২৬৭
টা সম্পাদনা
(→মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰিদর্শন জানাে আমাৰ বৌটি নহয়! টান-মস্কিল, সুখ-দুখ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল) |
|||
পৃষ্ঠাৰ স্থিতি | পৃষ্ঠাৰ স্থিতি | ||
- | + | মুদ্ৰণ সংশোধন | |
শিৰোনামা (noinclude): | শিৰোনামা (noinclude): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
+ | {{rh|পৰিদৰ্শন||}} |
||
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded): | ||
১ নং শাৰী: | ১ নং শাৰী: | ||
⚫ | |||
− | পৰিদর্শন |
||
⚫ | |||
⚫ | |||
+ | |||
⚫ | |||
− | পেটু |
+ | {{gap}}পেটু গৃহিণী—(মনে মনে আচৰিত হৈ বেৰৰ আঁৰৰ পৰা) |
কবলৈহে ভয় লাগে, পাচে হাকিম আমাৰ সম্বন্ধত ভিনীহি নহয় |
কবলৈহে ভয় লাগে, পাচে হাকিম আমাৰ সম্বন্ধত ভিনীহি নহয় |
||
− | + | জানো। হাকিমৰ যিজনী আনিলে তেওঁ আমাৰ মাহীদেৱৰ জাৰ জীয়েক নহয় জানো। আমি দুখীয়া দেখি সেইবোৰ |
|
⚫ | |||
− | জাৰ জীয়েক নহয় জানাে। আমি দুখীয়া দেখি সেইবােৰ |
||
+ | |||
⚫ | |||
− | বৰকেৰাণী—কেলেই নহব আইটি, হওঁতে মই |
+ | {{gap}}বৰকেৰাণী—কেলেই নহব আইটি, হওঁতে মই জানো |
− | + | নাজানো। আমাৰ বাগিচাত থাকোঁতেই যায়। ঘৰলৈনো কেতিয়া |
|
+ | আহিব পাৰো। যেতিয়া এদিনৰ আজৰি পাওঁ তেতিয়াও আকৌ মাটি-বাৰী, মানুহ-দুনুহৰ লেঠা ভাঙোতে যায়। ইফাল-সিফাল কৰিবলৈ সময়ে নহয়। সেই দেখি আজি বোলে আন মানুহে খবৰ নৌ পাওঁতেই তোমালোকৰেই খবৰটো লৈ আহো। বৰ ভাল হৈছে আইটি, বটু বাপাটিয়ে বৃত্তি পোৱা অতি উত্তম হৈছে। সি আমাৰ মুখ উজ্জ্বল কৰিব। |
||
− | আহিব পাৰে। যেতিয়া এদিনৰ আজৰি পাওঁ তেতিয়াও |
||
+ | |||
− | আকৌ মাটি-বাৰী, মানুহ-দুহৰ লেঠা ভাঙোতে যায়। ইফাল- |
||
+ | {{gap}}বটু জননী—জানো, আপোনালোকৰ আশীৰ্ব্বাদ কি হয়। |
||
− | সিফাল কৰিবলৈ সময়ে নহয়। সেই দেখি আজি বােলে আন |
||
⚫ | |||
− | মানুহে খবৰ নৌ পাওঁতেই তােমালােকৰেই খবৰটো লৈ |
||
+ | |||
− | আহাে। বৰ ভাল হৈছে আইটি, বটু বাপাটিয়ে বৃত্তি পােৱা |
||
⚫ | |||
− | অতি উত্তম হৈছে। সি আমাৰ মুখ উজ্জ্বল কৰিব। |
||
⚫ | |||
− | বটু জননী-জানাে, আপােনালােক আশীর্বাদ কি হয়। |
||
+ | |||
⚫ | |||
+ | <center>[ ১০৮ ]</center> |
||
− | আছে। |
||
⚫ | |||
⚫ | |||
− | দেখেন বৰ খচ। |
||
− | [ sub ] |
টা সম্পাদনা