈ? যৰি নিমিত্তে সংসাৰৰ মহৎ মহৎ পাপ-সাপক
সোণব হৰি বুলি গলত আৰি লবলৈ প্ৰস্তুত, সেই মালিনী যদি
দেশৰপৰা নিৰ্বাসিত হয়, তেনেহলে তেওঁ ইহলোকৰপৰা
নিৰ্বাসিত হোৱাতত একো আপত্তি নাই। মুঠৰ ওপৰত চিন্তা-
সাগৰৰ গভীৰৰপৰা গভীৰতৰ জলত নিমগ্ন হৈ দেখিলে তেওঁৰ
মৃত্যুই শ্ৰেয়ঃ। যেতিয়া কোনো মানুহ ভয়ানক বিপদত পৰে,
তেতিয়া প্ৰায়েই মানুহৰ বুদ্ধি লোপ পায়। সদায় মন কুভাব-
ভৰ-ঘাতেৰে চালিত হৈ কুপথত ভ্ৰমণ কৰিব ধৰে। সৰোজৰ
তাজি ঠিক সেয়েই হৈছে। যিমান ভাবে, সিমান বেয়া ভাবে
আহি লগ ধৰে। বুদ্ধি একেবাৰেই লোপ পাইছে। ভাবি ভাবি
আন একো উপায় নাপাই মালিনী বিহনে থকাতকৈ মবাই ভাল