পৃষ্ঠা:পৰিদৰ্শন.djvu/১০৭: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পণ্ডিত বাবু জয়ৰাম-হয়, তাতেহে শিকিলল। আমাৰ মাষ্..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|||পণ্ডিত বাবু}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}জয়ৰাম—হয়, তাতেহে শিকিলো। আমাৰ মাষ্টাৰসকলে
পণ্ডিত বাবু
কলে দেখোন, হালি কুঁজা হৈ চালাম দিয়া বেয়া, আৰু Sir
জয়ৰাম-হয়, তাতেহে শিকিলল। আমাৰ মাষ্টাৰসকলে
বুলি মাতিলেও একো বেয়া নহয়। আমাৰ Supdt. কো Sir হে বোলোহঁক।
ফলে দেখােন, হালি কুঁজা হৈ চালাম দিয়া বেয়া, আৰু Sir

বুলি মাতিলেও একো বেয়া নহয়। আমাৰ Supdt. কো
{{gap}}হেড-পণ্ডিত—হেঃ হেঃ ছুপাৰিণ্টেণ্ডেণ্ট আৰু স্কুলৰ হাকিম
Sir হে বােলােহঁক।
একে হলনে? দৰমহা বেছি হব পাৰে। হক বেছি কি হ’ল! কিয় আমাৰ মেতৰটোৱে ১৫ টকা আৰু চকীদাৰটোৱে ১১ টকা নাপায়নে? সেইবুলি কোন ডাঙৰ?
হেড-পণ্ডিত-হেঃ হেঃ ছুপাৰিন্টেণ্ডেণ্ট আৰু স্কুলৰ হাকিম

একে হলনে? দৰমহা বেছি হব পাৰে। হক বেছি কি
{{gap}}জয়ৰাম—সেইবোৰ আমি কি বুজপাওঁ দেও। যি কৈছিল
হ’ল! কিয় আমাৰ মেৰটোৱে ১৫ টকা আৰু চকীদাৰটোৱে
তাকেহে কৈছোঁ।
১১ টকা নাপায়নে? সেইবুলি কোন ডাঙৰ?

জয়ৰাম—সেইবােৰ আমি কি বুজপাওঁ দেও। যি কৈছিল
{{gap}}ছব-ইন্সপেক্টৰ—কিনো কৈছিল?
তাকেহে কৈছো।

ছব-ইন্সপেক্টৰ—কিনাে কৈছিল ?
জয়ৰাম—Sir বুলি মাতিব পায় বুলি।
{{gap}}জয়ৰাম—Sir বুলি মাতিব পায় বুলি।

ছব-ইন্সপেক্ট—কোনে?
{{gap}}ছব-ইন্সপেক্টৰ—কোনে?
জয়ৰাম—আমাৰ সকলাে শিক্ষকে।

ছব-ইন্সপেক্ট—তােমালােকৰ শিক্ষক আছে নে গাধা
{{gap}}জয়ৰাম—আমাৰ সকলো শিক্ষকে।
আছে ?

জয়ৰাম—সেইবােৰ নকৰ ছাৰ!
{{gap}}ছব-ইন্সপেক্টৰ—তোমালোকৰ শিক্ষক আছে নে গাধা
ছব-ইন্সপেক্টৰ—আকৌ Sir. তােক আমাৰ আগত
আছে?
বহিবলৈ কোনে কলে Sir ?

জয়ৰাম—আগত বহে দেখি বহিছে, জগৰ হ’ল যদি
{{gap}}জয়ৰাম—সেইবোৰ নকৰ ছাৰ!
উঠো।

[ 309 ]
{{gap}}ছব-ইন্সপেক্টৰ—আকৌ Sir. তোক আমাৰ আগত
বহিবলৈ কোনে কলে Sir?

{{gap}}জয়ৰাম—আগত বহে দেখি বহিছোঁ, জগৰ হ’ল যদি
উঠো!

<center>[ ১০৩ ]</center>