পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৯৩: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

No edit summary
JyotiPN (আলোচনা | বৰঙণি)
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধিত
+
বৈধকৃত
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
৯ নং শাৰী: ৯ নং শাৰী:
|oLeft = 146
|oLeft = 146
|Location = center
|Location = center
|Description =
|Description =
}}
}}
{{center|<big>নদী; হ্ৰদ আৰু উৎস।</big>}}
{{center|<big>নদী; হ্ৰদ আৰু উৎস।</big>}}
২২ নং শাৰী: ২২ নং শাৰী:
|oLeft = 38
|oLeft = 38
|Location = left
|Location = left
|Description =
|Description =
}}
}}
{{dropinitial|পৰৰ|1.6em|0em|0.2em}} কেই অধ্যায়ত বৰষুণ আ{{বঙালী ৰু}} তুষাৰৰ বিষয়ে যি কথা কৈ অহা হৈছে, তাৰ
{{dropinitial|পৰৰ|1.6em|0em|0.2em}} কেই অধ্যায়ত বৰষুণ আ{{বঙালী ৰু}} তুষাৰৰ বিষয়ে যি কথা কৈ অহা হৈছে, তাৰ
পৰা জনা যাব পাৰে যে বৰষুণৰ পানী
পৰা জনা যাব পাৰে যে বৰষুণৰ পানী
আ{{বঙালী ৰু}} তুষাৰ দ্ৰৱ হোৱা পানী এই দুই
আ{{বঙালী ৰু}} তুষাৰ দ্ৰৱ হোৱা পানী এই দুইও
নদীৰ মূল! যত যত বৰষুণ পৰে বা তুষাৰ দ্ৰৱ হয় সেই সকলো ঠাইৰ
নদীৰ মূল! যত যত বৰষুণ পৰে বা তুষাৰ দ্ৰৱ হয় সেই সকলো ঠাইৰ
পৰা পানীৰে সৰু সৰু জান হয় আ{{বঙালী ৰু}} কেবাটাও জান গোট খাই নৈ
পৰা পানীৰে সৰু সৰু জান হয় আ{{বঙালী ৰু}} কেবাটাও জান গোট খাই নৈ
৩৬ নং শাৰী: ৩৬ নং শাৰী:
যিমান ঠাইৰ পৰা পানী আহি এখন নৈত পৰে সেই সকলো ঠাইকে
যিমান ঠাইৰ পৰা পানী আহি এখন নৈত পৰে সেই সকলো ঠাইকে
মুঠ কৰি সেই নৈৰ জল-সত্ৰ বুলিব পাৰি। জল-সত্ৰৰ ভিতৰত যত যি
মুঠ কৰি সেই নৈৰ জল-সত্ৰ বুলিব পাৰি। জল-সত্ৰৰ ভিতৰত যত যি
এটোপা পানী পৰে গছ-বনে মুহিলে বা ভাপ হৈ উঠি নগলে সি
এটোপা পানী পৰে গছ-বনে নুশুহিলে বা ভাপ হৈ উঠি নগলে সি
অৱশ্যে আহি সেই জল-সত্ৰৰ নৈয়েদি সাগৰত পৰিব। জল-সত্ৰৰ
অৱশ্যে আহি সেই জল-সত্ৰৰ নৈয়েদি সাগৰত পৰিব। জল-সত্ৰৰ
ভূমি তাৰ নৈৰ ফাললৈ ক্ৰমে হেলনীয়া আ{{বঙালী ৰু}} যি ফাললৈ নৈ বয় সেই
ভূমি তাৰ নৈৰ ফাললৈ ক্ৰমে হেলনীয়া আ{{বঙালী ৰু}} যি ফাললৈ নৈ বয় সেই
ফাললৈও আওগড়ীয়া। আসাম দেশ খন ব্ৰহ্মপুত্ৰৰ ফাললৈ দুই
ফাললৈও আওগড়ীয়া। আসাম দেশ খন ব্ৰহ্মপুত্ৰৰ ফাললৈ দুই
দাতিৰ পৰা ক্ৰমে চাপৰ অথচ ভাটী ফাললৈও আওগড়ীয়া, এই
দাঁতিৰ পৰা ক্ৰমে চাপৰ অথচ ভাটী ফাললৈও আওগড়ীয়া, এই
নিমিত্তে দক্ষিণ পাৰত থকা ব্ৰহ্মপুত্ৰৰ কৰলীয়া নদী বিলাক উত্তৰলৈ, অথচ যৎকিঞ্চিৎ অগ্নিকোনী হৈ, আৰু উত্তৰ পাৰত থকা
নিমিত্তে দক্ষিণ পাৰত থকা ব্ৰহ্মপুত্ৰৰ কৰতলীয়া নদী বিলাক উত্তৰলৈ, অথচ যৎকিঞ্চিৎ অগ্নিকোনী হৈ, আৰু উত্তৰ পাৰত থকা