পৃষ্ঠা:পৰিদৰ্শন.djvu/১১৫: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বটু বাপুৰ বৰ বেপাৰ দিনাৰ পৰা মই আৰু কেতিয়াও তামা..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|||বটটু বাপুৰ বৰ বেপাৰ}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
দিনাৰ পৰা মই আৰু কেতিয়াও তামোল খাই অফিচলৈ নাযাওঁ নহয়! আইটি, বাপাটিক তামোল খাবলৈ নিদিবা। পাৰিলে চাহাবলোকে খোৱা বোম্বাই চুৰট খোৱা ভাল। ইয়াত তাক ক’ত পাবা! আমাৰ সোণটিয়ে সেইবোৰ শিকিছে। সি বোম্বাই চুৰট একোটা যি দৰে খাব, দেখিলে তুমি ভাবিবা অপাৰ চাহাবটি! তাৰ লগত থাকি বাপাটিয়েও অলপ শিকিব পাৰিব।
বটু বাপুৰ বৰ বেপাৰ

দিনাৰ পৰা মই আৰু কেতিয়াও তামােল খাই অফিচলৈ
{{gap}}পেটু বাপু—দেউতা চুৰট যদি লগত আনিছে দুটামান
নাযাওঁ নহয়! আইটি, বাটিক, তামােল খাবলৈ নিদিবা।
আমাকো দিবচোন। ভাল বন্ধু আমিও খাব পাওঁ।
পাৰিলে চাহাবলােকে খােৱা বােম্বাই চুৰট খােৰা ভাল।

ইয়াত তাক ক’ত পাবা। আমাৰ সােণটিয়ে সেইবােৰ
{{gap}}বৰকেৰাণী—কেলেই নাই অনা? হোৱাঁ ( জেপৰ পৰা
শিকিছে। সি বােম্বাই চুট একোটা যি দৰে খাব, দেখিলে
চুৰট থোৱা টেমাটো উলিয়াই তাৰে এটা দিয়ে) আকৌ যাবা, মোৰ ঘৰত আছে।
তুমি ভাবিবা অপাৰ চাহাবটি! তাৰ লগত থাকি বাপাটিয়ে

অলপ শিকিব পাৰিব।
{{gap}}পেটু বাপু—যাম দেউতা।
পেটু বাপু-দেউতা চুৰট যদি লগত আনিছে দুটামান

আমাকে দিবচোন। ভাল বন্ধু আমিও বাব পাওঁ।
{{gap}}বৰকেৰাণী—এতিয়া যাওঁ, আইটি। তেনেহলে সেইটোৱেই
বৰকেৰাণী—কেলেই নাই অনা? হােৱা ( জেপৰ পৰা
চুট থােৱা টেমাটো উলিয়াই তাৰে এটা দিয়ে) আকৌ
যাবা, মােৰ ঘৰত আছে।
পেটু বাপু-যাম দেউতা।
বৰকেৰাণী—এতিয়া যাওঁ, আইটি। তেনেহলে সেইটোৱেই
ঠিক হ’ল। ময়ে তাক চহৰত থৈ আহি গৈ। ঘৰটো বেয়া
ঠিক হ’ল। ময়ে তাক চহৰত থৈ আহি গৈ। ঘৰটো বেয়া
হৈ আছে ; মই বঙালী এটা পঠাই দিম, তাকে দেখুৱাই-শুনাই
হৈ আছে; মই বঙালী এটা পঠাই দিম, তাকে দেখুৱাই-শুনাই
ভাল কৰি সবাচোন।
ভাল কৰি লবাচোন।

জানুৱাৰী মাহৰ ২ তাৰিখ। নগৰৰ চৰকাৰী স্কুল

দুৱাৰ মুখৰ আলিত নধৰবপু সােণেশ্বৰ বৰকেৰাণীয়ে স্ত্রী,
<center>( ৩ )</center>
[ ১১১ ]

{{gap}}জানুৱাৰী মাহৰ ২ তাৰিখ। নগৰৰ চৰকাৰী স্কুলৰ
দুৱাৰ মুখৰ আলিত নধৰবপু সোণেশ্বৰ বৰকেৰাণীয়ে ব্ৰীচ,

<center>[ ১১১ ]</center>