পৃষ্ঠা:পৰিদৰ্শন.djvu/১০৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰিদর্শন ডিপুটী ইন্সপেক্টৰ-বুবক! মুখে মুখে কথা ক..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|পৰিদৰ্শন||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
{{gap}}ডিপুটী ইন্সপেক্টৰ—বুৰ্ বক্! মুখে মুখে কথা কবলৈ
পৰিদর্শন
শিকিছে। ট্ৰেইনিঙৰ সেই গাধা মাষ্টাৰকেইটাৰ পৰা আশয় পাই আমাৰ সকলো শিক্ষক গুচিল। Discipline নোহোৱা
ডিপুটী ইন্সপেক্টৰ-বুবক! মুখে মুখে কথা কবলৈ
শিকিছে। ট্ৰেইনিঙৰ সেই গাধা মাষ্টাৰকেইটাৰ পৰা আশয়
পাই আমাৰ সকলাে শিক্ষক গুচিল। Discipline নােহােৱা
হ'ল।
হ'ল।

হেড-পণ্ডিত জয়ৰামক) হে-হেৰি উঠক।
{{gap}}হেড-পণ্ডিত—(জয়ৰামক) হে-হেৰি উঠক।
জয়ৰাম-কেলেই তােমাৰ কি হল ?

ডিপুটী ইন্সপেক্টৰ-কি হ’ল। গাধা মাষ্টাৰৰ গাধা ছাত্র।
{{gap}}জয়ৰাম—কেলেই তোমাৰ কি হ'ল?
জয়-মােক গাধা বােলক। আমাৰ মাষ্টাৰক গাধা

সুবুলিব। আপােনালােকৰ দৰে গাধাক ২০ বছৰ শিকার
{{gap}}ডিপুটী ইন্সপেক্টৰ—কি হ’ল! গাধা মাষ্টাৰৰ গাধা ছাত্ৰ!
পাৰে।

ডিপুটী ইন্সপেক্টৰতােৰ ইমান সাহ ! হে তোমালােক
{{gap}}জয়ৰাম—মোক গাধা বোলক! আমাৰ মাষ্টাৰক গাধা
সকলাে সাক্ষী। আজিয়েই ইয়াক Dismiss কৰিবলৈ লিখিম।
নুবুলিব। আপোনালোকৰ দৰে গাধাক ২০ বছৰ শিকাব পাৰে।
তােমালােকৰ আগতে মােক অপমান কৰিলে।

জয়ৰাম—লিখিব নালাগে। ময়ে কাম এৰিছোঁ। এনে
{{gap}}ডিপুটী ইন্সপেক্টৰ—তোৰ ইমান সাহ! হেৰা তোমালোক
সকলো সাক্ষী। আজিয়েই ইয়াক Dismiss কৰিবলৈ লিখিম।
তোমালোকৰ আগতে মোক অপমান কৰিলে।

{{gap}}জয়ৰাম—লিখিব নালাগে। ময়ে কাম এৰিছোঁ। এনে
গাধাৰ দলত চাকৰী কৰিলে গাধাহে হব লাগিব। ( যায়গৈ)
গাধাৰ দলত চাকৰী কৰিলে গাধাহে হব লাগিব। ( যায়গৈ)

1
<center>⸻</center>
[ ১০৪ )





<center>[ ১০৪ ]</center>