পৃষ্ঠা:পৰিদৰ্শন.djvu/৬৮: বিভিন্ন সংশোধনসমূহৰ মাজৰ পাৰ্থক্য

Joli (আলোচনা | বৰঙণি)
→‎মুদ্ৰণ সংশোধন কৰা হোৱা নাই: "________________ পৰিদর্শন এক ছেকেণ্ড-ছেকেণ্ড কি জানানে কল..." দি পৃষ্ঠা সৃষ্টি কৰা হ'ল
 
পৃষ্ঠাৰ স্থিতিপৃষ্ঠাৰ স্থিতি
-
মুদ্ৰণ সংশোধন কৰা হোৱা নাই
+
মুদ্ৰণ সংশোধিত
শিৰোনামা (noinclude):শিৰোনামা (noinclude):
১ নং শাৰী: ১ নং শাৰী:
{{rh|পৰিদৰ্শন||}}
পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):পৃষ্ঠাৰ প্ৰধান অংশ (to be transcluded):
১ নং শাৰী: ১ নং শাৰী:
এক ছেকেণ্ড—ছেকেণ্ড কি জানানে কলাই কাই! এক মিনিটত ৬০, তিনি কুৰি ছেকেণ্ড থাকে—এই ধৰা তোমাৰ টিকিৰা ফুৰুত কৰি উঠে যে সেই—এক ছেকেণ্ড!
________________


{{gap}}কলাই—হেডমাষ্টাৰে কি কৰে বোপা দেউতা?
পৰিদর্শন এক ছেকেণ্ড-ছেকেণ্ড কি জানানে কলাই কাই। এক মিনিটত ৬০, তিনি কুৰি ছেকেণ্ড থাকে—এই ধৰা তােমাৰ টিকি ফুৰুত কৰি উঠে যে সেই—এক ছেকেণ্ড!

কলাইহেডমাষ্টাৰে কি কৰে বােপা দেউতা ?
ভদ্রেশ্বৰ-কি হে কৰে! বেত দিয়ে, বেঞ্চৰ ওপৰত খাৰা কৰি থয়, কাণ মলে, আৰু কত কি কৰে, নীল-ডাউন কৰে। নীল-ডাউন কি জানানে? এইয়া, এইদৰে থাকিবলৈ কয়। (নীল-ডাউন কৰি দেখুৱায়) | কলাই—তাহানিখন আমিও স্কুলত পঢ়িছিলো। আমাৰ যি হে কাল পণ্ডিত আছিল। খুব বেতায় নহয়। পাচে মােক নােৱাৰিছিল।
{{gap}}ভদ্ৰেশ্বৰ—কি হে কৰে! বেত দিয়ে, বেঞ্চৰ ওপৰত খাৰা কৰি থয়, কাণ মলে, আৰু কত কি কৰে, নীল-ডাউন কৰে। নীল-ডাউন কি জানানে? এইয়া, এইদৰে থাকিবলৈ কয়। (নীল-ডাউন কৰি দেখুৱায়)।
{{gap}}কলাই—তাহানিখন আমিও স্কুলত পঢ়িছিলোঁ। আমাৰ যি হে কাল পণ্ডিত আছিল। খুব বেতায় নহয়। পাচে মোক নোৱাৰিছিল।

জয়ৰাম—তুমি চাগৈ ভালদৰে পঢ়া দিছিলা।
{{gap}}জয়ৰাম—তুমি চাগৈ ভালদৰে পঢ়া দিছিলা।
কলাই-পঢ়া, পঢ়া দিবা ক’ৰ পৰা। মাছ মাৰিবলৈ যাওঁ, আম-তিয়হ খাই ফুৰোঁ। গা ধুবলৈ আহি পানীত গাদুৰে। পঢ়িবা কেতিয়া ?

দুয়ােতেনেহলে তােক নামাৰিছিল কিয়?
{{gap}}কলাই—পঢ়া, পঢ়া দিবা ক’ৰ পৰা। মাছ মাৰিবলৈ যাওঁ, আম-তিয়হ খাই ফুৰোঁ। গা ধুবলৈ আহি পানীত গাদুৰোঁ। পঢ়িবা কেতিয়া?
কলাই-নামাৰিছিল ক’ত, আগেয়ে বৰ মাৰিছিল। পিচত হল এটা কথা।

দুয়াে-কি কথা, কি কথা?
{{gap}}দুয়ো—তেনেহলে তোমাক নামাৰিছিল কিয়?
কলাই-এদিন ঠিক এনে সময়ত দেই। তােমালােকে দুয়াে যেনেকৈ গা ধুবলৈ আহি ইয়াত বহিছ, সেই দৰে মই

[ ৬৪]
{{gap}}কলাই—নামাৰিছিল ক’ত, আগেয়ে বৰ মাৰিছিল। পিচত হল এটা কথা।

{{gap}}দুয়ো—কি কথা, কি কথা?

{{gap}}কলাই—এদিন ঠিক এনে সময়ত দেই। তোমালোকে দুয়ো যেনেকৈ গা ধুবলৈ আহি ইয়াত বহিছা, সেই দৰে মই

<center>[ ৬৪ ]</center>