"পৃষ্ঠা:অসমীয়া ল'ৰাৰ প্ৰাকৃত-ভূগোল.djvu/৮২"ৰ বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন
+
বৈধকৰণ
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
কুঙলি উৎপন্ন হয়। কাৰণ আগেয়ে পূৰ্ণসিক্ত থকা বাৰে মাটিৰ
+
কুঙলি উৎপন্ন হয়। কাৰণ আগেয়ে পূৰ্ণসিক্ত থকা বাবে মাটিৰ
পৰা যিমান ভাপ ওলায়, সকলো পানী-কণিকা হয়। নৈৰ ওপৰত
+
পৰা যিমান ভাপ ওলায়, সকলো পানী-কণিকা হয়। নৈৰ ওপৰত
বা পাৰত কুঙলি বেচিকৈ দেখা যায়, কাৰণ ৰ পৰা ভাপ বেছি
+
বা পাৰত কুঙলি বেচিকৈ দেখা যায়, কাৰণ ৰ পৰা ভাপ বেচি
 
পৰিমাণে উঠে।
 
পৰিমাণে উঠে।
   
১৫ নং শাৰী: ১৫ নং শাৰী:
 
বাতাহত কেতিয়াবা দমে দমে এঠাইৰ পৰা আন ঠাইলৈ উড়ি যায়
 
বাতাহত কেতিয়াবা দমে দমে এঠাইৰ পৰা আন ঠাইলৈ উড়ি যায়
 
আ{{বঙালী ৰু}} এনে এটা দম যদি উড়ি গৈ কোনো দুৰ্ভগীয়া পথুকৰ ওপৰত
 
আ{{বঙালী ৰু}} এনে এটা দম যদি উড়ি গৈ কোনো দুৰ্ভগীয়া পথুকৰ ওপৰত
পৰে তেন্তে তেওঁ প্ৰাণলৈ আশা এৰি দিও। কেতিয়াবা দুখীয়া
+
পৰে তেন্তে তেওঁ প্ৰাণলৈ আশা এৰি দিএ। কেতিয়াবা দুখীয়া
 
মানুহৰ পঁজা ঘৰ এনেকুৱা দমৰ তলত পৰি পোত যায়। বাটত
 
মানুহৰ পঁজা ঘৰ এনেকুৱা দমৰ তলত পৰি পোত যায়। বাটত
 
গাড়ি ঘোড়া মানুহ যাবৰ নিমিত্তে মহা সঙ্কট হয়; পলশত লাগি
 
গাড়ি ঘোড়া মানুহ যাবৰ নিমিত্তে মহা সঙ্কট হয়; পলশত লাগি
 
থকাৰ দৰে এই বিলাকে কেতিয়াবা শুকুলা পানীৰ পলশত লাগি
 
থকাৰ দৰে এই বিলাকে কেতিয়াবা শুকুলা পানীৰ পলশত লাগি
প্ৰাণ হে{{বঙালী ৰু}}য়াই। কোনো কোনো নগৰত ৰাতিপুৱা ইয়াক বাটৰ পৰা
+
প্ৰাণ হে{{বঙালী ৰু}}য়াই। কোনো কোনো নগৰত ৰাতি-পুৱা ইয়াক বাটৰ পৰা
 
গুচাবলৈ মানুহ নিয়োজিত থাকে। কিন্তু প্ৰায় অহা যোৱা বাটত
 
গুচাবলৈ মানুহ নিয়োজিত থাকে। কিন্তু প্ৰায় অহা যোৱা বাটত
 
গছকত টান মাৰি সুন্দৰ শিলাময় পথ এটি হয়, আ{{বঙালী ৰু}} তাৰ ওপৰে
 
গছকত টান মাৰি সুন্দৰ শিলাময় পথ এটি হয়, আ{{বঙালী ৰু}} তাৰ ওপৰে
 
চকা নোহাৱা এবিধ শকটত মানুহ উঠি কুকুৰৰ হতুৱাই ঘোড়াৰ
 
চকা নোহাৱা এবিধ শকটত মানুহ উঠি কুকুৰৰ হতুৱাই ঘোড়াৰ
বেগেৰে টাই যায়।
+
বেগেৰে টনাই যায়।
   
 
{{gap}} সিমলু তুলাৰ নিচিনা আকাশৰ পৰা নামি অহা ঘন পানীকে
 
{{gap}} সিমলু তুলাৰ নিচিনা আকাশৰ পৰা নামি অহা ঘন পানীকে
৭,৬৫৩

টা সম্পাদনা