পৃষ্ঠা:পৰিদৰ্শন.djvu/১১০: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "পৰিদর্শন শিকি গাৱঁৰ আন কোনো মানুহতকৈ ডাঙৰ বােলাব..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|পৰিদৰ্শন||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
শিকি গাৱঁৰ আন কোনো মানুহতকৈ ডাঙৰ বোলাব, এইটো
পৰিদর্শন
কাৰো মনত নোসোমাইছিল। নাম-সবাহ, পূজা-স্বস্ত্যয়ন দুখীয়াৰ মতেই হৈ গল। বটু জননীৰ গাত তত নাই। তাহানি বাপেকৰ ঘৰত দেখা সকামৰ পাচত আজি অতদিনে বটু জননীয়ে ইমান কাৰবাৰ কৰি এনে পূজা-সেৱা কৰা আৰু তেওঁৰ ভাগ্যত হোৱা নাই; তাতে তেওঁৰ পুতেকে বৃত্তি পাইছে। সকলোৱে বটু বুদ্ধিক প্ৰশংসা কৰা নাইনে? কিয়, সেইদিনাই আবেলি অধ্যাপকদেৱে তেওঁৰ ল'ৰা শ্ৰীমান নিৰ্ম্মলচন্দ্ৰ ভট্টাচাৰ্যতকৈ বটুৰ বুদ্ধি যে ভাল তাক পাকে-প্ৰকাৰে স্বীকাৰ কৰা নাইনে? আৰু স্কুলৰ পণ্ডিতক বটু জননীয়ে নিজে উপযাচি কাণৰ কৰিয়া বকচিচ দিয়া নাইনে? পুত্ৰৰ গৌৰৱতকৈ মাকৰ আৰু কি আনন্দৰ বস্তু থাকিব পাৰে!
শিকি গাৱঁৰ আন কোনো মানুহতকৈ ডাঙৰ বােলাব, এইটো

কাবাে মনত নােসােমাইছিল। নাম-সবাহ, পূজা-স্বস্ত্যয়ন

দুখীয়াৰ মতেই হৈ গল। বটু অননীৰ গাত তত নাই।
<center>( ২ )</center>
তাহানি বাপেকৰ ঘৰত দেখা সকামৰ পাচত আজি অতদিনে

বটু জননীয়ে ইমান কাৰবাৰ কৰি এনে পূজা-সেৱা কৰা আৰু
{{gap}}বামুণগাৱঁৰ শ্ৰীযুক্ত সোণেশ্বৰ বৰপূজাৰী লাংটিং বাগিচাৰ
তেওঁৰ ভাগত হােৱা নাই; তাতে তেওঁৰ পুতেকে বৃত্তি পাইছে।
বৰকেৰাণী। তেওঁৰ অপাৰ সম্পত্তি। ল'ৰাটিয়ে নগৰত হাইস্কুলত পঢ়ে—কোনোবা এটা শ্ৰেণীত ৩ বছৰো থাকিল। বুদ্ধিৰ অভাৱত নহয়, নিজে ভাত-পানী ৰান্ধি খাব লাগে⸺এই দুখত। নগৰত ভাত ৰান্ধি খাইনো ইংৰাজী পঢ়া কৰিবৰ সময় থাকিব পাৰেনে? ইফালে বোৰ্ডিঙতো থব
সকলােৱে বটু বুদ্ধিক প্রশংসা কৰা নাইনে? কিয়, সেই-

দিনাই আবেলি অধ্যাপকদেৱে তেওঁৰ ল'ৰা শ্ৰীমান নিৰ্ম্মলচন্দ্র
<center>[ ১০৬ ]</center>
ভট্টাচাৰ্যতকৈ বটু বুদ্ধি যে ভাল তাক পাকে-প্রকাৰে স্বীকাৰ
কৰা নাইনে ? আৰু স্কুলৰ পণ্ডিতক বটু জননীয়ে নিজে
উপচি কাণৰ কৰিয়া বচিচ দিয়া নাইনে? পুত্ৰৰ গৌৰৱতকৈ
মাকৰ আৰু কি আনন্দৰ বস্তু থাকিব পাৰে।
(২)
বামুণগাৱঁৰ শ্ৰীযুক্ত সােণেশ্বৰ বৰপূজাৰী লাংটিং বাগিচাৰ
বৰকেৰাণী। তেওঁৰ অপাৰ সম্পত্তি। ল'ৰাটিয়ে নগবত
হাইস্কুলত পঢ়ে-কোনােবা এটা শ্ৰেণীত ৩ বছৰৰ থাকিল।
বুদ্ধিৰ অভাৱত নহয়, নিজে ভাত-পানী ৰান্ধি খাব লাগে
নগৰত ভাত ৰান্ধি খাইনাে ইংৰাজী পঢ়া
কৰিবৰ সময় থাকিব পাৰেনে? ইফালে বাের্ডিঙততা এব
এই দুখত।
[ ১০৬ ]