পৃষ্ঠা:কনফুচিয়াছ.djvu/১১০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ এক বিবলৈ নাই। চীনৰ সংস্কৃতি বা ঐতিকে মাথো..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
(কোনো পাৰ্থক্য নাই)

০০:১৬, ২২ জুলাই ২০২০ৰ সংস্কৰণ

এই পৃষ্ঠাটোৰ মুদ্ৰণ সংশোধন কৰা হোৱা নাই

________________

এক বিবলৈ নাই। চীনৰ সংস্কৃতি বা ঐতিকে মাথো তেওঁ প্ৰা কৰিছিল। এতেকে এনে ধৰণৰ তাৰিক এবিলাকে নতুন সমিধান দিবলৈ একো লি কাৰণেই তেওঁ যৌনতা অবলম্বন কৰিলি। আনপিনে চীন বৈশিষ্ট্যই হৈছে বাস্তবমুখী বা জাগতিক দৃষ্টি সম্পন্স। এতেকে কনফুচিয়া ব্যৰি গত সমস্যা আৰু তাৰ সমাধানতে বেচি এক দিছিল আৰু অতীন্দ্ৰিয় পাৰলৌকিক জগতৰ আলোচনা মনোনিবেশ কৰা নাছিল। কনফুটিয়াছে যে এই জগত-অতিৰিক্ত বিষয় চিন্তা কৰা মাছিল তেনে নহয়। কিন্তু সেই বিষয়ে তেওঁ কোনো নিজ মতবাদ প্ৰচাৰ কৰা নাছিল। হয়তো তেওঁ প্ৰচলিত তথ্যবিলাকেই মানি লৈছিল বা নিজে কোনো নতুন তথ্য উপনীত হব পৰা নাছিল। তথাপি কনফুচিয়াৰ বাণীসমূহ পৰ দুই এটা দাৰ্শনিক তথ্য পৰা যায়। মানুহ নৈতিক জীৱনৰ অন্তৰালত বিশ্বনীতি অৰদানৰ সন্দৰ্ভত কনফুচিয়াহে এনে দাৰ্শনিক মত উক্তি কৰিছিল। | কনফুচিয়াছৰ মতে এই বিশ্বৰ অন্তৰালত দুটা শক্তি নিহিত আছে। এই শক্তি দুটা হল ইয়াং (yang) আৰু যীন (yin)। এই দুই শক্তি সংবাততেই বিশৰ সৃষ্টি। এই দুই শক্তিৰ ভিতৰত ইয়াং হল পুৰুষ আৰু মীন হল স্ত্ৰী শক্তি। এই দ্বৈত শক্তিৰ সংঘোত বি এমবিকাশ। এই বৈবাৰ ফকুচিয়াৰ মত একপ্ৰকাৰ নিয়ন্ত্ৰণ বা অদৃষ্টবা প্ৰবৰ্তন