পৃষ্ঠা:পৰিদৰ্শন.djvu/১০৯: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "বটু বাপুৰ বৰ বেপাৰ - ( ১ ) যিদিনা নিম্ন প্রাইমাৰী বৃ..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
<center>{{Xxx-larger|বটু বাপুৰ বৰ বেপাৰ}}</center>
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
<center>{{X-larger|( ১ )}}</center>
বটু বাপুৰ বৰ বেপাৰ

-
{{gap}}যিদিনা নিম্ন প্ৰাইমাৰী বৃত্তিৰ খবৰ পানী-বিল, বন-জংঘল ভেদি গৈ বামুনগাওঁ ওলাল, সেইদিনা সেই গাৱঁত যি হূলস্থূল লাগিছিল তাৰ তুলনা কিহৰ লগত দিলে যে মিলি যাব তাক আজি পৰ্যন্ত ভাবি ঠিক কৰিব পৰা নাই। নতুন বৰচাহাব
( ১ )
আহিলে নগৰত যি হূলস্থুল লাগে, গাৱঁত বিয়া হলে গাভৰু
যিদিনা নিম্ন প্রাইমাৰী বৃত্তিৰ খবৰ পানী-বিল, বন-জংঘল
ছোৱালীৰ গাত যি উখল-মাখল উঠে, বৰ বৰ পৰীক্ষাৰ খবৰ
ভেদি গৈ বামুনগাওঁ ওলাল, সেইদিনা সেই গাৱঁত যি হলস্থূল
লাগিছিল তাৰ তুলনা কিহৰ লগত দিলে যে মিলি যাব তাক
আজি পৰ্য্যন্ত ভাবি ঠিক কৰিব পৰা নাই। নতুন বৰচাহাব
আহিলে নগৰত যি হুলস্থুল লাগে, গাৱঁত বিয়া হলে গাভৰু
ছােৱালীৰ গাত যি উখল-মাখল উঠে, বৰ বৰ পৰীক্ষাৰ খবৰ
ওলাবলৈ হলে ডেকা ল'ৰাবিলাকৰ মাজত যি উঠপ-ঠপ লাগে,
ওলাবলৈ হলে ডেকা ল'ৰাবিলাকৰ মাজত যি উঠপ-ঠপ লাগে,
বামুণগাৱঁৰ সেইদিনাৰ উখল-মাখল তাতকৈ কোনাে অংশে
⸺বামুণগাৱঁৰ সেইদিনাৰ উখল-মাখল তাতকৈ কোনো অংশে
কম নহৈছিল। ইয়াৰ মূল কাৰণ সেই গাৱঁৰ নিতান্ত নিঃকিন
কম নহৈছিল। ইয়াৰ মূল কাৰণ সেই গাৱঁৰ নিতান্ত নিঃকিন
আৰু দুখীয়া পেটুৱা বামুণৰ প্ৰথম আৰু একত্র বংশৰক্ষাকর্তা
আৰু দুখীয়া পেটুৱা বামুণৰ প্ৰথম আৰু একমাত্ৰ বংশৰক্ষাকৰ্ত্তা
শ্ৰীমান বটু বাপুৱে সেইবাৰৰ নিম্ন প্রাইমাৰী মহলাত বৃত্তি লাভ
শ্ৰীমান বটু বাপুৱে সেইবাৰৰ নিম্ন প্ৰাইমাৰী মহলাত বৃত্তি লাভ
কৰিলে। ন্যায় বিচাৰে যে দেশৰ অতি অন্তস্তম প্রদেশে
কৰিলে। ন্যায় বিচাৰে যে দেশৰ অতি অন্তস্তম প্ৰদেশো ভেদিছে গৈ তাৰনো ইয়াতকৈ কি ডাঙৰ দৃষ্টান্ত হব পাৰে?

ভেদিছে গৈ তাৰনাে ইয়াতকৈ কি ডাঙৰ দৃষ্টান্ত হব পাৰে।
{{gap}}পেটুৱা বাপুৰ ঘৰত বৰ উৎসৱ। গাৱঁৰ বাপ-ভাই সকলোৱে ৰং পোৱাকে দেখা গ’ল; কাৰণ, পেটু বাপু ইমান গৰীৰ আৰু বটু বাপু ইমান খৰ্ব্বাকৃতি যে তেওঁৰ পুত্ৰ বটু বাপুৱে যে কেতিয়াবা ডাঙৰ-দীঘল হৈ বৰ মানুহ হব আৰু লিখা-পঢ়া
পেটুৱা বাপুৰ ঘৰত বৰ উৎসৱ। গাৱৰ বাপ-ভাই সকলােৰে

ৰং পােৱাকে দেখা গ’ল; কাৰণ, পেটু বাপু ইমান গৰীৰ আৰু
<center>[ ১০৫ ]</center>
বটু বাপু ইমান খর্বাকৃতি যে তেওঁৰ পুত্ৰ বটু বাপুৱে ৰে
কেতিয়াবা ডাঙৰ-দীঘল হৈ যৰ মানুহ হব আৰু লিখা-পঢ়া
[ dot ]